• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

46 minutes ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

4 minutes ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

2 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

2 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

3 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

3 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

4 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

5 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

5 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

7 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

7 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

9 hours ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

শ্ৰীলংকাৰ ভ্ৰমণেই হ'ব নেকি গম্ভীৰৰ শেষ ছিৰিজ?

editor by editor
August 3, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ BCCIৰ ওপৰত প্ৰভাৱ লাহে লাহে কমি আহিছে। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এবছৰৰ পূৰ্বে গম্ভীৰৰ আধিপত্য আৰু বৰ্তমানৰ প্ৰভাৱৰ মাজত বহুখিনি পাৰ্থক্য আহি পৰিছে। ব’ৰ্ডৰ একাংশ বিষয়াৰ লগতে ড্ৰেছিং ৰুমৰ ভিতৰতো খেলুৱৈৰ মাজত গম্ভীৰক লৈ অসন্তুষ্টি দেখা গৈছে, যাৰ বাবে এতিয়া গম্ভীৰে প্ৰশিক্ষক পদো হেৰুওৱাৰ উপক্ৰম হৈছে।

প্ৰতিবেদন অনুসৰি BCCIৰ একাংশ শীৰ্ষ বিষয়াৰ মতে দলটোৰ পৰাজয়ৰ পিছত মুখ্য প্ৰশিক্ষক গম্ভীৰে প্ৰায়ে খেলুৱৈ, চেণ্টাৰ অব এক্সেলেন্স বা সহকাৰী প্ৰশিক্ষকসকল দোষাৰোপ কৰি আহিছে। প্ৰশিক্ষকৰ এই মনোভাৱৰ বাবে ড্ৰেছিং ৰুমৰ ভিতৰতো বিভিন্ন বিসংগতি, মতানৈক্যৰ খবৰ সময়ে সময়ে ওলাই থাকে। নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি সম্প্ৰতি একাংশ জ্যেষ্ঠ খেলুৱৈয়ে গম্ভীৰৰ প্ৰশিক্ষণৰ শৈলীক লৈ অনানুষ্ঠানিকভাৱে ব’ৰ্ডৰ সদস্যৰ আগত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

BCCI-এ প্ৰথমে গম্ভীৰক তেওঁৰ পছন্দৰ সহকাৰী প্ৰশিক্ষক নিৰ্বাচন কৰা আৰু সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ স্বাধীনতা দিছিল যদিও বহু ব’ৰ্ডৰ সদস্যৰ মতে গম্ভীৰে এই কৰ্তৃত্ব ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত ব্যৰ্থ হৈছে। প্ৰথমে টীম ইণ্ডিয়াত ৰূপান্তৰ বা পৰিৱৰ্তনৰ কথাক নুই কৰা গম্ভীৰে এতিয়া এই পৰাজয়ৰ বাবে পৰিৱৰ্তনকেই দোষাৰোপ কৰিছে, যাৰ ফলত তেওঁৰ ওপৰত ব’ৰ্ডৰ আস্থা ক্ৰমাগতভাৱে হ্ৰাস পাইছে।
শ্ৰীলংকা ভ্ৰমণে গম্ভীৰৰ ভৱিষ্যত নিৰ্ণয় কৰিব

আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ নিৰাশাজনক ভ্ৰমণ আৰু টেষ্ট ফৰ্মেটত বিগত দুবছৰৰ পৰা টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত আগন্তুক শ্ৰীলংকা ভ্ৰমণে গৌতম গম্ভীৰৰ ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে। যদিহে এই শৃংখলাত টীম ইণ্ডিয়াৰ প্ৰদৰ্শন আশা কৰা ধৰণে নহয়, তেন্তে গম্ভীৰে টীম ইণ্ডিয়াৰ পৰা আকস্মিক বিদায় লব পাৰে। আগন্তুক এদিনীয়া বিশ্বকাপৰ বাবে মাত্ৰ এবছৰ বাকী থকা অৱস্থাত BCCI-এ সাধাৰণতে খৰখেদাকৈ প্ৰশিক্ষকৰ দৰে গুৰুত্বপূৰ্ণ পদৰ ক্ষেত্ৰত সিদান্ত নলয়। অৱশ্যে গৌতম গম্ভীৰক নিজৰ পদৰ পৰা অপসাৰণ কৰাটো BCCIৰ বাবে সহজ সিদ্ধান্ত নহ’ব, কিয়নো ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদত তীব্ৰ কামৰ হেঁচা, অহৰহ ভ্ৰমণ আৰু সংবাদ মাধ্যম আৰু অনুৰাগীৰ তীব্ৰ নিৰীক্ষণ জড়িত হৈ থাকে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bccigautam gambhir
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ
জীৱনশৈলী

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

August 3, 2026
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

August 3, 2026
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ
বিনোদন

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

August 3, 2026
Next Post
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.