• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

18 minutes ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

1 second ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

49 minutes ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

2 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

3 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

4 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

4 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

5 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

5 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

6 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

8 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

9 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাৰ আচৰিত অভিলেখ

editor by editor
October 10, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
0
SHARES
62
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় T20 দলৰ সহঃ অধিনায়ক তিলক বৰ্মাই বেট পুনৰ ছন্দলৈ ঘূৰি আহিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন T20 মেচত তেওঁ নিজৰ বেটিং দক্ষতাৰ পৰিচয় দিয়ে। মাত্ৰ ১৮টা বলৰ সন্মুখীন হৈ তিলকে ৪৪ ৰানৰ অপৰাজিত ইনিংছ খেলে। তেওঁৰ এই বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতীয় দলে ২৪৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

এই মেচখনতে তিলক বৰ্মাই T20 ক্ৰিকেটত ৫,০০০ ৰান সম্পূৰ্ণ কৰাৰ কৃতিত্ব অৰ্জন কৰে। মাত্ৰ ১৭৪খন T20 মেচ খেলিয়েই তেওঁ এই মাইলৰ খুঁটিত উপনীত হয়। অৱশ্যে, ৫,০০০ ৰান সম্পূৰ্ণ কৰাই তেওঁৰ একমাত্ৰ কৃতিত্ব নহয়। এই মাইলৰ খুঁটি স্পৰ্শ কৰাৰ লগে লগে তেওঁ এক বিশেষ অভিলেখো গঢ়িবলৈ সক্ষম হয়।

T20 ক্ৰিকেটৰ ইতিহাসত এতিয়ালৈকে ১৪৩গৰাকী বেটছমেনে ৫,০০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। কিন্তু এই বেটছমেনসকলৰ ভিতৰত তিলক বৰ্মাই এক ব্যতিক্ৰমী স্থান লাভ কৰিছে। তেওঁৰ বেটিং গড় ৪০তকৈ অধিক আৰু ষ্ট্ৰাইক ৰেট ১৪০তকৈ বেছি। অৰ্থাৎ, তেওঁ ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰাৰ লগতে দ্ৰুত গতিতো বেটিং কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ৪০তকৈ অধিক বেটিং গড় আৰু ১৪০তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে T20 ক্ৰিকেটত ৫০০০ ৰান সম্পূৰ্ণ কৰা একমাত্ৰ বেটাৰত পৰিণত হৈছে তিলক বৰ্মা।

ইয়াৰ উপৰি, ২০২৬ চনতো তিলক বৰ্মাৰ বেটিং প্ৰদৰ্শন যথেষ্ট আকৰ্ষণীয়। এই বছৰ T20 ক্ৰিকেটত ১৬ৰ পৰা ২০ অভাৰৰ মাজৰ সময়ছোৱাত, অৰ্থাৎ ইনিংছৰ শেষৰ চাৰিটা অভাৰত তেওঁ ১৭৮টা বলৰ সন্মুখীন হৈ ৪১৪ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ২৩২.৫৮, যিটো চলিত বৰ্ষত সৰ্বোত্তম।

তিলক বৰ্মাৰ এই প্ৰদৰ্শনে প্ৰমাণ কৰিছে যে তেওঁ কেৱল দলৰ বাবে ৰান সংগ্ৰহ কৰাই নহয়, ইনিংছৰ শেষৰ ফালেও দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ বিশাল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricketTilak Varma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক
ভাৰত

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 10, 2026
Next Post
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.