• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ লাখত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে অৰ্জুন তেণ্ডুলকাৰক

২০ লাখত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে অৰ্জুন তেণ্ডুলকাৰক

5 years ago
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

16 minutes ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

48 minutes ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

2 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

2 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

4 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

4 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

5 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

6 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

14 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

15 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০ লাখত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে অৰ্জুন তেণ্ডুলকাৰক

editor by editor
February 19, 2021
in ক্ৰীড়া, ভাৰত
0
২০ লাখত মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰিলে অৰ্জুন তেণ্ডুলকাৰক
0
SHARES
15.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ : ২০ লাখ টকাত শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিত ipl-2021ৰ নিলামত মুম্বাই ইণ্ডিয়ানছে ২০ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত ক্ৰয় কৰে অৰ্জুনক। মুম্বাই ইণ্ডিয়ানছৰ ডাইৰেক্টৰ অব্ ক্ৰিকেট অপাৰেচনছ আৰু প্ৰাক্তন ভাৰতীয় পেছ বলাৰ জাহিৰ খান আৰু প্ৰশিক্ষক মাহেলা জয়বৰ্ধনাই অৰ্জুন তেণ্ডুলকাৰৰ দলভুক্তিক আদৰণি জনায়। দুয়ো জনায় যে কেৱল নিজৰ উপাধিৰ বাবেই বাঁওহতীয়া পেছ বলাৰজনক মুম্বাই দলে ক্ৰয় কৰা নাই। নিলামত ২১২ নম্বৰ খেলুৱৈৰূপে নাম উঠা ২১ বছৰীয়া অৰ্জুন সন্দৰ্ভত প্ৰশিক্ষক জয়বৰ্ধনে কয় যে ‘আমি তেওঁক প্ৰতিভাৰ আধাৰত বিবেচনা কৰিছিলো। শচীন তেণ্ডুলকাৰৰ পুত্ৰ হোৱাটোৱে এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলোৱা নাই। কিয়নো অৰ্জুন বেটছমেন নহয়, বলাৰহে। মই ভাবো শচীন তেণ্ডুলকাৰে এই লৈ গৌৰৱবোধ কৰিলেহেঁতেন যদিহে তেওঁ অৰ্জুনৰ দৰে বলিং কৰিব পাৰিলেহেঁতেন।’ কিছুদিন পূৰ্বে মুম্বাই ছিনিয়ৰ দলৰ হৈ আত্মপ্ৰকাশ কৰা অৰ্জুন তেণ্ডুলকাৰক লৈ স্বাভাৱিকতে প্ৰত্যাশা বৃদ্ধি পাইছে ক্ৰিকেটপ্ৰেমীৰ। অৰ্জুনক কঠোৰ পৰিশ্ৰমী আৰু আগ্ৰহী ন-শিকাৰো হিচাপে প্ৰশংসা কৰে জাহিৰ খানেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arjun tendulkarasom live 2assam live 24axom live 24Cricketerindia cricketindiansiplipl 2021mumbai indianssachin tendulkar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!
প্ৰযুক্তি

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

August 7, 2026
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!
অপৰাধ

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

August 7, 2026
Next Post
কোনে লাভ কৰিলে কংগ্ৰেছৰ আইফোন?

কোনে লাভ কৰিলে কংগ্ৰেছৰ আইফোন?

IPLৰ নিলাম

IPLৰ নিলাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.