অসম লাইভ ২৪ঃ গুজৰাটত মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ ‘ৰজত তুলা’ অনুষ্ঠান। ২ মোন ৰূপৰ সৈতে তুলাচনীত উঠে মুখ্যমন্ত্ৰীগৰাকী। অনুষ্ঠানটো আয়োজন কৰে ‘সমষ্ট মহাজন ট্ৰাষ্ট’ নামৰ এটি সংস্থাই। গো-ধনৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰীয়ে দান কৰে ৰূপখিনি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