• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰে ৫ টকাত খুৱাব জুতি লগাই এসাঁজ

চৰকাৰে ৫ টকাত খুৱাব জুতি লগাই এসাঁজ

6 years ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

4 minutes ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

34 minutes ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

1 hour ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

2 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

2 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

2 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

3 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

4 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

4 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

6 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

14 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰে ৫ টকাত খুৱাব জুতি লগাই এসাঁজ

editor by editor
February 16, 2021
in অসম, গুৱাহাটী, ফেশ্বন, শিক্ষা
0
চৰকাৰে ৫ টকাত খুৱাব জুতি লগাই এসাঁজ
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ : আজিৰ দিনত মাত্ৰ ৫ টকাৰ উদৰ পুৰাই এসাঁজ ভাত ক’ত পাব? ঘৰতে ৰান্ধি খালেও তাতকৈ বেছি ব্যয় হয় এসাঁজ ভাতত। ২০১৩ চনতে অসমৰ এগৰাকী মন্ত্ৰীয়ে আঢ়ৈ টকাত এসাঁজ ভাত খাব পাৰি বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। আঢ়ৈ টকাত নহ’লেও ৫ টকাত এসাঁজ ভাতৰ ব্যৱস্থা কৰা হৈছিল তামিলনাডুৰ ‘আম্মা কেণ্টিন’ত। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইবাৰ পশ্চিমবংগত মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছে ‘মা’ নামৰ অনুৰূপ এক আঁচনি। মমতা বেনাৰ্জীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আৰম্ভ কৰা এই আঁচনিত ৫ টকাতে এসাঁজ ভাত খাব পাৰিব পশ্চিমবংগবাসীয়ে। ৫ টকীয়া ভাত সাঁজত থাকিব ভাত, দাইল, চবজি আৰু এফাল কণীৰ তৰকাৰী। ‘মা’ আঁচনিৰ খাদ্য বিতৰণ কেন্দ্ৰসমূহ দিনৰ ১ বজাৰ পৰা আবেলি ৩ বজালৈ খোলা থাকিব। ৰাজ্য চৰকাৰে প্ৰতিসাঁজ ভাতত ১৫ টকাৰ ৰাজসাহায্য দিব আৰু গ্ৰাহকে দিব লাগিব ৫ টকা। এই আঁচনিৰ বাবে নিৰ্বাচনৰ প্ৰাকক্ষণত মমতা চৰকাৰে আবণ্টন দিছে ১০০০ কোটি টকা। মুকলিৰ দিনটোত কলকাতা, মালডা, দক্ষিণ দিনাজপুৰ, পশ্চিম মেদিনীপুৰ আৰু হাওৰা জিলাত ‘মা পাকঘৰ’ আৰম্ভ কৰা হৈছে। পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি এই আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি প্ৰকাশ কৰিছে মমতা চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24saraswati puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি
অসম

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

September 19, 2026
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি
অসম

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

September 19, 2026
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
Next Post
মহাজোঁটৰ ভয়ত অগপ আৰু বিজেপিয়ে কৰিব সমষ্টি ৰদবদল

মহাজোঁটৰ ভয়ত অগপ আৰু বিজেপিয়ে কৰিব সমষ্টি ৰদবদল

বিবাহ বাৰ্ষিকীত অতীত সুঁৱৰিলে অখিল পত্নী গীতাশ্ৰীয়ে

বিবাহ বাৰ্ষিকীত অতীত সুঁৱৰিলে অখিল পত্নী গীতাশ্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.