• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

57 minutes ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

13 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

25 minutes ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

41 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

2 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

ক'ত হেৰাল ৰূপম শইকীয়া?

editor by editor
September 29, 2026
in অসম, বিবিধ, লেখা
0
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিমিষা হত্যাকাণ্ডৰ তদন্তৰ মাজতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। ঘটনাটোৰ সৈতে নাম সাঙোৰ খোৱা ৰূপম শইকীয়া ঘটনাৰ পিছদিনা সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে। গাড়ীগাঁৱৰ বেজপাৰৰ বাসিন্দা ৰূপম শইকীয়াক বিচাৰি বৰ্তমান পৰিয়ালৰ মাজত হাহাকাৰ।

উল্লেখ্য যে, ২৫ ছেপ্টেম্বৰত আছিক আৰু নিমিষাৰ সৈতে ৰূপম শইকীয়াই একেলগে মদ্যপান কৰিছিল ৰূপমে। মদ্যপান কৰাৰ পিছত নিশা হোমষ্টেৰ পৰা ৰূপম ওলাই আহিছিল। নিশা প্ৰায় ৯.৪০ বজাত ৰূপমে ঘৰলৈ উভতি গৈছিল।

পিছদিনা পুৱা পৰিয়ালৰ কোনো লোকৰ মৃত্যুৰ খবৰ ল’বলৈ ৰূপম মিৰ্জালৈ গৈছিল। মিৰ্জাৰ পৰা উভতি অহাৰ পিছত দিনটো তেওঁ ঘৰতে আছিল বুলি জানিব পৰা যায়।

কিন্তু সন্ধিয়া পুনৰ বাইকেৰে আদাবাৰীলৈ ওলাই যায়। তাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান পোৱা নাই। পৰিয়ালৰ লোকে বিভিন্ন স্থানত খবৰ কৰিও তেওঁৰ সন্ধান উলিয়াব পৰা নাই।

আনহাতে, ৰূপমৰ শেষ লোকেশ্যন ৰামপুৰৰ এখন পথাৰত পোৱা গৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে তেওঁৰ মোবাইল ফোনটো ছুইটছ অফ হৈ পৰে। ফলত ঘটনাটোক লৈ অধিক ৰহস্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, ডেৰমাহমান পূৰ্বেহে ৰূপম শইকীয়াৰ সৈতে আছিক-নিমিষাৰ চিনাকী হৈছিল। ইয়াৰ পূৰ্বে ৰূপমৰ গাড়ীতেই আছিক আৰু নিমিষা শ্বিলঙলৈ যোৱা বুলিও জানিব পৰা গৈছে। লগতে আছিক আলী ৰূপমৰ ভাতৃৰ ঘনিষ্ঠ আছিল বুলিও তথ্য পোহৰলৈ আহিছে।

নিমিষা হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ সময়তে ৰূপম শইকীয়াৰ এনেদৰে সন্ধানহীন হৈ পৰা ঘটনাই স্বাভাৱিকতে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। অৱশ্যে ৰূপমৰ সন্ধানহীন হোৱা আৰু নিমিষা হত্যাকাণ্ডৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক আছে নেকি, সেয়া তদন্তৰ জৰিয়তেহে স্পষ্ট হ’ব।

বৰ্তমান সন্ধানহীন ৰূপম শইকীয়াক বিচাৰি পৰিয়ালৰ লোকে উদ্বিগ্নতাৰে অপেক্ষা কৰিছে। আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে আৰু তদন্তত পৰৱৰ্তী সময়ত কি তথ্য পোহৰলৈ আহে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

September 29, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

September 29, 2026
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
Next Post
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.