• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

8 minutes ago
৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

29 seconds ago
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

58 minutes ago
ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

2 hours ago
ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

2 hours ago
Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

3 hours ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

সোণে দেখুৱাই আছে যাদু! গহণা ক্ৰয়ৰ এয়াই নেকি উচিত সময়?

3 hours ago
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

4 hours ago
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

5 hours ago
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

6 hours ago
গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

Daily Horoscope: সৌভাগ্যৱান ৩ ৰাশি, আজি পাব ইটোৰ পিছত সিটো সুযোগ!

8 hours ago
জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

জন্মদিন বিশেষঃ কেনে আছিল জুবিন গাৰ্গৰ শৈশৱ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

editor by editor
November 18, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক
0
SHARES
11
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীত নামিছে, এই শীতত বহুতে কোৱা শুনা যায় যে, কাষত যদি কোনোবা বহি থাকিলহেতেন বা আলিংগন কৰিলহেঁতেন। শীতকালত সংগীয়ে অধিক আকৰ্ষণ কৰে। নিসংগতাক জয় কৰি শাৰীৰিক উষ্ণতা বিচাৰি উলিয়াবলৈ, হঠাতে কাৰোবাৰ ওচৰলৈ অহাৰ এই তীব্ৰ ইচ্ছাক ডেটিং জগতত ‘কাফিং ছিজন’ বুলি কোৱা হয়। সহজ ভাষাত ক’বলৈ গ’লে সংগীৰ প্ৰয়োজনীয়তা পূৰণৰ বতৰ। কিন্তু কেৱল শৰীৰটো উষ্ণ কৰি নিসংগতাক জয় কৰিবলৈ সৃষ্টি হোৱা এই প্ৰেম আচলতে স্থায়ী হয়নে? বেংগালুৰুৰ এষ্টাৰ আৰভি হাস্পতালৰ মনোৰোগ বিশেষজ্ঞ ডাঃ মুৰালী কৃষ্ণই এই বিষয়ত কিছু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে।

প্ৰেম আৰু শীতৰ মাজত কি সম্পৰ্ক?

অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এই সময়ত প্ৰেমত পৰাৰ হেঁপাহ প্ৰবল হৈ থাকে। বিজ্ঞানৰ মতে শীতকালৰ দিন কম হোৱা আৰু সূৰ্যৰ পোহৰ কম হোৱাৰ বাবে শৰীৰৰ ‘চাৰ্কেডিয়ান ৰিদম’ সলনি হয়। মেজাজৰ দোলন বাঢ়ে, মনটোৱে উষ্ণতা আৰু আৱেগিক আশ্বাস বিচাৰে। মানুহে বিচাৰে উৎসৱৰ আনন্দৰ ভাগ ল’ব পৰাকৈ এজন সংগী।

সংগীজন কেৱল শীতকালীন অতিথি নেকি?

ড° মুৰালী কৃষ্ণৰ মতে এজন ব্যক্তিয়ে সঁচাকৈয়ে আপোনাৰ লগত থাকিব বিচাৰে নে নাই সেয়া সহজেই জানিব পৰা যায়। আৰম্ভণিতে বাৰে বাৰে লগ হ’লেও ভৱিষ্যত আহিলে তেওঁ নিপুণভাৱে আপোনাক এৰাই চলিব। পৰিয়াল বা বন্ধু-বান্ধৱীৰ লগতো কথা নাপাতিব। অৰ্থাৎ তেওঁ কেৱল শীতৰ নিসংগতা কটাবলৈ আহিছে। তেওঁৰ মতে, কাৰোবাৰ হাতত ধৰাৰ আগতে আপুনি ভাবিব লাগে যে আপুনি সঁচাকৈয়ে তেওঁক ভাল পায় নেকি? নে আপুনি কেৱল আপোনাৰ বন্ধু-বান্ধৱীক চাবলৈ আগ্ৰহী? শীতকাল বা উৎসৱ শেষ হোৱাৰ পিছতো সম্পৰ্কটো বিচাৰিবনে? যদি উত্তৰ ‘নাই’ হয়, তেন্তে ইয়াতেই ৰৈ যোৱাই ভাল। কেৱল খালী অনুভৱ কৰি কাৰোবাৰ হাতত ধৰি ৰখাটো বুদ্ধিমানৰ কাম নহয়।

এই ঋতুভিত্তিক প্ৰেম আনকি স্থায়ী হয়নে?

এই প্ৰেমত দুয়োৰে ইচ্ছা বেলেগ হ’ব পাৰে। আপুনি হয়তো গুৰুতৰ, কিন্তু আনজনে অস্থায়ী সংগ বিচাৰিছে। বসন্ত অহাৰ লগে লগে তেওঁ বা তাই গুচি গ’লে বৰ বেদনা হ’ব। কিন্তু দুয়োৰে লক্ষ্য আৰু মানসিকতা একে হ’লে, আৰু পাৰস্পৰিক সন্মান থাকিলে এই প্ৰেম সহজেই আজীৱন সংগী হৈ পৰিব পাৰে।

এককসকলৰ বাবে জৰুৰী টিপছ ডাঃ মুৰালী কৃষ্ণই কয় যে ব্ৰেকআপৰ বাবে নিজকে দোষাৰোপ কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু ছ’চিয়েল মিডিয়াত নিজৰ প্ৰাক্তনৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয়। পৰিয়াল আৰু বন্ধু-বান্ধৱীক সময় দিয়ক। বন্ধু-বান্ধৱীয়ে বিয়া পাতিছে বুলিয়েই আপুনিও প্ৰেমত পৰিব লাগিব বুলি ক’ব নোৱাৰি। অবিবাহিত হোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ জীৱন শেষ হৈ গৈছে। প্ৰেম সঠিক সময়ত আহিব, কেৱল শীতকাল পাৰ হ’বলৈ ভুল সম্পৰ্কত সোমোৱাৰ প্ৰয়োজন নাই।

 

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক
জীৱনশৈলী

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

November 18, 2026
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট
বিনোদন

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

November 18, 2026
ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ
বিশ্ব

ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

November 18, 2026
ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

November 18, 2026
Next Post
৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.