• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

2 months ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

14 minutes ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

37 minutes ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

1 hour ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

2 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

2 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

3 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

4 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

5 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

6 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

14 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

ভেজাল আটা কেনেকৈ চিনাক্ত কৰিব?

editor by editor
August 5, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান অধিক লাভৰ লোভত বহু অসাধু ব্যৱসায়ীয়ে আটাত ষ্টোন পাউডাৰ মিহলাই বিক্ৰী কৰা ঘটনাই জনসাধাৰণৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এই পাউডাৰ ঘেঁহুতকৈ বহুত সস্তা হোৱাৰ বাবে ইয়াক মিহলাই আটাৰ ওজন আৰু পৰিমাণ বৃদ্ধি কৰি অধিক লাভ উপাৰ্জন কৰে অসাধু চক্ৰই। কিন্তু এই সাধাৰণ লাভৰ বাবেই অসাধু চক্ৰই মানুহৰ স্বাস্থ্যৰ প্ৰতি এক ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে।

আটাত যি ষ্টোন পাউডাৰ মিহলোৱা হয়, তাক চেলখড়ী বা Soapstone বুলি কোৱা হয়। ই সাধাৰণতে ৰাজস্থানৰ খনিসমূহৰ পৰা সংগ্ৰহ কৰা হয় আৰু কছমেটিকছ, প্লাষ্টিক, পেইণ্ট, কাগজ আৰু মূৰ্তি নিৰ্মাণৰ দৰে শিল্পত ব্যৱহাৰ কৰা হয়। এই পদাৰ্থ খাদ্যৰ বাবে উপযোগী নহয়। ইয়াৰ গুড়ি অতি সূক্ষ্ম হোৱাৰ বাবে আটাত মিহলোৱাৰ পিছতো মুখত বিশেষ খচখচনি অনুভৱ নহয় আৰু ৰুটিৰ ৰং, সোৱাদ বা গঠনত সহজে কোনো পাৰ্থক্য ধৰা নপৰে।

ষ্টোন পাউডাৰৰ উপৰিও আটাত খড়িয়া মাটি, সস্তীয়া ষ্টাৰ্চ, অত্যাধিক চোকৰ, ময়দা, চাউল বা মাকৈৰ গুড়ি, আনকি পচা বা ভেঁকুৰ লগা গঁহুৰে প্ৰস্তুত কৰা আটা মিহলাই ভেজাল কৰাৰ ঘটনাও সময়ে সময়ে পোহৰলৈ আহে। এনে ভেজালযুক্ত আটা নিয়মীয়াকৈ খালে পাচনতন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে। দীঘলীয়া সময়লৈ এনে খাদ্য গ্ৰহণ কৰিলে বৃক্ক আৰু যকৃতৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয়, যাৰ ফলত এই অংগসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা বৃদ্ধি পায়। সেয়েহে ইয়াক এক প্ৰকাৰৰ ‘Slow Poison’ বুলিও কোৱা হয়।

কেৱল খালী চকুৰে এনে ভেজাল আটা সহজে ধৰা নপৰে। ষ্টোন পাউডাৰ অতি সূক্ষ্ম আৰু বগা হোৱাৰ বাবে আটাৰ ৰং, গঠন বা ৰুটিৰ সোৱাদত বিশেষ পাৰ্থক্য নাথাকে। অৱশ্যে ভেজাল আটা চিনাক্তকৰণৰ ক্ষেত্ৰত কিছুমান ঘৰুৱা পৰীক্ষাৰ সহায় ল’ব পাৰি যদিও নিশ্চিত ফলাফলৰ বাবে অনুমোদিত খাদ্য পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰোৱাটোৱেই উত্তম।

পেকেটিং আটা কিনোঁতে কেৱল ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ নকৰি পেকেটৰ FSSAI লাইচেঞ্চ নম্বৰ, উৎপাদনৰ তাৰিখ, ম্যাদ, পেকেজিঙৰ মানদণ্ড আৰু অন্যান্য তথ্য ভালদৰে পৰীক্ষা কৰা উচিত। আনহাতে খোলা আটা কিনোঁতে কেৱল কম দামলৈ লক্ষ্য নকৰি দোকানখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, আটাৰ গুণগত মান আৰু বিক্ৰেতাৰ বিশ্বাসযোগ্যতাকো সমান গুৰুত্ব দিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24foodhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
Next Post
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.