অসম লাইভ ২৪ঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এ কে ৱালিয়াৰ মৃত্যু। কোভিডত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যু হয় প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। দিল্লীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল এ কে ৱালিয়া। দিল্লীৰ শীলা দীক্ষিত কেবিনেটৰ দিল্লীৰ স্বাস্থ্য আৰু নগৰ উন্নয়ন দপ্তৰৰ প্ৰাক্তন মন্ত্ৰী আছিল এ কে ৱালিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