• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

2 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

3 minutes ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

35 minutes ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

2 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

10 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

11 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

11 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

11 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

11 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

12 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

13 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

13 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

কেনেকৈ সংঘটিত হ'ল ৫ যুৱকে প্ৰাণ হেৰুওৱা ভয়ংকৰ দুৰ্ঘটনাটো?

editor by editor
September 12, 2026
in অসম, বিবিধ, লেখা
0
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল
0
SHARES
885
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ ৰাজপথত পুনৰ মৃ*ত্যুৰ কিৰিলি। এক শিহৰণকাৰী ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে এতিয়া ঘোঁৰামাৰা বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী মিট চাপ্লাইত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

জানিব পৰা মতে, নিশা ১২ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিট চাপ্লাই অঞ্চলত এখন ট্ৰাক আৰু এখন ইক’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ইক’ বাহনখনত থকা পাঁচজন যুৱকৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত ইকো বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

প্ৰাপ্ত তথ্য অনুসৰি, AR 04A 2696 নম্বৰৰ ট্ৰাকখন আৰু AS 12AP 6300 নম্বৰৰ ইক’ বাহনখনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষ ইমানেই প্ৰচণ্ড আছিল যে ইক’ বাহনখন যথেষ্ট ক্ষতিগ্ৰস্ত হয় আৰু বাহনখনত থকা পাঁচজন যুৱকৰ থিতাতে মৃ*ত্যু ঘটে বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজন ঘোঁৰামাৰী বতাবাৰীৰ হৰ গোবিন্দ হাজুৱাৰী, নয়ন স্বৰ্গীয়াৰী, পাপু বৰা, প্ৰাঞ্জল বণিয়া আৰু সঞ্জয় মেচ বুলি জানিব পৰা গৈছে। একে নিশাতে পাঁচজনকৈ যুৱকৰ কৰুণ মৃত্যুৰ খবৰে অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে। পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজতো শোকৰ বন্যা নামি পৰিছে।

উল্লেখ্য যে ৰাজ্যৰ ব্যস্ত পথসমূহৰ ভিতৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথো অন্যতম। নিশাৰ ভাগত এই পথত যান-বাহনৰ চলাচল অব্যাহত থাকে। এনে পৰিস্থিতিত ট্ৰাক আৰু সৰু বাহনৰ মুখামুখি সংঘৰ্ষই পুনৰ পথ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে এই ভয়ংকৰ দুৰ্ঘটনাটো সঠিকভাৱে কিয় সংঘটিত হ’ল, সেই সন্দৰ্ভত এতিয়াও বিতং তথ্য পোহৰলৈ অহা নাই। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!
প্ৰযুক্তি

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

September 11, 2026
Next Post
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ...

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.