• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

1 minute ago
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

17 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

34 minutes ago
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

58 minutes ago
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

1 hour ago
হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

2 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

2 hours ago
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

3 hours ago
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

3 hours ago
ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯%  লোকে নাজানে শুদ্ধ উত্তৰ

ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

3 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

পুৰণি দুখ-কষ্ট শেষ! নতুন মাহত ৪ ৰাশিৰ জীৱনলৈ আহিব সুখৰ বতৰা

4 hours ago
‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

4 hours ago
দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

৫ নৱেম্বৰ ২০২৬ বৃহস্পতিবাৰে কেনে যাব আপোনাৰ দিনটো?

editor by editor
November 4, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৫ নৱেম্বৰ, আপোনাৰ দিনটো কেনেকোৱা হ’ব? কেৰিয়াৰৰ পৰা ব্যৱসায়লৈ, বিবাহিত জীৱনত কেনেকৈ সুখেৰে জীয়াই থাকিব। এই সকলো উত্তৰ পাব কাইলৈ ৰাশিফলত…

মেষ ৰাশিঃ কাইলৈ কাৰো প্ৰতি মনত ঈৰ্ষা ভাব নাৰাখিব। যদি আপুনি আপোনাৰ কোনো শাৰীৰিক সমস্যাক আওকান কৰে, তেন্তে পিছত ই আপোনাৰ বাবে এক নতুন সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ পাব। আপোনাৰ পত্নীৰ সৈতে চলি থকা কাজিয়াৰ সমাধান হ’ব, যাৰ বাবে দুয়োজনে একেলগে ক’ৰবাত ওলাই যাব পাৰিব।

বৃষ ৰাশি: কাইলৈ ব্যৱসায়িক অংশীদাৰে আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। বহিঃৰাজ্যলৈ গৈ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে এটা ভাল সুযোগ পাব। আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব লাগিব। অতিৰিক্ত শক্তি থকাৰ বাবে আনৰ কথাত বেছিকৈ নক’ব।

মিথুন ৰাশি: কাইলৈ কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি থাকিব। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। আপোনাৰ আৰ্থিক লাভ হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আজিৰ প্ৰেমত অশুভ। খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশি: কাইলৈ আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহ’লে আপোনাৰ বদনাম হ’ব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ’ব।

সিংহ ৰাশি: মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ চিকিৎসা। আপুনি কাইলৈ আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি আহিব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। আজি প্ৰিয়জনৰ লগত কোনো বেয়া ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।

কন্যা ৰাশি: আজি গুৰুত্বপুৰ্ণ নিৰ্ণয় ল’ব লগা হ’ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্থ আৰু চিন্তিত হ’ব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা কাইলৈ সমাধান হ’ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ’ব পাৰে।ব্যক্তিগত ভাৱে সমাধান হ’ব। এই সমস্যা সমূহ অন্যৰ সন্মুখত দাঙি নধৰিব ,নহ’লে আপোনাৰ বদনাম কৰিব পাৰে। আজি প্ৰেমত মধ্যমীয়া।

তুলা ৰাশি: আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক। কাইলৈ ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ’ব। কাইলৈ আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ চাই লওক। প্ৰেমত শুভ।

বৃশ্চিক ৰাশি: যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰক। কাইলৈ আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ’ব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি সময় দিব নোৱাৰাৰ বাবে হতাশ হৈ পৰিব।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো নতুন আশা আৰু সম্ভাৱনাৰে ভৰা হ’ব পাৰে। শিক্ষা, ভ্ৰমণ অথবা নতুন পৰিকল্পনাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব পাৰে।

মকৰ ৰাশি: কাইলৈ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ আশা কৰিব পাৰে। আৰ্থিক বিষয়ত ধৈৰ্য ধৰক। পৰিয়ালৰ সদস্যৰ পৰামৰ্শই আপোনাৰ বাবে সহায়ক হ’ব পাৰে।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা আৰু সৃষ্টিশীলতাৰ দিন হ’ব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন সুযোগ পালে ভালদৰে মূল্যায়ন কৰক।

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো শান্তিপূৰ্ণ হ’ব পাৰে। আধ্যাত্মিক চিন্তা আৰু সৃজনশীল কামত মনোযোগ বৃদ্ধি পাব পাৰে। প্ৰেমৰ সম্পৰ্কত আন্তৰিকতা বজাই ৰাখক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ
বিশ্ব

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

November 4, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

November 4, 2026
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!
জীৱনশৈলী

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

November 4, 2026
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ
বিশ্ব

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

November 4, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.