• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

36 seconds ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

57 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

1 hour ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

2 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

3 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

4 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

5 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

6 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

7 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

8 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

প্ৰেমৰ সম্পৰ্কৰ শেষ পৰিণতি! 

editor by editor
August 13, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ বাগপতত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড। দুজন বন্ধুক হ*ত্যা কৰি মন্দিৰৰ চৌহদতে গোপনে পুতি থোৱাৰ অভিযোগ উঠিছে মন্দিৰৰ এজন পূজাৰীৰ বিৰুদ্ধে। কেৱল সেয়াই নহয় মৃ*তদেহ পুতি তাৰ ওপৰত চিমেণ্ট-ইটা আৰু টাইলছেৰে কংক্ৰিটৰ মজিয়া নিৰ্মাণ কৰি দিছিল অভিযুক্তই। হ*ত্যাকাণ্ডৰ ১৯ দিন পিছত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত আৰক্ষীয়ে দুয়োটা মৃ*তদেহ উদ্ধাৰ কৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মন্দিৰৰ পূজাৰী নৰেশ নাথে পলায়ন কৰে। অৱশ্যে নৰেশৰ দুই শিষ্য কৃষ্ণ যাদৱ আৰু উজ্জ্বলক আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰাত তেওঁলোকে হ*ত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। কৃষ্ণ-উজ্জ্বলৰ স্বীকাৰোক্তিৰ ভিত্তিত মন্দিৰৰ পিছফালে মাটি খান্দি আৰক্ষীয়ে অংকিত (২৫) আৰু ইছৰাৰ (৩২) উ*ৱলি যোৱা মৃ*তদেহ দুটা উদ্ধাৰ কৰে। কাপোৰ আৰু ঘড়ীৰ সহায়ত মৃ*তদেহ দুটাৰ পৰিচয় নিশ্চিত কৰা হয়।

প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে, অংকিতৰ ভনীয়েকৰ সৈতে পূজাৰী নৰেশ নাথৰ প্ৰেমৰ সম্পৰ্ক আছিল। এই সম্পৰ্কৰ বিৰোধিতা কৰি অংকিত আৰু তেওঁৰ বন্ধু ইছৰাৰে ২৫ জুলাইত পূজাৰী নৰেশক বুজাবলৈ মন্দিৰলৈ গৈছিল। তাতেই তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু পৰিস্থিতি ভয়ংকৰ ৰূপ লয়। অভিযোগ অনুসৰি, নৰেশে দুই যুৱকক হ*ত্যা কৰি নিজৰ দুই শিষ্যৰ সহায়ত মন্দিৰৰ পিছফালে মৃ*তদেহ দুটা পুতি থয়।

এই লোমহৰ্ষক ঘটনাটো উত্তৰপ্ৰদেশৰ বাগপত জিলা সদৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত চাঁদিনগৰ থানাৰ অন্তৰ্গত সিগোলি টগা গাঁৱত সংঘটিত হৈছে। ২৯ জুলাইত পৰিয়ালৰ লোকে চাঁদিনগৰ থানাত যুৱক দুজনৰ নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। প্ৰথম অৱস্থাত আৰক্ষীয়ে ঘটনাটো বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল বুলি ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালে অভিযোগ কৰে। কিন্তু ৮-১০ দিন পাৰ হৈ যোৱাৰ পাছতো দুয়ো উভতি নহাত পৰিয়ালৰ লোকে পুনৰ আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত অধিক সক্ৰিয় কৰে। আৰক্ষীয়ে দুয়োৰে কল ডিটেইল, মোবাইল লোকেচন আৰু গাঁওবাসীৰ সৈতে সোধা-পোছা আৰম্ভ কৰে। তদন্তৰ সময়ত লহচৌৰা অঞ্চলৰ গণেশ মন্দিৰৰ পূজাৰী নৰেশ নাথৰ নাম পোহৰলৈ আহে। আৰক্ষীয়ে জানিব পাৰে যে অংকিত আৰু ইছৰাৰক শেষবাৰৰ বাবে গণেশ মন্দিৰৰ ওচৰত দেখা গৈছিল। ইয়াৰ উপৰি তদন্তকাৰী বিষয়াসকলে অংকিতৰ ভনীয়েক আৰু নৰেশ নাথৰ মাজত থকা কথিত প্ৰেমৰ সম্পৰ্কৰ বিষয়েও তথ্য লাভ কৰে। ইয়াৰ পাছতে মহন্তৰ ওপৰত আৰক্ষীৰ সন্দেহ অধিক ঘনীভূত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Crime newsmurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.