• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিত্যক্ত কয়লাৰ পাহাৰ খহি ৩ মহিলাৰ মৃত্যু

পৰিত্যক্ত কয়লাৰ পাহাৰ খহি ৩ মহিলাৰ মৃত্যু

2 hours ago
মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

7 seconds ago
জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

27 minutes ago
‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

49 minutes ago
এতিয়াই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্তৰ

এতিয়াই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্তৰ

2 hours ago
বিহালীত একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুৰ ৰহস্য কি?

বিহালীত একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুৰ ৰহস্য কি?

3 hours ago
বৃহৎ উচ্ছেদ অভিযানৰ প্ৰস্তুতি! নামনি অসমৰ ১,২৪৩ বিঘা ভূমিত চলিব উচ্ছেদ

বৃহৎ উচ্ছেদ অভিযানৰ প্ৰস্তুতি! নামনি অসমৰ ১,২৪৩ বিঘা ভূমিত চলিব উচ্ছেদ

15 hours ago
কেনে যাব আপোনাৰ কাইলৈৰ দিনটো?

কেনে যাব আপোনাৰ কাইলৈৰ দিনটো?

15 hours ago
বিশ্বৰ কোনোৱে কৰিব নোৱাৰা এই কাম কৰিলে বিৰাট কোহলিয়ে

বিশ্বৰ কোনোৱে কৰিব নোৱাৰা এই কাম কৰিলে বিৰাট কোহলিয়ে

16 hours ago
দীপাৱলীত কৰ্মচাৰীক iPhone16 উপহাৰ!

দীপাৱলীত কৰ্মচাৰীক iPhone16 উপহাৰ!

16 hours ago
এই ৫ ৰাশিৰ লোক হওঁক কিছু সাৱধান

এই ৫ ৰাশিৰ লোক হওঁক কিছু সাৱধান

17 hours ago
‘২০ মাহত দুগুণ হ’ব ধন!’  নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

‘২০ মাহত দুগুণ হ’ব ধন!’ নিজেই পতা জালত কেনেকৈ পৰিল অভিযুক্ত?

17 hours ago
বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

বিপদঘণ্টা বাজিছে! ইৰানত পাৰমাণৱিক আক্ৰমণৰ চৰ্চা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পৰিত্যক্ত কয়লাৰ পাহাৰ খহি ৩ মহিলাৰ মৃত্যু

অবৈধ কয়লা খননৰ ভয়ংকৰ পৰিণতি!

editor by editor
November 5, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
পৰিত্যক্ত কয়লাৰ পাহাৰ খহি ৩ মহিলাৰ মৃত্যু
0
SHARES
64
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঝাৰখণ্ডৰ বোকাৰোত কয়লাৰ খনিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। কয়লাৰ স্তূপ ভাঙি খনিটোত আবদ্ধ হৈ পৰে ৭জনকৈ লোক ৷ এই ভয়াৱহ দুৰ্ঘটনাত ইতিমধ্যে তিনিগৰাকী মহিলাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ৪:৪৫ বজাত বাৰ্মো মহকুমাৰ কাথাৰা অ’ পি এলেকাত অৱস্থিত কাথাৰা কলিয়াৰীৰ ৫ নং ষ্টকয়াৰ্ডত সংঘটিত হয় এই দুৰ্ঘটনা।

খবৰ অনুসৰি দুৰ্ঘটনা সংঘটিত খনিটোত অবৈধভাৱে কয়লা খনন চলি আছিল। ষ্টকয়াৰ্ডত জমা কৰি ৰখা কয়লাৰ বৃহৎ অংশ খহি এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় গাঁওবাসীয়ে এই পেলনীয়া কয়লা ইন্ধনৰ বাবে উলিয়াই আনিছিল। হঠাৎ কয়লাৰ থোপা এটা ভাঙি ছয়গৰাকী মহিলা আৰু এজন পুৰুষক আৱদ্ধ কৰি পেলায়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আটাইকেইজন আহতক কয়লাৰ স্তূপৰ পৰা টানি চিকিৎসাৰ বাবে চিচিএল হাস্পতাললৈ লৈ যোৱা হয়, য’ত তিনিগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰা হয়। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। নিহত দুগৰাকীৰ নাম কৌশল্য দেৱী আৰু পুষ্পা দেৱী। নিহত তৃতীয়গৰাকী মহিলাৰ নাম এতিয়াও পোহৰলৈ অহা নাই। তিনিওজনেই বন্ধ বস্তিৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

এই কথা নিশ্চিত কৰিছে বেৰ্মোৰ এছডিপিঅ’ ৰবীন্দ্ৰ সিঙে। তেওঁ উল্লেখ কৰে যে ঘটনাৰ পৰিস্থিতি নিৰ্ণয়ৰ বাবে তদন্ত কৰা হ’ব। স্থানীয় আৰক্ষী আৰু চিচিএল ব্যৱস্থাপনা ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আহতসকলৰ অৱস্থা আৰু দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়
বিশ্ব

মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

November 5, 2026
জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!
অপৰাধ

জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

November 5, 2026
এতিয়াই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্তৰ
অসম

এতিয়াই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্তৰ

November 5, 2026
বিহালীত একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুৰ ৰহস্য কি?
অসম

বিহালীত একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুৰ ৰহস্য কি?

November 5, 2026
Next Post
‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

'শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ'ব অসমৰ'

জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.