• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

1 hour ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

3 minutes ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

5 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

5 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

6 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

6 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

7 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

8 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

19 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

20 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

20 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

21 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

আৰ ভি এছ মণিৰ ভয়ংকৰ অভিযোগৰ পিছতে কঁপিছে দেশ

editor by editor
July 14, 2026
in অপৰাধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’ ‘মুম্বাইৰ নৰসং*হাৰক হিন্দুত্ববাদী সন্ত্ৰা*সৰ ৰূপ দিব বিচাৰিছিল কংগ্ৰেছে’, ‘ইচ্ছাকৃতভাৱেই 26/11ৰ ঘটনাৰ সময়ত পলমকৈ পঠিওৱা হৈছিল NSG কমাণ্ডো’ কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফো*ৰক অভিযোগ উত্থাপন কৰিছে আৰ ভি এছ মণিয়ে। আৰ ভি এছ মণি তদানীন্তন সময়ৰ গৃহমন্ত্ৰালয়ৰ নিৰাপত্তা বিভাগৰ আণ্ডাৰ ছেক্ৰেট্টাৰী আছিল। কেৱল এয়াই নহয় কংগ্ৰেছৰ নেতৃত্বক অপেন চেলেঞ্জ কৰি আৰ ভি এছ মণিয়ে কংগ্ৰেছ নেতৃত্বাধীন তদানীন্তন চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে আন কেইবাটাও গুৰুতৰ অভিযোগ। যিবোৰ শুনিলে যিকোনো ভাৰতীয় নাগৰিকৰেই কপাল কোঁচ খাই যাব। আৰ ভি এছ মণিয়ে শেহতীয়াকৈ এটা পডকাষ্টত কৈছে যে 26/11 আক্ৰমণৰ ঠিক আগে আগে ভাৰতীয় উপকূলত এখন সন্দেহজনক জাহাজৰ অৱস্থিতি ধৰা পেলাইছিল ভাৰতীয় উপকূলীয় নিৰাপত্তাৰক্ষী আৰু নৌসেনাই। জাহাজখনৰ অৱস্থিতি ধৰা পেলোৱাৰ লগে লগে জাহাজখনক অনুসৰণো কৰা হৈছিল কিন্তু এসময়ত বিভিন্ন প্ৰকাৰে নৌসেনাক পতিয়ন নিয়াইছিল যে সংশ্লিষ্ট জাহাজখনৰ পৰা কোনো ধৰণৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি নাই গতিকে জাহাজখনক অনুসৰণ কৰি সময়ৰ অপব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও মণিয়ে 26/11ৰ আক্ৰমণৰ সময়ত ইচ্ছাকৃতভাৱেই বহু পলমকৈ ঘটনাস্থলীলৈ NSG কমাণ্ডো পঠিওৱা হৈছিল বুলিও ভয়ংকৰ অভিযোগ আনিছে। পডকাষ্টটোত আৰ ভি এছ মণিয়ে ইয়াকো উল্লেখ কৰে যে ঘটনাৰ সময়ত গৃহমন্ত্ৰালয়ৰ কণ্ট্ৰল ৰূমত তেওঁ নিজেই কৰ্তব্যৰত আছিল। সেই সময়ত ভাৰতৰ গৃহমন্ত্ৰী আছিল কংগ্ৰেছ নেতা দিগ্বিজয় সিং।

26/11ৰ ন*ৰসংহা*ৰত হিন্দুত্ববাদী সংগঠনক জড়িতৰ অপচেষ্টা!

গৃহমন্ত্ৰালয়ৰ প্ৰাক্তন বিষয়া আৰ ভি এছ মণিয়ে দিগ্বিজয় সিঙৰ বিৰুদ্ধেও আনিছে আন এক গুৰুতৰ অভিযোগ। মণিৰ অভিযোগ মতে 26/11 আক্ৰমণ কিবা প্ৰকাৰে হিন্দুত্ববাদী সন্ত্ৰা*সবাদীয়ে সংঘটিত কৰাটো প্ৰতিষ্ঠা কৰিবলৈ দিগ্বিজয় সিঙে তদন্তকাৰী বিষয়াক হেঁচা প্ৰয়োগ কৰিছিল। মণিয়ে লগতে অভিযোগ কৰে যে যদি এই নৰসংহাৰ চলোৱা সন্ত্ৰা*সবাদী দলটোৰ একমাত্ৰ জীৱিত সন্ত্ৰা*সবাদী আজমল আমীৰ কাছভক জীৱন্তে কৰায়ত্ত কৰিব পৰা নগলহেঁতেন তেনেহলে 26/11ৰ ন*ৰসংহাৰ হিন্দুত্ববাসী সংগঠনে চলোৱা বুলি প্ৰতিষ্ঠা কৰিবলৈও কুণ্ঠাবোধ নকৰিলেহেঁতেন কংগ্ৰেছে।

কংগ্ৰেছক অ’পেন চেলেঞ্জ আৰ ভি এছ মণিৰ

কংগ্ৰেছৰ বিৰুদ্ধে কৰা উপৰিউক্ত অভিযোগবোৰৰ পিছতেই আৰ ভি এছ মণিয়ে কংগ্ৰেছ নেতৃত্বকো মুকলিকৈ হুংকাৰ দিয়ে। মণিয়ে হুংকাৰ দি কয় যে- ‘এই সন্দৰ্ভত মুকলিকৈ কংগ্ৰেছ নেতৃত্বৰ সৈতে যুক্তিযুদ্ধ কৰিবলৈ প্ৰস্তুত আছোঁ। যদি কংগ্ৰেছ নেতৃত্বৰ সাহস আছে তেনেহলে মোৰ লগত এই প্ৰসংগত যুক্তিযুদ্ধ কৰিবলৈ আহক।’ আৰ ভি এছ মণিৰ এই মুকলি হুংকাৰক কি ধৰণে কংগ্ৰেছ নেতৃত্বই গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয়।

