• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজয় বল্লভ হাস্পতালৰ ICU ত অগ্নি সংযোগ, মৃত্যু ১৩ কোভিড ৰোগীৰ

বিজয় বল্লভ হাস্পতালৰ ICU ত অগ্নি সংযোগ, মৃত্যু ১৩ কোভিড ৰোগীৰ

6 years ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ

1 minute ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

29 minutes ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

58 minutes ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

2 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

3 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

3 hours ago
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

3 hours ago
পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

পাঞ্জাবত পুনৰ মিত্ৰতাৰ দিশে পুৰণি দুই বন্ধু!

4 hours ago
৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

৫২ বলত বৈভৱ সূৰ্যবংশীৰ দ্বিশতক, দ্ৰুততম শতকৰো গৰাকী হ’ল বিস্ময় বালক

5 hours ago
‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

‘হেণ্ডকাফ পিন্ধাইহে ঢাকালৈ অনা হ’ব শ্বেখ হাছিনাক’

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ডিচেম্বৰ মাহত সাৱধান ৩ ৰাশিৰ লোক, আহিব ডাঙৰ বিপদ!

7 hours ago
অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

অফিচ পলিটিক্সৰ পৰা সাৱধান! এই ৫ টা টিপছে আপোনাক কৰিব উদ্ধাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিজয় বল্লভ হাস্পতালৰ ICU ত অগ্নি সংযোগ, মৃত্যু ১৩ কোভিড ৰোগীৰ

editor by editor
April 23, 2021
in ভাৰত
0
বিজয় বল্লভ হাস্পতালৰ ICU ত অগ্নি সংযোগ, মৃত্যু ১৩ কোভিড ৰোগীৰ
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  মহাৰাষ্ট্ৰৰ বিজয় বল্লভ হাস্পতালৰ ICUত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। সংকটজনক অৱস্থাত ICUৰ ১৩ গৰাকী কোভিড ৰোগীৰ মৃত্যু হয় অগ্নিকাণ্ডত। শুকুৰবাবে পুৱা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে হাস্পতাল কৰ্তৃপক্ষই। হাস্পতালখনৰ ICU আছিল ১৭ গৰাকী ৰোগী। বাকীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ অন্য হাস্পতাললৈ স্থানান্তৰ কৰা হয়। অগ্নিসংযোগ হোৱাৰ প্ৰায় আধাঘণ্টাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে। বিজয় বল্লভ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া দিলীপ শ্বাহৰ মতে, চিকিৎসালয়খনত মুঠ ৯০ গৰাকী ৰোগী আছিল। ICUৰ বাহিৰত থকা ৰোগীসকলৰ ক্ষেত্ৰত প্ৰভাৱ পৰা নাই অগ্নিকাণ্ডৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24maharashtra fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃ, দুটাকৈ পোহনীয়া কুকুৰক হত্যা পুত্ৰৰ

November 24, 2026
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?
ভাৰত

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

November 24, 2026
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে
অপৰাধ

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

November 24, 2026
ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান
ভাৰত

ৰাজহুৱা স্থান, হোটেল, বাৰ, ৰেষ্টুৰেণ্টতো নিষিদ্ধৰ দিশে ধূমপান

November 24, 2026
Next Post
ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বলীউডৰ বিশিষ্ট সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বলীউডৰ বিশিষ্ট সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়

ক’ৰোনাৰ নামত দিন ডকাইতি আৰম্ভ

ক’ৰোনাৰ নামত দিন ডকাইতি আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.