• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

4 months ago
কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

8 minutes ago
এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

46 minutes ago
সমস্যাত ভুগিছিল নেকি অভিশপ্ত ট্ৰেভেলাৰৰ চালক?

সমস্যাত ভুগিছিল নেকি অভিশপ্ত ট্ৰেভেলাৰৰ চালক?

1 hour ago
পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

পাকিস্তানী মহিলাৰ বি*বস্ত্ৰ ফটোৰ বিনিময়ত ভাৰতৰ গোপন তথ্য ফাদিল!

2 hours ago
৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

2 hours ago
বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

3 hours ago
কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

কাজিৰঙাৰ দুৰ্ঘটনাঃ আজি একেলগে জ্বলিব ৩ ভগ্নীৰ চিতা!

4 hours ago
কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

কাৰ ভুলৰ বাবে সংঘটিত কাজিৰঙাৰ দুৰ্ঘটনা?

4 hours ago
কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সম্ভাৱনা, আৰ্থিক লাভৰ যোগ

5 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, ৩ গুণ বৃদ্ধি পাব দৰমহা !

14 hours ago
বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

বিচ্ছেদ নোহোৱাকৈ Live in ৰিলেচনত থকাটো অপৰাধ নহয়! উচ্চ ন্যায়ালয়ে ক’লে এইদৰে

14 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

একেৰাহে চতুৰ্থ দিনৰ বাবে হ্ৰাস সোণৰ মূল্য, এয়াই গহনা ক্ৰয়ৰ উচিত সময় নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

ডাকঘৰৰ এই আঁচনিত ধন বিনিয়োগ কৰি আপুনি সহজেই কোটিপতি হ’ব পাৰে!

editor by editor
July 21, 2026
in বাণিজ্য, বিবিধ, লেখা
0
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Post Office Schemes: ডাকঘৰৰ পিপিএফ আঁচনিত নিয়মীয়াকৈ বিনিয়োগ কৰি চৰকাৰী সুৰক্ষা, কৰ ৰেহাই আৰু চক্রবৃদ্ধি সুতৰ সুবিধাৰে ১ কোটিৰো অধিক পুঁজি গঢ়ি তোলা সম্ভৱ৷ সম্পূৰ্ণ গণনা আৰু সহজ বিনিয়োগৰ সূত্ৰটো জানি লওক।

ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ভিতৰত চৰকাৰী আঁচনি আছে য’ত নিয়মীয়াকৈ বিনিয়োগ কৰি দীৰ্ঘম্যাদীভাৱে ১ কোটিতকৈ অধিক টকাৰ পুঁজি গঢ়ি তোলা সম্ভৱ। এই আঁচনিৰ নাম পাব্লিক প্ৰভিডেন্ট ফাণ্ড (PPF)। নিৰাপদ বিনিয়োগ, কৰ ৰেহাই আৰু সম্পূৰ্ণ কৰমুক্ত মেচিউৰিটিৰ সুবিধাৰ বাবে ই দেশৰ অন্যতম জনপ্ৰিয় সঞ্চয় আঁচনি। কোটিপতি হোৱাৰ লক্ষ্যত উপনীত হ’বলৈ আপুনি এই আঁচনিখনত কেনেকৈ আৰু কিমান টকা বিনিয়োগ কৰিব পাৰে জানি লওক।

চৰকাৰী সুৰক্ষা আৰু আকৰ্ষণীয় সুতৰ সুবিধা

নিৰাপদ বিনিয়োগৰ কথা আহিলে ডাকঘৰৰ সঞ্চয় আঁচনিৰ নামটোৱেই প্ৰথম। কাৰণ, এই আঁচনিসমূহত বিনিয়োগ সুৰক্ষাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে লয়। গতিকে সেইবোৰক শূন্য বিপদৰ সঞ্চয় আঁচনি হিচাপে গণ্য কৰা হয়। বৰ্তমান পিপিএফে বছৰি ৭.১ শতাংশ হাৰত সুত প্ৰদান কৰে। এই সুতৰ হাৰ চৰকাৰে সময়ে সময়ে পৰ্যালোচনা কৰে।

সুত কেনেকৈ গণনা কৰা হয়?

