• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

1 month ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

44 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

54 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কি কি পৰিস্থিতিত নিষ্ক্ৰিয় হ''ব পাৰে PF একাউণ্ট

editor by editor
August 26, 2026
in নিয়োগ, বিবিধ, ভাৰত, লেখা
0
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যক্তিগত খণ্ডত চাকৰি কৰা লোকসকলৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধি বা EPF হৈছে সঞ্চয়ৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। প্ৰতিমাহে দৰমহাৰ এটা অংশ PF একাউণ্টত জমা হয় আৰু সেই জমা ধনৰ ওপৰত বছৰি সুত পোৱা যায়। এই ধন ভৱিষ্যতে অৱসৰৰ সময়ত যথেষ্ট সহায়ক হয়। কিন্তু কিছুমান বিশেষ পৰিস্থিতিত PF একাউণ্ট ‘Inoperative’ বা নিষ্ক্ৰিয় হৈ পৰিব পাৰে। এনে হ’লে একাউণ্টত নতুনকৈ সুত জমা হোৱা বন্ধ হ’ব পাৰে। EPFOৰ তথ্য অনুসৰি, তলৰ ৪টা পৰিস্থিতিত PF একাউণ্ট নিষ্ক্ৰিয় হ’ব পাৰে—

১. ৫৫ বছৰৰ পিছত অৱসৰ ল’লে

যদি কোনো কৰ্মচাৰীয়ে ৫৫ বছৰ বা তাৰ পিছত অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰৰ পিছৰ ৩৬ মাহ অৰ্থাৎ ৩ বছৰলৈ PFৰ ধন উলিয়াবলৈ কোনো পদক্ষেপ নলয়, তেন্তে একাউণ্টটো নিষ্ক্ৰিয় হিচাপে গণ্য হ’ব পাৰে। ইয়াৰ পিছত একাউণ্টত সুত জমা হোৱা বন্ধ হ’ব পাৰে।

২. বিদেশত স্থায়ীভাৱে বসবাস কৰিবলৈ গ’লে

যদি কোনো PF সদস্যই ভাৰত এৰি স্থায়ীভাৱে আন এখন দেশত বসবাস কৰিবলৈ যায়, তেন্তে তেওঁৰ PF একাউণ্ট নিষ্ক্ৰিয় একাউণ্টৰ শ্ৰেণীত পৰিব পাৰে।

৩. PF সদস্যৰ মৃত্যু হ’লে

PF সদস্যৰ মৃত্যু হ’লে তেওঁৰ একাউণ্ট নিষ্ক্ৰিয় হিচাপে গণ্য হ’ব পাৰে। এনে ক্ষেত্ৰত একাউণ্টৰ ধন মনোনীত বা আইনগত উত্তৰাধিকাৰীয়ে দাবী কৰি উলিয়াব পাৰে। সেয়ে নোমিনীয়ে সময়মতে PFৰ ধনৰ বাবে ক্লেইম কৰা উচিত।

৪. ৩ বছৰলৈ ক্লেইম নকৰিলে

যেতিয়া PFৰ ধন সদস্যৰ বাবে উলিওৱাৰ যোগ্য হৈ পৰে, কিন্তু সদস্যই তাৰ পিছতো ৩৬ মাহ অৰ্থাৎ ৩ বছৰলৈ কোনো ক্লেইম নকৰে, তেন্তে একাউণ্টটো নিষ্ক্ৰিয় হ’ব পাৰে।

EPFOৰ পৰামৰ্শ কি?

চাকৰি সলনি কৰাৰ সময়ত পুৰণি PF একাউণ্টত থকা ধন নতুন PF একাউণ্টলৈ UANৰ জৰিয়তে ট্ৰেন্সফাৰ কৰি লোৱাটো ভাল। ইয়াৰ ফলত PFৰ সঞ্চয় একেলগে থাকে আৰু সুদৰ সুবিধাও অব্যাহত থাকে। সেয়ে চাকৰি সলনি কৰাৰ পিছত পুৰণি PF একাউণ্টৰ ধন পৰি থাকিবলৈ নিদি, সময়মতে নতুন একাউণ্টলৈ ট্ৰেন্সফাৰ কৰাটো উপকাৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24EPFOPF
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক'লৈ গ'ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.