• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

2 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

2 minutes ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

31 minutes ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

2 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

3 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

20 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

21 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

21 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

22 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

23 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

24 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

1 day ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

তীৰ্থভ্ৰমণৰ প্ৰস্তুতিৰ সময়তে মৰ্মান্তিক ঘটনা

editor by editor
October 30, 2026
in বিবিধ, ভাৰত, লেখা
0
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শুকুৰবাৰে পুৱা মহাগুন মাইউডছ ছ’চাইটিৰ ২৩ নং মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু হয়। মৃত ১১ বছৰীয়া আৰাভ আৰু তেওঁৰ পিতৃ ৰণদীপ পাত্ৰ বুলি চিনাক্ত কৰা হৈছে। ৰণদীপ পাত্ৰই সচিবালয়ত কৰ্মৰত আছিল। পৰিয়ালটোৱে পূজা আৰু খাতু শ্যাম ধাম ভ্ৰমণৰ প্ৰস্তুতি চলাই থকাৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। পুত্ৰক বচাবলৈ গৈ পিতৃয়েও প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

পুত্ৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত পৰিয়ালটোৱে খাতু শ্যাম ধামলৈ তীৰ্থযাত্ৰা কৰাৰ প্ৰস্তুতি চলাই আছিল। যাত্ৰাৰ পূৰ্বে পূজাৰ বাবে ঘৰৰ বেলকনিত থকা গছ-গছনিৰ পৰা ফুল ছিঙি আছিল পৰিয়ালৰ লোকসকল। সেই সময়তে ১১ বছৰীয়া আৰাভে বেলকনিৰ পৰা ফুল ছিঙি থাকোঁতে হঠাতে ভাৰসাম্য হেৰুৱায়। ফলত তেওঁ ৰেলিঙৰ পৰা পিছলি বাহিৰফালে ওলমি পৰে। নিজৰ পুত্ৰক বিপদত পৰা দেখি পিতৃ ৰণদীপ পাত্ৰই লগে লগে তেওঁক বচাবলৈ চেষ্টা কৰে। পুত্ৰক ওপৰলৈ টানি আনিবলৈ গৈ তেওঁ নিজেও ভাৰসাম্য হেৰুৱায়। অৱশেষত পিতৃ-পুত্ৰ দুয়োটা ২৩ নং মহলাৰ পৰা তললৈ পৰে। এই ঘটনাত দুয়োৰে থিতাতে মৃত্যু হয়।

আৰক্ষীৰ তদন্ত অব্যাহত

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বিছৰাখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বিছৰাখ থানাৰ বিষয়া ৰঞ্জিত সিঙৰ মতে, আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে, খাতু শ্যাম ধামলৈ যোৱাৰ প্ৰস্তুতি চলাই থকা পৰিয়ালটোৰ বাবে এই ঘটনা এক ভয়ংকৰ শোকলৈ পৰিণত হয়। পিতৃ-পুত্ৰৰ আকস্মিক মৃত্যুত পৰিয়ালৰ লোকসকল ভাগি পৰাৰ লগতে মহাগুন মাইউডছ ছ’চাইটিৰ বাসিন্দাসকলৰ মাজতো গভীৰ শোকৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?
বিবিধ

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

October 30, 2026
Next Post
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.