• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলীৰ কি কথাই সলনি কৰিলে ৰিয়ান পৰাগক?

বিৰাট কোহলীৰ কি কথাই সলনি কৰিলে ৰিয়ান পৰাগক?

5 years ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

7 minutes ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

31 minutes ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

1 hour ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

1 hour ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

2 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

3 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

4 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

6 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

14 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

15 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাট কোহলীৰ কি কথাই সলনি কৰিলে ৰিয়ান পৰাগক?

editor by editor
April 16, 2021
in অসম, ক্ৰীড়া, গুৱাহাটী, ভাৰত
0
বিৰাট কোহলীৰ কি কথাই সলনি কৰিলে ৰিয়ান পৰাগক?
0
SHARES
49.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সোমবাৰে কিংচ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে সঞ্জু ছেমছনে শতৰান কৰা সত্ত্বেও পৰাজিত হ’ল ৰাজস্থান ৰয়েলছ। কিন্তু ইনিংছত ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ পাৰদৰ্শিতাই আকৰ্ষিত কৰিলে সকলোকে। ১১টা বলত ৩টা ছিক্সাৰেৰে সংগ্ৰহ কৰিলে ২৫ ৰান। দলক জিকাব নোৱাৰিলেও ৰিয়ান পৰাগৰ এই আকৰ্ষণীয় বেটিঙৰ ক্ষেত্ৰত সহায় কৰিলে বিৰাট কোহলীৰ এটা উপদেশে। বিগত iplত ৰিয়ান পৰাগক এই উপদেশ দিছিল কোহলীয়ে। কিমান ৰান সংগ্ৰহ কৰিছে সেয়া নহয়, তেওঁৰ ৰানে দলৰ অগ্ৰগতিত কিমান সহায় কৰিব সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৈছিল ৰিয়ান পৰাগক। ৰিয়ান পৰাগৰ ভাষ্য, ‘তুমি অৰেঞ্জ কেপ পাবলৈ এতিয়াও বাকী,  কিমান ৰান কৰা সেইটোত গুৰুত্ব নিদিবা, তোমাৰ ৰানে দলক কিমান সহায় কৰিব সেইটোত গুৰুত্ব দিবা। খেলৰ সময়ত মাত্ৰ মনত ৰাখিবা গুৰুত্বপূৰ্ণ সময়ত বেটিং কৰিলে কিদৰে মূল্যৱান ২০-৩০ ৰান যোগ কৰিব পাৰি’। কোহলীৰ এই কথাই মানসিকতা সলনি কৰিছিল ৰিয়ান পৰাগৰ। পৰৱৰ্তী  খেলত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পীচ্চত শক্তিশালী ৰূপত দেখা পোৱা গৈছে ৰিয়ান পৰাগক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riyan paragvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?
ক্ৰীড়া

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
Next Post
দেশত ব্যাপক ক’ৰোনা সংক্ৰমণ

দেশত ব্যাপক ক’ৰোনা সংক্ৰমণ

পুণ্য অৰ্জনৰ বাবে দান কৰা চে’ক bounce!

পুণ্য অৰ্জনৰ বাবে দান কৰা চে’ক bounce!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.