• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কফি শ্বপৰ সন্মুখত কোন পুৰোহিতৰ হস্তমৈথুন? ইয়াৰ পিছত কি হ’ল?

কফি শ্বপৰ সন্মুখত কোন পুৰোহিতৰ হস্তমৈথুন? ইয়াৰ পিছত কি হ’ল?

4 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

19 minutes ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

39 minutes ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

3 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

4 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

6 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

7 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

7 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

8 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

8 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কফি শ্বপৰ সন্মুখত কোন পুৰোহিতৰ হস্তমৈথুন? ইয়াৰ পিছত কি হ’ল?

editor by editor
July 1, 2022
in অসম, বিশ্ব
0
কফি শ্বপৰ সন্মুখত কোন পুৰোহিতৰ হস্তমৈথুন? ইয়াৰ পিছত কি হ’ল?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰ্ম গুৰু অথবা পাদ্ৰীসকলৰ কিছুমান কৰ্মই সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে৷ এইবাৰো এগৰাকী ধৰ্ম গুৰুৰ এনে এক কৰ্মই সংবাদ শিৰোণাম দখল কৰিছে যিয়ে আপোনাৰ চকু কপালত তুলিব৷

ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ফ্ল’ৰিডাৰ চহৰত৷ চহৰখনৰ এখন কফি শ্বপৰ সন্মুখতে এজন পাদ্ৰীয়ে অশ্লীল কাৰ্য সংঘটিত কৰে। পাদ্ৰীজনে পেণ্ট খুলি হস্তমৈথুন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তাত উপস্থিত থকা লোকসকলে আকক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাদ্ৰীজনক গ্ৰেপ্তাৰ কৰে৷

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি অভিযুক্ত পুৰোহিতজনৰ নাম এঞ্জিনিঅ’ ডালি মুনিজ কলন আৰু তেওঁ কিচিমিৰ এজন পাষ্টৰ। কফি শ্বপৰ বাহিৰত পেণ্টৰ বুটাম খুলি ড্ৰাইভ-থ্ৰু কাউণ্টাৰৰ ওচৰতে হস্তমৈথুন আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি একেটা স্থানতে একেটা অপৰাধৰ বাবে ৩৯ বছৰীয়া মুনিজ-কলনক এইবাৰ দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক এমাহৰ পৰিৱৰ্তে একাউণ্টত সোমাল ২৮৬ মাহৰ দৰমহা, চাকৰি এৰি আত্মগোপন চাকৰিয়াল!

অভিযুক্ত পাষ্টৰজনক গ্ৰেপ্তাৰ কৰি অচেঅ’লা কাউন্টি জেললৈ লৈ যোৱা হয়৷ তেওঁক ১০০০ ডলাৰৰ বণ্ডত কাৰাগৰত ৰখা হৈছে। অৰ্থাৎ বণ্ড পৰিশোধ কৰিলেই তেওঁ কাৰামুক্ত হ’ব পাৰিব। স্মৰ্তব্য যে মুনিজ-কলনকো একেধৰণৰ কৰ্মৰ বাবেই যোৱা ৯ মে’তো এবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে এনে ঘটনা প্ৰায়ে ফ্ল’ৰিডাত সংঘটিত হৈ থকা দেখা যায়। শেহতীয়াকৈ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ এখন কুকুৰাৰ দোকানৰ বাহিৰত এগৰাকী মহিলা ভেনেছা লী জ’নছক সম্পূৰ্ণ উলংগ হৈ থকা দেখা গৈছিল। ইয়াৰ পিছত মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীৰো সেইটো দ্বিতীয় অপৰাধেই আছিল।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?
জীৱনশৈলী

খাদ্য অপচয় ভুলতো নকৰিব, অন্যথা ৮১ লাখ জৰিমনা…খাদ্য অপচয় ৰোধক লৈ কোন দেশত এই কঠোৰ আইন?

March 29, 2026
Next Post
এই ৫০০ টকীয়া নোটখন নকল নেকি? নকল নোট কেনেকৈ চিনাক্ত কৰিব?

এই ৫০০ টকীয়া নোটখন নকল নেকি? নকল নোট কেনেকৈ চিনাক্ত কৰিব?

গৰমত কুহিয়াৰ ৰসৰ উপকাৰিতা কি?

গৰমত কুহিয়াৰ ৰসৰ উপকাৰিতা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.