• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

1 hour ago
EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

7 seconds ago
WhatsAppত আহিল এই নতুন সুবিধা!

WhatsAppত আহিল এই নতুন সুবিধা!

2 hours ago
বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

2 hours ago
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

2 hours ago
‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

3 hours ago
টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

3 hours ago
এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

4 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

শীঘ্ৰে বৃদ্ধি পাব বিদ্যুৎ মাচুল, আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

5 hours ago
অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

6 hours ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

মহিলাসকললৈ দীপাৱলীৰ উপহাৰ, ১১০০ কোটি টকাৰ কল্যাণমূলক সাহায্য!

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

ধনতেৰছৰ পূৰ্বে ঘটিব মহাজাগতিক পৰিঘটনা, সলনি হ’ব জীৱন!

7 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

CJM আদালতৰ নিৰ্দেশ, জে’ললৈ প্ৰেৰণ হোটেল বিলাস ইন ঘটনাৰ মূল অভিযুক্ত ঘনকান্তক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

শিৱসাগৰলৈ নিয়া হ’ব ঘনকান্ত গগৈক

editor by editor
November 3, 2026
in অপৰাধ, অসম, লেখা
0
ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ
0
SHARES
917
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন এটা পুৰণি প্ৰৱঞ্চনাৰ গোচৰৰ তদন্তৰ স্বাৰ্থত শিৱসাগৰলৈ নিয়া হ’ব অভিযুক্ত ঘনকান্ত গগৈক। কাইলৈ শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ (CJM) আদালতত ঘনকান্ত গগৈক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে। ডিমৌ থানাত ৰুজু হৈ থকা এটা প্ৰৱঞ্চনাৰ গোচৰৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে Production Warrant জাৰি কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। উল্লেখ্য যে ডিমৌ থানাত ঘনকান্ত গগৈৰ বিৰুদ্ধে ১০৮/২৪ নম্বৰত এটা প্ৰৱঞ্চনাৰ গোচৰ পঞ্জীয়ন হৈ আছে। ২০২৩ চনৰ ২৫ নৱেম্বৰত ছাদ্দাম হুছেইন নামৰ এজন লোকে ঘনকান্ত গগৈৰ বিৰুদ্ধে এই গোচৰটো ৰুজু কৰিছিল।

(ঘনকান্তৰ বিৰুদ্ধে এজাহাৰ)

অভিযোগ অনুসৰি, ছাদ্দাম হুছেইনৰ পৰা মাহিলী ভাড়াৰ চুক্তিত এখন ফকলেন লৈছিল ঘনকান্ত গগৈয়ে। অৰুণাচলত কাম কৰাৰ উদ্দেশ্যে ফকলেনখন লৈ যোৱাৰ পিছত চুক্তি অনুসৰি মাহিলী ভাড়া পৰিশোধ কৰা নাছিল ঘনকান্তই। দুমাহৰ পিছত ছাদ্দাম হুছেইনে ভাড়া আৰু ফকলেনখন ঘূৰাই বিচৰাত ঘনকান্ত গগৈয়ে ফকলেনখন ঘূৰাই নিদিয়াৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে ছাদ্দাম হুছেইনে ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

ইফালে, আন এটা গোচৰৰ তদন্তৰ স্বাৰ্থত কাৰাগাৰত বন্দী অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ বাবে Production Warrant জাৰি কৰিব পাৰে আদালতে। কাৰাগাৰত বন্দী হৈ থকা এজন অভিযুক্তক আন এটা গোচৰৰ তদন্ত বা আইনী প্ৰক্ৰিয়াৰ বাবে আদালতত হাজিৰ কৰোৱাৰ এয়া এক আইনী ব্যৱস্থা।

আনহাতে, শিৱসাগৰ সদৰ থানাতো ঘনকান্ত গগৈৰ বিৰুদ্ধে ২০২৪ চনত আন এটা পুৰণি গোচৰ ৰুজু হৈছিল। এই গোচৰটোৰ তদন্ত আগবঢ়োৱাৰ স্বাৰ্থত শিৱসাগৰ আৰক্ষীয়ে তেওঁক নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। লগতে গোচৰটোৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে তেওঁক Show Arrest কৰাৰো সম্ভাৱনা প্ৰকাশ পাইছে। সেয়েহে, আজি ঘনকান্ত গগৈক শিৱসাগৰলৈ নিয়া আৰু কাইলৈ CJM আদালতত হাজিৰ কৰোৱাৰ প্ৰক্ৰিয়াক লৈ আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত দৃষ্টি নিবদ্ধ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি
বাণিজ্য

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

November 3, 2026
WhatsAppত আহিল এই নতুন সুবিধা!
প্ৰযুক্তি

WhatsAppত আহিল এই নতুন সুবিধা!

November 3, 2026
বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?
অসম

বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

November 3, 2026
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!
বিনোদন

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

November 3, 2026
Next Post
EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.