• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

2 months ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

10 minutes ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

1 hour ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

2 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

4 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

4 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

4 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

5 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

5 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

5 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

6 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

6 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

তামৰ খাৰু পিন্ধাৰ নিয়ম কি কি?

editor by editor
July 6, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত তামক এবিধ শুভ ধাতু বুলি গণ্য কৰা হয়। ইয়াৰ সম্পৰ্ক সূৰ্য আৰু মংগল গ্ৰহৰ সৈতে থাকে বুলি বিশ্বাস কৰা হয়। সেইবাবে তামৰ খাৰু পিন্ধিলে সূৰ্য আৰু মংগলৰ শুভ প্ৰভাৱ বৃদ্ধি পায় আৰু জন্মকুণ্ডলীত এই দুয়োটা গ্ৰহৰ অৱস্থান শক্তিশালী হয় বুলি বহুতে বিশ্বাস কৰে। ফলস্বৰূপে জীৱনত ইতিবাচক ফল লাভ হোৱাৰ কথা কোৱা হয়। কিন্তু জ্যোতিষীয় বিশ্বাস অনুসৰি, যিসকল ৰাশিৰ অধিপতি গ্ৰহৰ সৈতে সূৰ্য বা মংগলৰ বৈৰিতা আছে, তেওঁলোকৰ বাবে তামৰ খাৰু পিন্ধা শুভ বুলি ধৰা নহয়।
গতিকে তেনে ৰাশিৰ লোকসকলে তামৰ খাৰু পিন্ধাৰ পৰা বিৰত থাকিব লাগে

বৃষ আৰু তুলা

বৃষ আৰু তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। জ্যোতিষ শাস্ত্ৰত শুক্ৰৰ সৈতে সূৰ্য আৰু মংগলৰ সম্পৰ্ক অনুকূল নহয় বুলি ধৰা হয়। সেইবাবে এই দুয়োটা ৰাশিৰ জাতক-জাতিকাই তামৰ খাৰু পিন্ধাৰ আগতে সাৱধান হোৱাটো উচিত।

মকৰ আৰু কুম্ভ

মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি। জ্যোতিষীয় বিশ্বাস অনুসৰি সূৰ্য আৰু শনি পৰস্পৰৰ প্ৰবল প্ৰতিদ্বন্দ্বী। সেইকাৰণে এই দুয়োটা ৰাশিৰ লোকে তামৰ খাৰু পিন্ধিলে মানসিক অশান্তি, শাৰীৰিক অসুবিধা বা জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি ধৰা হয়।

কন্যা আৰু মিথুন

কন্যা আৰু মিথুন ৰাশিৰ অধিপতি হৈছে বুধ। বুধ আৰু সূৰ্যৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও মংগলৰ সৈতে বুধৰ সম্পৰ্ক বিশেষ অনুকূল নহয় বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। সেইবাবে এই দুয়োটা ৰাশিৰ লোকেও তামৰ খাৰু পিন্ধাৰ আগতে অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লোৱাটো ভাল।

তামৰ খাৰু পিন্ধাৰ নিয়ম

তামৰ খাৰু পিন্ধিবলৈ দেওবাৰ বা মঙলবাৰ শুভ দিন বুলি ধৰা হয়। পুৰুষে সোঁহাতত আৰু মহিলাই বাঁওহাতত তামৰ খাৰু পিন্ধিব লাগে। পিন্ধাৰ আগতে থাৰুপাত গংগাজল, কেঁচা গাখীৰ অথবা পৰিষ্কাৰ পানীৰে শুদ্ধ কৰি ল’ব লাগে। খাৰু পিন্ধাৰ সময়ত “ওঁ সূৰ্যায় নমঃ” অথবা “ওঁ ভৌমায় নমঃ” মন্ত্ৰ জপ কৰা শুভ বুলি বিশ্বাস কৰা হয়। তামৰ খাৰু পিন্ধাৰ পিছত মাংস আৰু মদ্যপানৰ পৰা বিৰত থাকিবলৈ কোৱা হয়, কিয়নো ইয়াৰ ফলত ধাতুটোৰ ইতিবাচক শক্তি লাভত বাধা আহিব পাৰে বুলি জ্যোতিষীয় বিশ্বাস আছে।

বিশেষ গুৰুত্বপূৰ্ণ- এই লেখাত উল্লেখ কৰা তথ্য, পৰামৰ্শ আৰু দাবীসমূহ জ্যোতিষীয় বিশ্বাস, প্ৰচলিত ধাৰণা আৰু বিভিন্ন উৎসৰ ওপৰত আধাৰিত। ইয়াক বৈজ্ঞানিকভাৱে প্ৰমাণিত সত্য বুলি গণ্য কৰিব নালাগে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বিবেচনা প্ৰয়োগ কৰক অথবা সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Horocscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই
জীৱনশৈলী

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

September 7, 2026
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

September 7, 2026
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?
বাণিজ্য

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
Next Post
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.