পিপিএফ একাউণ্টৰ নিয়ম অনুসৰি প্ৰতি মাহৰ ৫ তাৰিখৰ পৰা মাহৰ শেষ দিনলৈকে একাউণ্টত থকা নূন্যতম বেলেঞ্চৰ ওপৰত সুত গণনা কৰা হয়। গতিকে যদি আপুনি প্ৰতি মাহৰ ১ তাৰিখৰ পৰা ৫ তাৰিখৰ ভিতৰত পিপিএফ একাউণ্টত ধন জমা কৰে তেন্তে সেই মাহৰ বাবেও সুতৰ সুবিধা পাব। ফলত নিৰ্দিষ্ট সময়ৰ ভিতৰত ধন জমা কৰিলে দীৰ্ঘম্যাদীভাৱে অধিক লাভ পোৱা যায়।

পিপিএফে তিনি ধৰণৰ কৰ ৰেহাই প্ৰদান কৰে

পিপিএফক EEE (Exempt-Exempt-Exempt) শ্ৰেণীৰ আঁচনি বোলা হয়। অৰ্থাৎ ইয়াত তিনিটা ডাঙৰ কৰ সুবিধা উপলব্ধ। প্ৰথমতে, আয়কৰ আইনৰ ধাৰা ৮০চি অনুসৰি বছৰি সৰ্বাধিক ১.৫ লাখ টকা পৰ্যন্ত বিনিয়োগৰ ওপৰত (পুৰণি কৰ ব্যৱস্থাত) কৰ ৰেহাই পোৱা যায়।

দ্বিতীয়তে, পিপিএফত উপাৰ্জন কৰা বাৰ্ষিক চক্রবৃদ্ধি সুতৰ ওপৰত কোনো কৰ দিব নালাগে।
তৃতীয়তে, মেচিউৰিটিৰ সময়ত লাভ কৰা সমগ্ৰ ধনৰাশিও সম্পূৰ্ণ কৰমুক্ত।

১৫ বছৰৰ মেচিউৰিটি, আৰু ৫ বছৰ বৃদ্ধি কৰিব পাৰি

পিপিএফৰ মেচিউৰিটিৰ সময়সীমা ১৫ বছৰ। কিন্তু ইচ্ছা কৰিলে প্ৰতিবাৰেই এই সময়সীমা ৫ বছৰ বৃদ্ধি কৰিব পাৰি। ফলত চক্রবৃদ্ধি সুতৰ সুবিধাৰে বৃহৎ পুঁজি সৃষ্টি কৰা সম্ভৱ।

এই আঁচনিখনত বছৰি সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। অৰ্থাৎ প্ৰতিমাহে গড়ে ১২,৫০০ টকা পৰ্যন্ত জমা কৰা সম্ভৱ।

পি পি এফত বিনিয়োগ কৰি কোটিপতি হোৱাটো কেনেকৈ সম্ভৱ?

যদি আপুনি নিয়মিতভাৱে পিপিএফত প্ৰতিমাহে ১২,৫০০ টকা অৰ্থাৎ বছৰি ১.৫ লাখ টকা বিনিয়োগ কৰে, তেন্তে—
১৫ বছৰত মুঠ বিনিয়োগ: ২২.৫০ লাখ টকা

সুত: ১৮,১৮,২০৯ টকা

মুঠ পুঁজি: ৪০,৬৮,২০৯ টকা

যদি আপুনি তাৰ পিছত ৫ বছৰলৈকে দুবাৰকৈ অৰ্থাৎ মুঠ ২৫ বছৰলৈকে একাউণ্টটো চলাই থাকে আৰু একে ধৰণে বিনিয়োগ কৰি থাকে, তেন্তে—

মুঠ বিনিয়োগ: ৩৭.৫০ লাখ টকা

চক্রবৃদ্ধি সুত: ৬৫,৫৮,০১৫ টকা

মুঠ পুঁজি: ১,০৩,০৮,০১৫ টকা

অৰ্থাৎ যদি আপুনি নিয়মীয়াকৈ বিনিয়োগ কৰিব পাৰে আৰু দীৰ্ঘম্যাদীভাৱে চক্রবৃদ্ধি সুতৰ সুবিধাসমূহ ব্যৱহাৰ কৰিব পাৰে, তেন্তে সেয়া সম্ভৱ পিপিএফৰ জৰিয়তে ১ কোটিতকৈ অধিক টকাৰ পুঁজি গঢ়ি তুলিবলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?
অসম

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

November 14, 2026
এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়
জীৱনশৈলী

এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

November 14, 2026
৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?
অসম

৫০০ টকীয়া হাজিৰাত চলিছে নেকি বালাচৰা চেকগেট?

November 14, 2026
বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান
ভাৰত

বিশ্বৰ তেল সংকটৰ মাজতে ভাৰতৰ অৰ্থনীতি প্ৰশংসাযোগ্যঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰধান

November 14, 2026
Next Post
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.