• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কোভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ৰ পাছত অচিৰেই দেশত উপলব্ধ হ’ব ‘স্পুটনিক ভি’

‘কোভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ৰ পাছত অচিৰেই দেশত উপলব্ধ হ’ব ‘স্পুটনিক ভি’

5 years ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

11 minutes ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

47 minutes ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

2 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

2 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

3 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

4 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

5 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

5 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

6 hours ago
Green Tea নে  Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

Green Tea নে Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

6 hours ago
পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

পুৰুষ-মহিলাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কিয় বেলেগ বেলেগ?

6 hours ago
মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘কোভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ৰ পাছত অচিৰেই দেশত উপলব্ধ হ’ব ‘স্পুটনিক ভি’

editor by editor
April 13, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
‘কোভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ৰ পাছত অচিৰেই দেশত উপলব্ধ হ’ব ‘স্পুটনিক ভি’
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ হাতত সংযোজিত হ’ল আন এক অস্ত্ৰ ‘স্পুটনিক ভি’। ৰাছিয়াৰ কোভিড ভেকচিন ‘স্পুটনিক ভি’ক জুৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনালে ‘ড্ৰাগচ্ কণ্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়া’ই। ভাৰতত ক’ৰোনা সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে ভাৰতৰ ড্ৰাগচ‌্ নিয়ন্ত্ৰক সংস্থাই ভাৰতৰ কাৰণে তৃতীয়টো ভেকচিনৰ অনুমোদন জনালে। জানুৱাৰীত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ‘কোভিশ্বিল্ড’ আৰু ভাৰত বায়’টেকৰ ‘ক’ভাক্সিন’ক অনুমোদন জনাইছিল ‘ড্ৰাগচ্ কণ্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়া’ই। ‘স্পুটনিক ভি’ ভাৰতত আহি পোৱাৰ পাছতেই ভাৰতে দ্ৰুতগতিত আৰম্ভ কৰিব প্ৰতিষেধক প্ৰদান অভিযান। ভাৰতত ইতিমধ্যে ১৮-৯৯ বছৰ বয়সৰ প্ৰায় ১৬০০ ব্যক্তিৰ ক্ষেত্ৰত ‘স্পুটনিক ভি’ৰ পৰীক্ষামূলক টীকাকৰণ অভিযান আৰম্ভ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid vaccineSputnik V
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে
বিনোদন

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
Next Post
বিচাৰক সুৰেন্দ্ৰ যাদৱক উপ-লোকায়ুক্ত নিযুক্তি

বিচাৰক সুৰেন্দ্ৰ যাদৱক উপ-লোকায়ুক্ত নিযুক্তি

১.৩৫ কোটি কোভিড আক্ৰান্তৰে ব্ৰাজিলক চেৰ পেলালে ভাৰতে

১.৩৫ কোটি কোভিড আক্ৰান্তৰে ব্ৰাজিলক চেৰ পেলালে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.