• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

49 minutes ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

4 minutes ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

2 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

2 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

4 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

5 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

18 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

19 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

19 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

20 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

20 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

21 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

ৰাজনাথ সিঙৰ পৰা মায়াৱতীলৈ...

editor by editor
September 5, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজনাথ সিং

উত্তৰ প্ৰদেশৰ চন্দৌলী জিলাৰ ভাভুৰা গাঁৱত ১৯৫১ চনৰ ১০ জুলাইত জন্মগ্ৰহণ কৰে। তেওঁ গোৰখপুৰ বিশ্ববিদ্যালয়ৰ পৰা Physicsত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ কে বি পোষ্ট গ্ৰেজুৱেট কলেজ, মিৰ্জাপুৰত Physicsৰ অধ্যাপক হিচাপে কাম আৰম্ভ কৰে। বিশেষ কথাটো হ’ল, তেওঁৰ শিক্ষকতা জীৱন ১৯৭১ চনৰ পৰাই আৰম্ভ হোৱা বুলি Indian Expressৰ জীৱনীমূলক তথ্যত উল্লেখ আছে। সেই সময়তে তেওঁ RSS আৰু ছাত্ৰ ৰাজনীতিৰ সৈতেও জড়িত হৈ পৰিছিল। ৰাজনাথ সিঙৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হয় ১৯৭০ৰ দশকত। ১৯৭৪ চনত তেওঁ তদানীন্তন ভাৰতীয় জনসংঘৰ Mirzapur unit-ৰ Secretary হয় আৰু ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পিছত তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ দ্ৰুতগতিত আগবাঢ়ে—

মায়াৱতী

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীৰ ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ অথচ তুলনামূলকভাৱে কম চৰ্চিত অধ্যায় হ’ল তেওঁৰ শিক্ষকতা জীৱন। ৰাজনীতিত পূৰ্ণকালীনভাৱে সক্ৰিয় হোৱাৰ পূৰ্বে তেওঁ দিল্লীৰ ইন্দৰপুৰী জে জে কলনীৰ এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল। সেই সময়তে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS) পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছিল। অৰ্থাৎ মায়াৱতীৰ প্ৰথম পেছাগত পৰিচয় আছিল শিক্ষয়িত্ৰী। তেওঁ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ লগতে নিজেও উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি গৈছিল। শিক্ষকতা কৰাৰ সময়তেই তেওঁ আইন বিষয়ৰো অধ্যয়নো অব্যাহত ৰাখিছিল। এই সময়ছোৱাই তেওঁৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ভূমিকা লৈছিল। মায়াৱতীৰ শিক্ষকতা জীৱন দীঘলীয়া নহ’লেও সেই সময়ছোৱাই তেওঁৰ ব্যক্তিত্ব গঠনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি তেওঁ বিভিন্ন সময়ত উল্লেখ কৰিছে। বিদ্যালয়ত শিক্ষকতা কৰাৰ ফলত সাধাৰণ মানুহৰ সৈতে যোগাযোগ, নিজৰ বক্তব্য স্পষ্টভাৱে প্ৰকাশ কৰা আৰু মানুহৰ সমস্যা বুজি পোৱাৰ সুযোগ লাভ কৰিছিল।

ড০ মনোজ কুমাৰ ঝা

বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ (RJD) এগৰাকী গুৰুত্বপূৰ্ণ নেতা ড০ মনোজ কুমাৰ ঝা বৰ্তমান ৰাজ্যসভাৰ সাংসদ। ৰাজনীতিত সম্পূৰ্ণৰূপে সক্ৰিয় হোৱাৰ পূৰ্বে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ Department of Social Workৰ অধ্যাপক আছিল। তাৰ আগতে ১৯৯৪ৰ পৰা ২০০২লৈ জামিয়া মিলিয়া ইছলামিয়াত অধ্যাপক হিচাপেও কাম কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ত তেওঁ Department of Social Workৰ মুৰব্বীও আছিল। তেওঁৰ শিক্ষাগত পটভূমি Social Work-ত MA আৰু PhD। শিক্ষাবিদ হিচাপে তেওঁৰ গৱেষণাৰ বিষয় আছিল সামাজিক আন্দোলন, শাসনব্যৱস্থা, সামাজিক ন্যায়, সংখ্যালঘু-সংখ্যাগৰিষ্ঠ সম্পৰ্ক আদি। পিছলৈ এই একাডেমিক অভিজ্ঞতাই তেওঁক ৰাষ্ট্ৰীয় ৰাজনীতিত সামাজিক ন্যায় আৰু সংবিধান সম্পৰ্কীয় বিষয়ত শক্তিশালী বক্তা হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰে। ২০২৬ চনতো চৰকাৰী সংসদীয় নথিত তেওঁৰ ৰাজ্যসভাৰ সদস্য হিচাপে উল্লেখ আছে।

ড০ অংগোমচা বিমল আকোইজাম

মণিপুৰৰ Inner Manipur সমষ্টিৰ কংগ্ৰেছ সাংসদ ড০ অংগোমচা বিমল আকোইজাম মূলতঃ এগৰাকী শিক্ষাবিদ আৰু অধ্যাপক হিচাপে পৰিচিত আছিল। তেওঁ JNUৰ অধ্যাপক আছিল আৰু Social/Political Psychology তথা Cultural Studies-ৰ সৈতে জড়িত আছিল। ২০২৪ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি তেওঁ সক্ৰিয় ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আহে। মণিপুৰৰ সংঘাতৰ সময়ত তেওঁৰ একাডেমিক পৰিচয় আৰু ৰাজনৈতিক বিশ্লেষণে তেওঁক ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো বিশেষভাৱে চৰ্চিত কৰিছিল।

ড০ সিকন্দৰ কুমাৰ

হিমাচল প্ৰদেশৰ বিজেপি নেতা ড০ সিকন্দৰ কুমাৰ এগৰাকী অৰ্থনীতিৰ অধ্যাপক হিচাপে দীঘলীয়া সময় কাম কৰিছিল। হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰৰ অৰ্থনীতি বিভাগত তেওঁৰ প্ৰায় ২৯ বছৰৰ teaching experience আছিল আৰু ২০০৯ চনৰ পৰা প্ৰধ্যাপক হিচাপে কাম কৰিছিল। শিক্ষাক্ষেত্ৰৰ পৰা তেওঁ বিশ্ববিদ্যালয় প্ৰশাসনলৈও আগবাঢ়ে আৰু ২০১৮ চনত হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ Vice-Chancellor হয়। তাৰ পিছত ২০২২ চনত বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Indian Politics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!
বিনোদন

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

September 5, 2026
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?
জীৱনশৈলী

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
Next Post
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.