• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

36 minutes ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

1 hour ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

2 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

2 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

3 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

4 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

4 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

5 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

6 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

6 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

8 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

৬ ৰানত ৫টা উইকেট

editor by editor
August 26, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
0
SHARES
29
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামিলনাডু প্ৰিমিয়াৰ লীগত ক্ৰিকেট অনুৰাগীয়ে কেতিয়াও নেদেখা এখন অনন্য মেচ উপভোগ কৰিবলৈ সক্ষম হৈছে। আজি অৰ্থাৎ ২৬ আগষ্টত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ মেচত কোভাই কিংছে ট্ৰিচি গ্ৰেণ্ড চোলাছক ৮৪ ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই মেচত কোভাই কিংছৰ বলাৰ দীবান লিংগেশৰ বিধ্বংসী বলিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। মেচখনত প্ৰথমে বেটিং কৰি কোভাই কিংছে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰে। দলটোৰ অ’পেনাৰ ৰাধাকৃষ্ণন আৰু সুৰেশ লোকেশ্বৰে ভাল আৰম্ভণি দি শতকীয় পাৰ্টনাৰশ্বিপ গঢ়ে। ইয়াৰ পিছত ১৮৪ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামে ট্ৰিচি গ্ৰেণ্ড চোলাছ। কিন্তু আৰম্ভণিতেই দলটোৰ বেটিং লাইনআপ সম্পূৰ্ণৰূপে ভাঙি পৰে। কোভাই কিংছৰ সোঁহতীয়া বেগী বলাৰ দীবান লিংগেশে ইনিংছৰ প্ৰথম অভাৰৰ প্ৰথম তিনিটা বলতে তিনিটা উইকেট দখল কৰি হেট্ৰিক সম্পূৰ্ণ কৰে।

লিংগেশে প্ৰথমে ৰাজকুমাৰ, তাৰ পিছত শ্যাম সুন্দৰ আৰু তৃতীয় বলত জগন্নাথন কৌশিকক আউট কৰে। ইয়াৰ লগে লগে TNPLৰ এই ছিজনৰ প্ৰথমটো হেট্ৰিক সম্পূৰ্ণ হয়। লিংগেশৰ এই বিধ্বংসী বলিঙৰ ফলত ট্ৰিচি দলটোৱে আৰম্ভণিতেই ডাঙৰ বিপদত পৰে। লিংগেশৰ পিছত স্পিনাৰ মণিমান সিদ্ধাৰ্থেও দলটোৰ ওপৰত চাপ বৃদ্ধি কৰে। চতুৰ্থ অভাৰত তেওঁ একেৰাহে দুটা উইকেট দখল কৰে। ফলত ট্ৰিচি গ্ৰেণ্ড চোলাছে ৬ ৰানতে ৫টাকৈ উইকেট পেভেলিয়নমুখী হয়।

অৱশ্যে অধিনায়ক সুৰেশ কুমাৰে কিছু সময়ৰ বাবে দলটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। তেওঁ আক্ৰমণাত্মক বেটিং কৰি মাত্ৰ ২৭টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। কিন্তু আন বেটাৰসকলে তেওঁক বিশেষ সহায় কৰিব নোৱাৰিলে। শেষত ট্ৰিচি গ্ৰেণ্ড চোলাছৰ সমগ্ৰ দলটো ১৫.৪ অভাৰত মাত্ৰ ৯৯ ৰানতে অলআউট হয়। ফলত কোভাই কিংছে ৮৪ ৰানৰ বৃহৎ জয় লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। এই মেচখনত দীবান লিংগেশৰ প্ৰথম অভাৰৰ হেট্ৰিকেই আছিল আটাইতকৈ উল্লেখযোগ্য ঘটনা। তেওঁৰ বিধ্বংসী আৰম্ভণিৰ বাবেই কোভাই কিংছে মেচখনত সহজে জয়লাভ কৰি TNPLৰ দশম ছিজনৰ ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ সক্ষম হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা
অপৰাধ

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

August 26, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.