• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

2 minutes ago
কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

20 minutes ago
সফলতাৰ ৪০ বছৰীয়া যাত্ৰা অব্যাহত, Guns N’ Rosesৰ সফলতাৰ কাহিনী

সফলতাৰ ৪০ বছৰীয়া যাত্ৰা অব্যাহত, Guns N’ Rosesৰ সফলতাৰ কাহিনী

1 hour ago
কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

2 hours ago
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

3 hours ago
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

3 hours ago
৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

3 hours ago
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

6 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য! নৱেম্বৰৰ শেষলৈকে সোণৰ হাৰ ১.২৯ লাখ টকা হ’ব নেকি?

6 hours ago
আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

আৰক্ষীৰ জালত দুলীয়াজানৰ ট্ৰিপ’ল মাৰ্ডাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড, ৰে’লত উঠাৰ সময়তে গ্ৰেপ্তাৰ কৰে ৰাজু দাসক

7 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

প্ৰেমৰ ক্ষেত্ৰত আটাইতকৈ বিশ্বাসী এই ৫ ৰাশিৰ লোক, নিদিয়ে কাৰো মনত আঘাত!

8 hours ago
পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

পুৰণি দুখ-কষ্টৰ অন্ত! ২০২৭ চনত সোণালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ বাবে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

আহিব নতুন দায়িত্ব, পুৰণি সমস্যাৰ পৰা মুক্তি

editor by editor
November 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি পৰিৱৰ্তনক যথেষ্ট গুৰুত্ব দিয়া হয়। বিশ্বাস কৰা হয় যে, কোনো গ্ৰহই এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গতি কৰিলে তাৰ প্ৰভাৱ ১২টা ৰাশিৰ লোকৰ জীৱনতো পৰে। ইয়াৰ ফলত কোনো কোনো ৰাশিৰ লোকৰ জীৱনলৈ সুখ-সমৃদ্ধি আহে, আনহাতে কিছুমান ৰাশিৰ লোকে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

এইবাৰ ৰাশি পৰিৱৰ্তন কৰিবলৈ ওলাইছে ছায়াগ্ৰহ ৰাহুৱে। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি, ২৫ নৱেম্বৰত বিয়লি ৪ বাজি ৩৪ মিনিটত ৰাহুৱে কুম্ভ ৰাশিৰ পৰা মকৰ ৰাশিলৈ প্ৰৱেশ কৰিব। প্ৰায় ১৮ মাহৰ মূৰত হ’বলগীয়া এই ৰাশি পৰিৱৰ্তনক জ্যোতিষশাস্ত্ৰৰ দৃষ্টিৰে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামৰ মতে, ৰাহুৰ এই ট্ৰেনজিটে কেইবাটাও ৰাশিৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব পাৰে। চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা আৰু পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আহিব পাৰে বিভিন্ন পৰিৱৰ্তন। কিছুমান ৰাশিৰ লোকে দীৰ্ঘদিনীয়া সমস্যাৰ পৰা সকাহ পোৱাৰ লগতে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। জ্যোতিষশাস্ত্ৰৰ মতে, ৰাহুৰ এই ৰাশি পৰিৱৰ্তনে বিশেষভাৱে লাভান্বিত কৰিব পৰা চাৰিটা ৰাশি হৈছে মেষ, সিংহ, বৃশ্চিক আৰু মীন। জানো আহক, এই চাৰিটা ৰাশিৰ লোকৰ জীৱনলৈ কি কি পৰিৱৰ্তন আহিব পাৰে।

মেষ ৰাশি

মেষ ৰাশিৰ লোকসকলৰ বাবে ৰাহুৰ এই ৰাশি পৰিৱৰ্তন ইতিবাচক হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কৰ্মজীৱনত নতুন সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি চাকৰি বা কৰ্মক্ষেত্ৰত সন্মুখীন হৈ অহা সমস্যাবোৰ ক্ৰমান্বয়ে দূৰ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ লগতে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগো আহিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰতো কিছু ভাল খবৰ পাব পাৰে। আৰ্থিক অৱস্থাৰো লাহে লাহে উন্নতি হ’ব পাৰে। অৱশ্যে কোনো ডাঙৰ বিনিয়োগ কৰাৰ পূৰ্বে সকলো দিশ ভালদৰে চালি-জাৰি চোৱা উচিত।

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও ৰাহুৰ এই ট্ৰেনজিট শুভ বুলি বিবেচিত হৈছে। এই সময়ছোৱাত কেৰিয়াৰত উন্নতিৰ নতুন পথ মুকলি হ’ব পাৰে। দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি থকা লোকসকলে আশাব্যঞ্জক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি কৰ্মক্ষেত্ৰত নতুন যোগাযোগ গঢ়ি উঠিব পাৰে, যিয়ে ভৱিষ্যতে লাভ কঢ়িয়াই আনিব। ব্যৱসায়ীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ’ব পাৰে। আনহাতে, পাৰিবাৰিক জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ’ব পাৰে।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ৰাহুৰ ৰাশি পৰিৱৰ্তনে আৰ্থিক আৰু কৰ্মজীৱনত বিশেষ পৰিৱৰ্তন আনিব পাৰে। বহুদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে। চাকৰিয়ালসকলে নতুন দায়িত্ব লাভ কৰাৰ লগতে পদোন্নতিৰ সুযোগো পাব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পথ মুকলি হ’ব পাৰে। আৰ্থিক সমস্যাৰ পৰাও কিছু সকাহ লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত পৰিয়ালৰ লোকসকলৰ পৰাও বিশেষ সহায়-সহযোগিতা লাভ কৰিব পাৰে।

মীন ৰাশি

মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও ৰাহুৰ এই ৰাশি পৰিৱৰ্তনে নতুন আশা কঢ়িয়াই আনিব পাৰে। বিশেষকৈ দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰ মাজেৰে পাৰ হৈ অহা লোকসকলে কিছু সকাহ লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মজীৱনত উন্নতিৰ নতুন সুযোগ আহিব পাৰে। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ সহযোগিতা লাভ কৰাৰ লগতে নিজৰ কামৰ স্বীকৃতিও পাব পাৰে। ব্যৱসায়ীসকলৰ বাবেও লাভৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগতে দীৰ্ঘদিনীয়া সমস্যাবোৰো ক্ৰমান্বয়ে সমাধান হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?
অসম

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

November 17, 2026
কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?
অপৰাধ

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

November 17, 2026
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা
ভাৰত

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

November 17, 2026
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!
অপৰাধ

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

November 17, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.