• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

2 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

5 minutes ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

1 hour ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

2 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

3 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

3 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

5 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

6 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

7 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

8 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

8 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে গেট খুলি দিয়াৰ পিছতে ভয়াৱহ বান পৰিস্থিতি।

editor by editor
July 13, 2026
in অসম, বিবিধ, লেখা
0
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হাহাকাৰ। NHPCয়ে পানী এৰি দিয়াৰ পিছতে চৌদিশে হাহাকাৰ পৰিস্থিতি। জলমগ্ন হৈ পৰিছে লখিমপুৰৰ ইখনৰ পিছত সিখন গাঁও। পানী এৰি দিয়াৰ পিছতে এতিয়া বানৰ কবলত মহাইজানৰ ২০খনৰো অধিক গাঁও।

NHPC-এ জলাধাৰৰ পানীৰ স্তৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে গেট খুলি দিছে। প্ৰশাসনে নদী পাৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। মহাইজান, ঘাগৰ, এলেঙী, কলাখোৱা, পতিয়া, ফেচুচাপৰি, কুহিমাৰিকে ধৰি বহু গাঁও বানৰ কৱলত।

নৈৰ দাঁতিকাষৰীয়া এলেকাত বাজি উঠিছে চাইৰেন। জিলা প্ৰশাসনে মাছমৰীয়া, নাৱৰীয়া আৰু নদীত বালি-শিল তুলি জীৱিকা নিৰ্বাহ কৰা লোকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। একে সময়তে, অপ্রয়োজনীয়ভাৱে নদীত নামিব নালাগে বুলিও পৰামৰ্শ দিছে।

অস্বাভাৱিক ওফন্দি উঠিছে সোৱনশিৰিৰ জলপৃষ্ঠ। নিশা ১২ বজাৰ পৰা নৈ-পৰীয়া লোক সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান। চাইৰেন বজাই নৈ পাৰৰ পৰা আঁতৰি আহিবলৈ জনসাধাৰণক আহ্বান জনাইছে প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই
বিনোদন

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

July 13, 2026
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

July 13, 2026
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক
বাণিজ্য

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ'ৰাদাম বিক্ৰী কৰিব ফিফাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.