’26/11’ৰ সেই ন*ৰসং*হাৰ

’26/11’ৰ মুম্বাইৰ ন*ৰসংহা*ৰৰ বিষয়ে নিশ্চয় সকলোৱে জানে। ২০০৮ চনৰ ২৬ অক্টোবৰত সংঘটিত এই সন্ত্ৰা*সবাদী আক্ৰমণত প্ৰাণ হেৰুৱাইছিল মুঠ ১৬৬ জন লোকে। নিহত ৯জন সন্ত্ৰা*সবাদীক বাদ দি ১৫৭জনেই আছিল নীৰিহ লোক। সন্ত্ৰা*সবাদীৰ মূল টাৰ্গেট আছিল মুম্বাইলৈ অহা বিদেশী পৰ্যটক। সেয়েহে মুম্বাইৰ বিখ্যাত তাজ হোটেল, ইহুদীৰ ধৰ্মীয় স্থানৰ উপৰিও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কেইবাটাও স্থানক সন্ত্ৰা*সবাদীয়ে টাৰ্গেট হিচাপে লৈছিল। এই নৰসংহা*ৰত নি*হতসকলৰ ভিতৰত আছিল ২৬ গৰাকী বিদেশী নাগৰিক। মুম্বাইৰ ৮টাকৈ স্থানত নিৰ্বিচাৰ গু*লীবৰ্ষণ চলোৱা ১০টা সন্ত্ৰা*সবাদীৰ ভিতৰত আজমল আমীৰ কাছভক জীৱন্তে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল নিৰাপত্তাৰক্ষীয়ে। চত্ৰপতি শিৱাজী টাৰ্মিনাছত নিহ*ত হৈছিল ৫৮জন লোক, আহত হৈছিল শতাধিক। আনহাতে হোটেল তাজমহল পেলেচত সন্ত্ৰা*সবাদীয়ে প্ৰায় ৬০ ঘণ্টালৈ চলাইছিল নৰসং*হাৰ। হোটেল তাজমহল পেলেচতেই নি*হত হৈছিল কেইবাগৰাকীও বিদেশী নাগৰিক। দ্য অবেৰয় ত্ৰিদেণ্টতো চলাইছিল সন্ত্ৰা*সবাদীৰ দলটোৱে আক্ৰমণ। ইয়াতো কেইবাগৰাকীও বিদেশী নাগৰিকে হেৰুৱাইছিল প্ৰাণ। ইয়াৰ উপৰিও মুম্বাইৰ অন্যতম ইহুদী ধৰ্মীয় কেন্দ্ৰ নাৰিমান হাউছত নি*হত হৈছিল কেইবাজনো ইজৰাইলী নাগৰিক। লিঅপাৰ্ড কেফে,কামা এণ্ড অলব্লেছ হাস্পতাল, মেট্ৰ চিনেমা গিৰগাম চৌপাট্টী অঞ্চলতো সন্ত্ৰা*সবাদীয়ে চলাইছিল নৰসং*হাৰ।

কংগ্ৰেছে দিবনে মণিৰ বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰ?

কংগ্ৰেছ আৰু দিগ্বিজয় সিঙৰ বিৰুদ্ধে অনা এই ভয়ংকৰ অভিযোগৰ পিছতে দেশজুৰি তুমূল চৰ্চিত হৈছে গৃহমন্ত্ৰালয়ৰ প্ৰাক্তন বিষয়া আৰ ভি এছ মণিৰ মন্তব্য। যদি আৰ ভি এছ মণিৰ অভিযোগসমূহ সঁচা তেতিয়াহলে নিশ্চিতভাৱে দিগ্বিজয় সিঙকে ধৰি সেই সময়ৰ বিভিন্ন বিষয়বাবত থকা কংগ্ৰেছ নেতাসকলে যে ভয়ংকৰ বিপদত পৰিব তাত কোনো সন্দেহ নাই। আৰ ভি এছ মণিৰ এই অভিযোগসমূহ যদি সঁচা হয় তেনেহলে দেশৰ কোটি কোটি জনগণৰ বাবে হ’ব সেয়া চৰম দুৰ্ভাগ্যজনক ঘটনা। মণিৰ এই অভিযোগৰ পিছত কংগ্ৰেছে মৌনতা অৱলম্বন কৰা মানেই শ’লঠেকত পৰাটোকেই বুজাব। অৱশ্যে আৰ ভি এছ মণিৰ এই ভয়ংকৰ অভিযোগ লানিৰ সত্যতা এতিয়ালৈ নিৰূপণ হোৱা নাই। আৰ ভি এছ মণিৰ এই বিস্ফোৰক অভিযোগৰ পিছত বৰ্তমান চৰকাৰে এই বিষয়টোক কি ধৰণে লয় সেয়াও অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ’ব। আনহাতে আৰ ভি এছ মণিৰ কংগ্ৰেছ নেতৃত্বক দিয়া মুকলি হুংকাৰৰ কি প্ৰত্যুত্তৰ কংগ্ৰেছে দিয়ে সেয়াও লক্ষণীয় হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 26/11 mumbai attackasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
Next Post
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.