• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

1 hour ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

24 minutes ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

1 hour ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

2 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

3 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

4 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

5 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

6 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

7 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

9 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

আঁৰৰ কাৰণ জানক

editor by editor
August 26, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে আজিকালি মহিলাসকলৰ Psod বা Cyst ৰ দৰে সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনেধৰণৰ বেমাৰৰ পৰা ৰক্ষা পৰিবলৈ মহিলাসকলে কি কৰিব জানো আহক…

PCOD বা Ovarian Cysts কিয় হয়?

আজিকালি PCOD (Polycystic Ovarian Disease) ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আগতে এই সমস্যা ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত বেছি দেখা গৈছিল কিন্তু এতিয়া ১৮ৰ পৰা ২০ বছৰ বয়সৰ ছোৱালীৰ ক্ষেত্ৰতো PCODৰ সমস্যা সাধাৰণ হৈ পৰিছে। এই সমস্যাক PCOS (Polycystic Ovarian Syndrome) বুলিও কোৱা হয়। PCOD হৈছে হৰম’নৰ সমস্যা যিটো আমাৰ বেয়া জীৱনশৈলীৰ ফল।

ইফালে Ovarian Cysts হৈছে মহিলাসকলৰ শৰীৰত হোৱা আন এবিধ সমস্যা। প্ৰতিগৰাকী মহিলাৰ শৰীৰত দুটা ডিম্বাশয় থাকে। সেয়া মহিলাৰ জৰায়ুৰ দুয়োকাষে থাকে আৰু ই হৰম’ন (ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন)ৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। যোৱা কেইবছৰমানৰ পৰা মহিলাৰ ডিম্বাশয়ত চিষ্ট গঠনৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবেই এনে হৈছে। ডিম্বাশয়ত ওখহি গাঁঠি গঠন হোৱাৰ সমস্যাক অভেৰিয়ান চিষ্ট বোলা হয়। কিছুমান ক্ষেত্ৰত এই গোটবোৰ নিজে নিজে নাইকিয়া হৈ যায়, আৰু আন কিছুমানৰ শৰীৰত বেছি গাঁঠি গঠন হ’লে বিশেষ ডাঙৰ ৰোগৰ আশংকা থাকে।

PCOD বা Ovarian Cysts ৰ লক্ষণ

PCOD ৰ লক্ষণ হৈছে

ওজন বৃদ্ধি
অনিয়মীয়া ঋতুস্ৰাৱ
শালমইনা আৰু উফি
শৰীৰ বা মুখমণ্ডলত অলাগতিয়াল চুলি বৃদ্ধি
Cysts ৰ লক্ষণ হৈছে

ঋতুস্ৰাৱৰ আগতে বা সময়ত তলপেটত তীব্ৰ বিষ
ঋতুস্ৰাৱ অনিয়মীয়া
যৌন মিলনৰ সময়ত বিষ
পিঠি আৰু উৰুৰ বিষ
কি কৰিব?

এনে লক্ষণবোৰ দেখিলে অৱহেলা নকৰিব আৰু লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। যদি PCOD বা Ovarian Cysts ৰ সন্দেহ কৰা হয়, তেন্তে বিশেষজ্ঞই চোনোগ্ৰাফী কৰাৰ পৰামৰ্শ দিব। প্ৰয়োজন হ’লে, তেজ পৰীক্ষা আৰু কিছুমান হ’ৰমন পৰীক্ষাও কৰিবলৈ দিব পাৰে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ নাখাব। আপোনাৰ নিজৰ ভুলৰ বাবে আপুনি পিছত বেছি সমস্যাত পৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
Next Post
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক'লৈ গ'ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.