• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

1 hour ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

56 seconds ago
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

17 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

33 minutes ago
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

57 minutes ago
হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

2 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

2 hours ago
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

3 hours ago
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

3 hours ago
ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯%  লোকে নাজানে শুদ্ধ উত্তৰ

ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

3 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

পুৰণি দুখ-কষ্ট শেষ! নতুন মাহত ৪ ৰাশিৰ জীৱনলৈ আহিব সুখৰ বতৰা

4 hours ago
‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

4 hours ago
দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাত নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প।

editor by editor
November 4, 2026
in বিবিধ, বিশ্ব, লেখা
0
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যকালীন নিৰ্বাচনত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। মিচিগান চিনেটৰ আসনৰ বাবে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী মাইক ৰজাৰ্ছক পৰাস্ত কৰিছে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী আব্দুল এল ছায়েদে। নিৰ্বাচন নিৰীক্ষণ সংস্থা ডিচিচন ডেস্ক মুখ্য কাৰ্যালয়ে আব্দুল এল-ছায়দক বিজয়ী ঘোষণা কৰিছে।

আমেৰিকাৰ মিচিগানৰ এই আসনখন বাতৰিৰ শিৰোনাম দখল কৰিছে কাৰণ এই প্ৰতিযোগিতা কেৱল দুজন প্ৰাৰ্থীৰ মাজত নাছিল, ইয়াৰ ফলাফল ট্ৰাম্পৰ জনপ্ৰিয়তা আৰু তেওঁৰ দলৰ নিৰ্বাচনী প্ৰভাৱৰ সৈতেও জড়িত হৈ আছিল। এফালে ট্ৰাম্পৰ সমৰ্থনত দৌৰা মাইক ৰজাৰ্ছ আৰু আনফালে সাধাৰণ মানুহৰ সমস্যাকে ধৰি অসংখ্য বিষয় উত্থাপন কৰা আব্দুল আল ছায়েদ। আব্দুলৰ বিজয়ে ডেম’ক্ৰেটিক পাৰ্টিৰ বাবে এক গুৰুত্বপূৰ্ণ আসন নিশ্চিত কৰিছে।

ট্ৰাম্পে লক্ষ্য কৰি লৈছিল

নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে আব্দুল আল ছায়েদক লক্ষ্য কৰি লৈছিল ড’নাল্ড ট্ৰাম্পে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “আব্দুল আল ছায়েদে ইহুদী আৰু কৃষ্ণাংগ লোকক ঘৃণা কৰে। আপত্তি নকৰিব, তেওঁ বগা মানুহকো ঘৃণা কৰে।” ইয়াৰ পিছত ট্ৰাম্পে লিখিছিল যে মিচিগানত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ চিনেটৰ দৌৰত কেৱল মূৰ্খইহে তেওঁক ভোট দিব।

মধ্যকালীন নিৰ্বাচনী প্ৰচাৰৰ সময়তো ট্ৰাম্পে আব্দুল আল ছায়েদৰ বিৰুদ্ধে কেইবাটাও বক্তব্য দিছিল। তেওঁ কয়, “মই ইয়াত আহিছো এজন জেহাদী মুছলিম ব্ৰাদাৰহুডৰ সদস্যক আমেৰিকাৰ চিনেটৰ হোৱাত বাধা দিবলৈ। মিচিগানৰ জনসাধাৰণে আব্দুল মহম্মদ আল ছায়েদক পৰাস্ত কৰিবলৈ ওলাইছে।” তদুপৰি ট্ৰাম্পে তেওঁৰ এটা বক্তব্যত আব্দুল আল ছায়েদক ৯/১১ত বিমান অপহৰণ কৰা সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছিল।

ওবামাই সমৰ্থন কৰিছিল

অৱশ্যে এই সকলোবোৰৰ পিছতে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আব্দুল আল-ছৈয়দক সমৰ্থন কৰিছিল। ৰেলীৰ সময়ত ওবামাই কয়, “তেওঁলোকে মিছা কথা ক’ব আৰু মানুহক ভয় খুৱাব আৰু বিভাজনৰ বীজ সিঁচিব। আনকি তেওঁলোকে আপোনাৰ নাম বা আপোনাৰ বিশ্বাস ব্যৱহাৰ কৰি ক’ব পাৰে যে আপুনি তেওঁলোকতকৈ বিপজ্জনক আৰু কম বিশ্বাসযোগ্য আৰু কম দেশপ্ৰেমী আৰু কম আমেৰিকান। আমি এই চিনেমাখন আগতেও চাইছো, মই ইয়াত অভিনয় কৰিছিলো। ইয়াক প্ৰমাণ কৰিবলৈ মোৰ হাতত দীঘলীয়া জন্মৰ প্ৰমাণ পত্ৰ আছে।” তেওঁ আৰু ক’লে যে এই কথাটোৱে মোৰ ওপৰত কাম কৰা নাছিল, মিচিগানত নহয়, আৰু ই আব্দুলৰ ওপৰত কাম নকৰে।

আব্দুল আল ছায়েদ কোন?

আব্দুল এল-ছায়েদ এজন ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা আৰু পেছাত এজন চিকিৎসক। ইয়াৰ উপৰিও তেওঁ জনস্বাস্থ্য বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে, মিচিগানৰ ৱেইন কাউন্টিৰ স্বাস্থ্য সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। আব্দুলৰ পৰিয়ালটো ইজিপ্তৰ বংশৰ। জনসাধাৰণক উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰা আৰু মুদ্ৰাস্ফীতি হ্ৰাস কৰা আদি বিষয়ত গুৰুত্ব দিয়া নেতা হিচাপে তেওঁ পৰিচিত। তেওঁ জনস্বাস্থ্য বীমা সকলো নাগৰিকৰ বাবে সুলভ কৰি তোলাৰ সমৰ্থক হৈ আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

November 4, 2026
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ
বিশ্ব

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

November 4, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

November 4, 2026
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!
জীৱনশৈলী

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

November 4, 2026
Next Post
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ'ব দূৰ, যদি খায় এই ফল!

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.