• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

2 months ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

7 seconds ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

29 minutes ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

1 hour ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

2 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

2 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

2 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

3 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

4 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

4 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

6 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

14 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীউডৰ কোনকেইখন ছবি অন্তৰংগ মুহূৰ্তৰ বাবে হৈছে জনপ্ৰিয়?

editor by editor
July 19, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি
0
SHARES
415
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতা ইমৰাণ হাছমীকে ধৰি বহু তাৰকাই চিনেমাত চুম্বনৰ দৃশ্যৰ বাবে চৰ্চিত হৈ থাকে। বলীউডৰ বহুতো প্ৰেমৰ দৃশ্য এতিয়াও দৰ্শকৰ মনত খোদিত হৈ আছে। তাৰ ভিতৰত কিছুমান চুম্বনৰ দৃশ্য। যিবোৰ, ছবিখন মুক্তি পোৱাৰ পিছত কেতিয়াবা ছ’চিয়েল মিডিয়াত আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহে।

‘ধূম ২’ – ঋত্বিক ৰোশন আৰু ঐশ্বৰ্য ৰায়ৰ চুম্বন দৃশ্যই মুক্তিৰ সময়ত বহু চৰ্চাৰ সৃষ্টি কৰিছিল।

‘ৰাম-লীলা’ – ছবিখনত কিছুমান অতি অন্তৰংগ দৃশ্য আছিল যিয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। খবৰ অনুসৰি ৰণবীৰ সিং আৰু দীপিকা পাডুকনে চুমা খোৱাৰ দৃশ্যটো জনপ্ৰিয় হৈ পৰিছিল।

‘আশিকী ২’ – বৰষুণত ছাতিৰ তলত আদিত্য ৰায় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ‘আইকনিক’ চুমা দৃশ্যটো এতিয়াও দৰ্শকৰ মনত খোদিত হৈ আছে। সেই দৃশ্যৰ প্ৰেক্ষাপটত থকা গীতটোৱে আজিও দৰ্শকৰ হৃদয়ক মৰমেৰে চুই গৈছে। এই দৃশ্যটোৰ বাবেই তেওঁলোকৰ যুটিটোৰ বিষয়ে আৰু অধিক আলোচনা হৈছিল।

‘জিন্দাগী না মিলেগী ডোবাৰা’ – কেটৰিনা কাইফে ওলোটাকৈ বাইক চলায়। বাইকৰ চিটত বহি ঋত্বিক ৰোশনৰ লগত অন্তৰংগ চুমা।

‘কবীৰ সিং’ – শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানীয়ে অভিনীত ছবিখনত চুমা খোৱাৰ দৃশ্যকে ধৰি বহু ৰোমান্টিক মুহূৰ্ত আছে, যিটো ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছিল। ছবিখনৰ পিছত শ্বাহিদ-কিয়াৰাৰ যুটিয়েও বহু প্ৰশংসা লাভ কৰিছিল।

‘য়েহ জৱানী হ্যেয় দীৱানী’ ছবিখনৰ ক্লাইমেক্সত ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ মাজত চুমা খোৱাৰ দৃশ্য চাবলৈ অনুৰাগীসকলে অপেক্ষা কৰি আছিল। নায়ক-নায়িকা বিচ্ছেদ হোৱাৰ পিছত এনে এটা প্ৰেমৰ দৃশ্য আৰু অধিক চৰ্চিত হৈ পৰিল।

‘OK Janu’ – আদিত্য ৰায় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ সমীকৰণটো দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়। গতিকে প্ৰতিবাৰেই পৰ্দালৈ আহিলেই তেওঁলোকৰ প্ৰেম বা চুমা খোৱাৰ দৃশ্যবোৰ আলোচনা কৰা হৈছে। ‘অ’কে জানু’ও সেই তালিকাৰ ভিতৰত অন্যতম।

‘মাৰ্ডাৰ’ – বলীউডৰ সাহসী ৰোমান্টিক দৃশ্যৰ কথা আহিলেই মনলৈ আহে ‘মাৰ্ডাৰ’ ছবিখনৰ নাম। ইয়াৰ লগতে পৰ্দাত চুমা খোৱাৰ কথা আহিলে ইমৰাণ হাছমীৰ নামো মনলৈ আহে। এই ছবিখনত মল্লিকা শ্বেৰাৱটৰ সৈতে তেওঁৰ গভীৰ চুমা খোৱাৰ দৃশ্যটো এতিয়াও প্ৰায়ে চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহে।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
Next Post
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ'ব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.