- ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ
- কাইলৈ সন্ধিয়া ৭ বজাত ৰেচন কাৰ্ড থকা প্ৰতিখন ঘৰত প্ৰজ্বলন হ’ব বন্তি
- ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জিলা প্ৰশাসনৰ জাননী জাৰি
- ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কাইলৈ জ্বলাব লাগিব চাকি
- পেট্ৰ’ল পাম্প, সৰিয়হ মিল, ধানৰ মিলৰ গৰাকীয়েও জ্বলাব লাগিব বন্তি
- প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে সেৱা সংকল্প অভিযান
- সেৱা সংকল্প অভিযানৰ অংশ স্বৰূপে মাটিৰ চাকি জ্বলোৱাৰ আহ্বান
- মাজুলী জিলা প্ৰশাসনে জাৰি কৰিলে জাননী
সম্পূৰ্ণ খবৰ পঢ়ক এই লিংকত- https://www.facebook.com/share/v/1DeRiik2QH/
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















