• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

1 hour ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

53 seconds ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

40 minutes ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

2 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

4 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

5 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

6 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

7 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

7 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

10 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

কোনে হত্যা কৰিলে অসমৰ মেহেকক?

editor by editor
August 11, 2026
in অপৰাধ, অসম, বিবিধ, ভাৰত, লেখা
0
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নয়দাৰ বৰাউলাগাঁৱৰ এটা PGত নৃশংস হ*ত্যাৰ বলি হ’ল অসমৰ এগৰাকী ১৯ বছৰীয়া যুৱতী। PGটোৰ প্ৰথম মহলাত বাস কৰা এজন যুৱকৰ কোঠাৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ ৰ*ক্তাক্ত মৃ*তদেহ। যুতীগৰাকীৰ শৰীৰত অসংখ্য আঘাতৰ চিন পোৱা গৈছে। ঘটনাৰ পিছতে অভিযুক্তই বাহিৰৰ পৰা কোঠাটোত তলা মাৰি পলায়ন কৰে। ঘৰৰ মালিকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে হ*ত্যাৰ গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত সুৰাক লৈ বিবাদৰ কথা পোহৰলৈ আহিছে।

আৰক্ষীয়ে সদৰী কৰা মতে, নি*হত যুৱতীগৰাকী অসমৰ ডিব্ৰুগড় নিবাসী মেহেক আহমেদ বুলি জানিব পৰা গৈছে। মেহেকে দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰি প্ৰায় তিনি সপ্তাহ আগতে নয়দালৈ গৈছিল বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। সঞ্জনা নামৰ এগৰাকী বান্ধৱীৰ সৈতে মেহেকে PGটোত আছিল বুলি জানিব পৰা গৈছে। বিহাৰৰ কাটিহাৰ নিবাসী ৰমন নামৰ এজন যুৱকেও একেটা ঘৰৰ প্ৰথম মহলাৰ এটা কোঠাত আছিল। আৰক্ষীৰ মতে, ৰমনে বি টেক সম্পূৰ্ণ কৰি এটা IT কোম্পানীত কাম কৰিছিল যদিও কিছুদিনৰ পৰা ৰমন কৰ্মসংস্থাপনহীন হৈ থকা বুলি PGৰ চৌহদটোৰ একাংশ বাসিন্দাই আৰক্ষীক জনায়।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বিগত ৮ আগষ্টৰ নিশা মেহক আৰু সঞ্জনা নামৰ যুৱতীগৰাকীয়ে নিজৰ কোঠাৰ বাহিৰৰ লবীত আছিল। ইফালে ৰমনে নিজৰ কোঠাৰ বাহিৰত বহি সু*ৰা সেৱন কৰি আছিল। এই কথাক লৈয়ে দুয়ো পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। পিছদিনা ৯ আগষ্টত সঞ্জনা কোনো কামৰ পৰা উভতি অহাৰ পিছত মেহকক নেদেখি যোগাযোগ কৰিবলৈ চেষ্টা কৰাত মেহেকৰ মোবাইলটো চুইচ অফ পায়। ব্যাপক অনুসন্ধানৰ পিছতো তাইক বিচাৰি উলিয়াব পৰা নাছিল। কিছু ঘণ্টাৰ পাছত পিজিৰ আৱাসীয়ে ৰমনৰ কোঠাত দুৰ্গন্ধ পায়। কোঠাটো বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল, ৰমন উপস্থিত নাছিল। ইয়াৰ পিছতে সন্দেহজনকভাৱে ঘৰৰ মালিকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মৃ*তদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাস্থলীৰ পৰা সাক্ষ্য সংগ্ৰহৰ বাবে মাতি অনা হৈছে ফৰেনছিক দল। দলটোৱে কোঠাটো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটো পৰীক্ষা কৰিছে। আৰক্ষীয়ে মৃতকৰ মোবাইল ফোনটোও জব্দ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। হ*ত্যাৰ পূৰ্বে মেহক কাৰ সংস্পৰ্শত আছিল আৰু এই কাণ্ডৰ আঁৰৰ উদ্দেশ্য কি সেয়া নিৰ্ণয় কৰিবলৈ কল ডিটেইল, চেট আৰু অন্যান্য মোবাইল কাৰ্য্যকলাপ পৰীক্ষা কৰা হৈছে।

বৰ্তমান আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জনোৱা মতে, PGৰ আন বাসিন্দাসকলক জেৰা কৰা হৈছে। অভিযুক্ত ৰমনক বিচাৰিবলৈ সম্ভাৱ্য আত্মগোপন স্থানত অভিযান চলোৱা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ফৰেনছিক তদন্ত, আৰু মোবাইল তথ্যই গোচৰটোৰ ওপৰত অধিক স্পষ্টতা প্ৰদান কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live24assam murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা
বাণিজ্য

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

August 11, 2026
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
Next Post
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.