• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

2 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

1 hour ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

1 hour ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

3 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

3 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

4 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

5 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

6 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

7 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

8 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

8 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

আল্লু অৰ্জুন সন্দৰ্ভত ৰশ্মিকাৰ মন্তব্য লাভ কৰিছে চৰ্চা

editor by editor
October 18, 2026
in চিনেমা, বিনোদন, ভাৰত
0
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
0
SHARES
650
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় আড্ডা শ্ব’ ‘কফী উইথ কৰণ ছিজন ৯’ৰ দ্বিতীয় খণ্ডৰ প্ৰমো মুকলি কৰা হৈছে। এই খণ্ডত অতিথি হিচাপে দেখা যাব দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মান্ধনাক। প্ৰথম খণ্ডত ছলমান খান আৰু কৰিশ্মা কাপুৰে অংশগ্ৰহণ কৰাৰ পিছত এইবাৰ বিজয় আৰু ৰশ্মিকাৰ উপস্থিতিয়ে দৰ্শকৰ মাজত বিশেষ আগ্ৰহ সৃষ্টি কৰিছে। প্ৰায় ১ মিনিট ৫ ছেকেণ্ডৰ এই প্ৰমোটোত বিজয় আৰু ৰশ্মিকাৰ মাজৰ মৰম আৰু ধেমেলীয়া কথোপকথনৰ কিছু আভাস পোৱা গৈছে। বৰ্তমান দুয়োগৰাকী অভিনেতা-অভিনেত্ৰী তেওঁলোকৰ ছবি ‘ৰণবালী’ৰ বাবেও চৰ্চাত আছে।

ৰশ্মিকাই এবছৰত ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল নেকি?

প্ৰমোটোৰ আৰম্ভণিতে কৰণ জোহৰে কয় যে তেওঁৰ সন্মুখত আহিছে এগৰাকী জনপ্ৰিয় তাৰকা যুটি। ইয়াৰ পিছতে বিজয় আৰু ৰশ্মিকাই হাতত হাত ধৰি শ্ব’টোত প্ৰৱেশ কৰে আৰু ইজনে সিজনক উৰন্ত চুমা দিয়ে। আড্ডাৰ মাজতে কৰণে বিজয়ক সোধে যে তেওঁৰ জীৱনলৈ ৰশ্মিকা অহাৰ পিছত বিয়াৰ প্ৰস্তাৱ কোনে প্ৰথমে দিছিল। ইয়াৰ উত্তৰত বিজয়ে কয় যে ৰশ্মিকাই তেওঁক বিয়াৰ কথা কৈছিল। আনকি তেওঁ ধেমেলীয়াকৈ কয় যে ৰশ্মিকাই তেওঁক ১০০ বাৰতকৈও অধিক বিয়াৰ প্ৰস্তাৱ দিছিল। ৰশ্মিকাই এই সন্দৰ্ভত কয় যে তেওঁ গোটেই বছৰটো বিজয়ক বিয়াৰ কথা কৈ আছিল। বিজয়েও হাঁহি হাঁহি নিজৰ কথাৰ ব্যাখ্যা দিয়ে।

ৰশ্মিকাৰ পছন্দ আল্লু অৰ্জুন, নে ৰণবীৰ কাপুৰ?

শ্ব’টোৰ দ্ৰুত প্ৰশ্নোত্তৰ পৰ্বতো বহু আমোদজনক মুহূৰ্ত দেখা গৈছে। কৰণ জোহৰে ৰশ্মিকাক সোধে যে তেওঁ আল্লু অৰ্জুন আৰু ৰণবীৰ কাপুৰৰ মাজৰ পৰা কাক বাছি ল’ব। ৰশ্মিকাই উত্তৰত আল্লু অৰ্জুনৰ নাম লয়। ইয়াৰ পিছতে কৰণে বিজয়ক সোধে যে ৰশ্মিকাৰ বাহিৰে আন কোনগৰাকী অভিনেত্ৰীৰ সৈতে তেওঁৰ পৰ্দাৰ কেমেষ্ট্ৰী আটাইতকৈ ভাল।

প্ৰমোটোৰ আন এটা আকৰ্ষণীয় অংশত দেখা যায় যে কৰণে বিজয় আৰু ৰশ্মিকাক এজন এজনককৈ চেলিব্ৰিটিক ফোন কৰিবলৈ কয়। বিজয়ে ‘পুষ্পা’ ছবিৰ তাৰকা আল্লু অৰ্জুনক ফোন কৰে। আল্লু অৰ্জুনে ফোনটো ধৰি কৰণ জোহৰক উদ্দেশ্যি নিজৰ মন্তব্য ৰাখে। শ্ব’টোৰ নিয়ম অনুসৰি সঠিকভাৱে ফোন কৰাৰ বাবে বিজয়ে পাঁচ পইণ্ট লাভ কৰে। ‘কফী উইথ কৰণ ছিজন ৯’ৰ দ্বিতীয় খণ্ড ২১ অক্টোবৰ, বুধবাৰে সন্ধিয়া ৭ বজাত JioHotstar-ত মুক্তি পোৱাৰ কথা।

এই খণ্ডত বিজয় আৰু ৰশ্মিকাৰ ব্যক্তিগত জীৱনৰ কিছু কথা, তেওঁলোকৰ মাজৰ ধেমেলীয়া মুহূৰ্ত আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ আন তাৰকাসকলৰ বিষয়ে বহু আকৰ্ষণীয় কথা জানিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে। বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ মাজৰ প্ৰেমৰ চৰ্চা ২০২০ চনৰ পৰাই আৰম্ভ হৈছিল। দুয়োজনে বহুদিনলৈ নিজৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ একো প্ৰকাশ কৰা নাছিল। অৱশ্যে বিভিন্ন সময়ত তেওঁলোকক একেলগে ছুটী কটোৱা আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল। পিছলৈ তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা অধিক বৃদ্ধি পায়। প্ৰেমৰ সম্পৰ্কৰ পৰা জীৱনসংগীলৈ পৰিণত হোৱা এই যুটিয়ে অনুৰাগীসকলৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

'কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.