• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

1 day ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

9 minutes ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

39 minutes ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

1 hour ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

2 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

3 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

4 hours ago
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

5 hours ago
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

5 hours ago
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

আজি বিপদ আহিব ৪ ৰাশিৰ জীৱনলৈ! জানক কোন কেইটা ৰাশিৰ উদয় হ’ব ভাগ্য

6 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

ফিফা বিশ্বকাপৰ ফাইনেলৰ হিৰো ফেৰান ট’ৰাছে খেলিছিল গুৱাহাটীত

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

18 hours ago
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শিৱক সন্তুষ্ট কৰিবলৈ শাওন মাহত কি কি কৰিব জানক

editor by editor
July 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!
0
SHARES
549
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিৱৰ প্ৰিয় মাহ হৈছে শাওন। ২০২৬ চনত পবিত্ৰ শাওন মাহ ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে। সমগ্ৰ অসমত শাওনৰ সোমবাৰবোৰটো আড়ম্বৰপূৰ্ণভাৱে পালন কৰে। এইবাৰ শাওনৰ প্ৰথমটো সোমবাৰ ২০ জুলাই (৪ শাওন)ত পৰিছে। ইয়াৰ লগতে দ্বিতীয় সোমবাৰটো ২৭ জুলাই (১১ শাওন)ত, তৃতীয় সোমবাৰ ৩ আগষ্ট (১৮ শাওন)ত আৰু চতুৰ্থ সোমবাৰ ১০ আগষ্ট (২৫ শাওন)ত পালন কৰা হ’ব।

ধৰ্মীয় বিশ্বাস অনুসৰি এই মাহৰ সোমবাৰে ব্ৰত পালন কৰিলে বিবাহৰ বাধা আঁতৰি যায় ৷ কেৱল সেয়াই নহয়, অবিবাহিত মহিলাসকলে এগৰাকী ভাল জীৱনসংগী লাভ কৰিবলৈ সক্ষম হয় ৷ সেয়ে আজি আমি শাওন মাহত শিৱক কেনেকৈ সন্তুষ্ট কৰিব তাৰে উপায় আগবঢ়াম।

জপ কৰক

  1. ওম নমঃ শিৱায় হৈছে ভগৱান শিৱৰ মূল মন্ত্ৰ। ইয়াৰ অৰ্থ হৈছে “মই ভগৱান শিৱক প্ৰণাম কৰো”। ভগৱান শিৱৰ এই মন্ত্ৰ জপ কৰিলে শান্তি, সুৰক্ষা আৰু আধ্যাত্মিক সফলতা লাভ হয়।
  2. মহামৃত্যুঞ্জয় মন্ত্ৰ- ওম ত্ৰম্বকং যজামহে সুগন্ধি পুষ্টিৱৰ্ধনম। উৰ্ৱৰুকমিব বন্ধন মৃত্যোৰ্মুখীয় মমৃত। এই মন্ত্ৰৰ অৰ্থ হ’ল “আমি ত্ৰিনয়ন, সুগন্ধিত আৰু পালন কৰা ভগৱান শিৱক পূজা কৰো। যেনেকৈ ফল কোনো বন্ধন নোহোৱাকৈ গছৰ পৰা বিচ্ছিন্ন হয়, তেনেকৈ মৃত্যুৰ বন্ধনৰ পৰাও মুক্ত হওক, অমৰত্ব লাভ হওক।” মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ বাবে আৰু দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা হয়।
  3. ওম নমোঃ ভাগৱতে ৰুদ্ৰায়, এই মন্ত্ৰৰ অৰ্থ হৈছে “মই ভগৱান ৰুদ্ৰক প্ৰণাম কৰো।” এই মন্ত্ৰৰ তাৎপৰ্য হ’ল যে ই ভগৱান শিৱৰ উগ্ৰ ৰূপৰ প্ৰতি উৎসৰ্গিত, আৰু ঋণাত্মক শক্তিৰ পৰা ৰক্ষা পাবলৈ জপ কৰা হয়।
  4. শিৱ গায়ত্ৰী মন্ত্ৰ- ওম তৎপুৰুষয় বিদ্মহে মহাদেৱায়ঃ ধিমাহি তন্নো ৰুদ্ৰঃ প্ৰচোদয়ত। এই মন্ত্ৰ জ্ঞান, বুদ্ধি আৰু আধ্যাত্মিক জাগৰণৰ বাবে জপ কৰা হয়।

নকৰিব

  1. এই মাহত তামসিক আহাৰ যেনে মাংস আৰু মাছ পৰিহাৰ কৰাটোৱেই উত্তম।
  2. মদ বা যিকোনো নিচাজাতীয় বস্তু সেৱন কৰাৰ পৰা আঁতৰি থাকিব।
  3. শাওন মাহত ঘৰৰ বা আশে-পাশে থকা সতেজ গছ-গছনি কাটিব নালাগে।
  4. ব্ৰত ৰাখিলে দিনৰ ভাগত শুব নালাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু
জীৱনশৈলী

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

July 20, 2026
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!
জীৱনশৈলী

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

July 20, 2026
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
Next Post
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.