• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

5 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

6 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

8 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

editor by editor
July 16, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!
0
SHARES
38.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক শিক্ষা বিস্তাৰৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বলত একবিংশ শতিকাৰ তৃতীয় দশকত মানৱ সমাজ তথা সভ্যতাই বিকাশৰ শীৰ্ষত আৰোহণ কৰা বুলি কোৱা হয়৷ মানৱ সভ্যতাৰ বিকাশে আধুনিক স্তৰত প্ৰৱেশ কৰিলেও এতিয়াও বিশ্ব বিভিন্ন কোণত আদিম মানৱৰ দৰে একাংশ জনগোটে বসবাস কৰি আহিছে৷

লেটিন আমেৰিকাৰ অতব্য অৰণ্যাঞ্চলৰ পৰা ভাৰতৰ আন্দামান, আফ্ৰিকা মহাদেশৰ পৰা অষ্ট্ৰেলিয়া মহাদেশলৈ বিশ্বৰ বিভিন্ন কোণত এতিয়াও বহু জনগোটে আদিম মানৱৰ দৰে অঘৰী অথবা গাঁও পাতি জীৱন যাপন কৰি আছে৷ কিছুমান জনগোটে বিশেষকৈ জনজাতিয়ে গাঁও বা বস্তি পাতি বাস কৰিবলৈ ধৰিলেও তেওঁলোকে আদিম লোকাচাৰ বা জীৱন চৰ্যাক এতিয়াও আকোৱালি আধুনিক মানুহৰ তুলনাত এতিয়াও তেওঁলোক অতি ক্ৰূৰ মানৱ হিচাপেই জীৱন নিৰ্বাহ কৰি আছে৷

লগতে পঢ়ক কাণ্ডজ্ঞানহীন ছেবা! বহী পুনৰীক্ষণত ষষ্ঠ আৰু দশম স্থান লাভ দুই পৰীক্ষাৰ্থীৰ

তেনে এটা জনগোট তথা জনজাতি হৈছে আস্মত বা আছমত জনগোষ্ঠী৷ অষ্ট্ৰেলিয়া মহাদেশৰ নিউগিনিত বসবাস কৰা এই জনগোষ্ঠীটোক এতিয়াও বিপজ্জনক জনজাতি বুলি আখ্যা দিয়া হয়৷ তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীয়ে জনগোষ্ঠীটোক অতি বিপজ্জনক তথা ক্ৰূৰ বুলি ক’বলৈ আধুনিক মানুহক বাধ্য কৰাই আহিছে৷

এই জনগোষ্ঠীটোৰ জীৱনচৰ্যা তথা জীৱন ধাৰণৰ প্ৰক্ৰিয়াত অলপ দৃষ্টিপাত কৰিলেই আপোনালোক এই বিষয়ে পতিয়ন যাব৷ জনগোষ্ঠীটোৰ লোকসকলে নিজকে যোদ্ধা বুলি গণ্য কৰি শত্ৰুক দেখা লগে লগেই আক্ৰমণ কৰি হত্যা কৰে৷

শত্ৰুক হত্যা কৰাৰ পিছতে জনগোষ্ঠীটোৰ শত্ৰুৰ মাংস ভক্ষণ কৰে৷ যিজন লোকে শত্ৰুক আক্ৰমণ কৰি হত্যা কৰে অৰ্থাৎ তেওঁলোকৰ মতে যিজনে যুদ্ধত জয়ী হয় তেওঁ জনগোষ্ঠীটোৰ লোকসকলৰ প্ৰতি এইদৰেই আনুগত্য আৰু সাহস প্ৰদৰ্শন কৰে৷

লগতে পঢ়ক চেনিটেৰী পেড নহয়! চৰকাৰে দিছে ১ লাখ বিনামূলীয়া ঋতুস্ৰাৱ কাপ

শত্ৰুক হত্যা কৰি সেই মাংস ৰান্ধি খাই বিজয় উৎসৱ উদযাপন কৰাৰ লগতে তেওঁলোকে মৃতকৰ হাড়বোৰ গহনা হিচাপেও পিন্ধে৷ জনগোষ্ঠীৰ লোকসকলে এনেদৰে বিজয় উৎসৱ উদযাপন কৰাৰ উদ্দেশ্য হৈছে যাতে তেওঁলোকক দেখি শত্ৰুৰ মনত তেওঁলোকৰ প্ৰতি ভীতি ভাৱ উদ্ৰেক হয়।

আনহাতে আছমত জনগোষ্ঠীৰ লোকসকলে শত্ৰুক হত্যা কৰাৰ পিছত প্ৰথমে জুইত মূৰটো পোৰে আৰু তাৰ পিছত তাৰ মাংসবোৰ এৰুৱাই খায়। অৱশ্যেই লোকাচাৰ অৰ্থাৎ ৰীতি-নীতি মানি চলিহে তেওঁলোকে এইসমূহ কৰে। ইপিনে শত্ৰুৰ মূৰটো অৰ্থাৎ লাওখোলাটোকো তেওঁলোকে আঠুৱা হিচাপে ব্যৱহাৰ কৰে। আনকি লাওখোলাটোৰ খুলিটো দুটা ভাঙি তাৰ পৰা পাত্ৰ বনাই তাতে খাদ্যও খায়।

জনগোষ্ঠীৰ লোকসকলে শত্ৰুৰ মাংস ৰান্ধোতে ৰীতি-নীতি পালন কৰে৷ ইফালে তেওঁলোকে মানুহৰ মূৰটোক অতি পবিত্ৰ বুলি গণ্য কৰি ইয়াক গছৰ ফলৰ লগত তুলনা কৰে। ইয়াৰ উপৰিও মৃতকৰ হাড়বোৰ ভবিষ্যতৰ সকাম-নিকামত ৰীতি-নীতিৰে ব্যৱহাৰ কৰা হয়। উৎসৱৰ সময়ত শত্ৰুৰ মূৰটো শিশুৰ ভৰিৰ মাজত ৰাখিলে শত্ৰু পক্ষৰ শক্তি শিশুৰ মাজলৈ গুচি আহে বুলিও তেওঁলোকৰ মাজত লোক বিশ্বাস আছে।

লগতে পঢ়ক ৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

আছমত জনগোষ্ঠীৰ মানুহেও শত্ৰুৰ হাড়ৰ পৰা গহনা তৈয়াৰ কৰাৰ উপৰিও কিছুমানে শত্ৰুৰ হাড় নিজৰ ঘৰত ৰখাটো শুভ বুলি বিশ্বাস কৰে।

জনগোষ্ঠীৰ লোকসকলে বেছিভাগেই নৈৰ পাৰত ঘৰ সাজে, যাতে তেওঁলোকে সহজে চিকাৰ কৰিব পাৰে। জানি আচৰিত হ’ব যে শত্ৰুক হত্যা কৰাৰ পিছত আছমত জনগোষ্ঠীৰ সদস্যসকলেও তেওঁৰ ৰাজহাড় তথা জকাটো ঘৰলৈ নি ট্ৰফীৰ দৰে সজাই ৰাখে। এইদৰে আনন্দ প্ৰকাশ কৰি ঘৰত ৰখাটো তেওঁলোকে সাহসিকতাৰ চিন বুলি গণ্য কৰে।

আশ্চৰ্যজনকভাৱে নিউগিনিত বাস কৰা আছমত জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ জনগোষ্ঠীৰ মানুহৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো নষ্টহে কৰি পেলায়। শোক কৰাৰ আগতে মৃতকৰ ডিঙি কাটি মগজু আৰু চকু উলিয়াই আনে। তেওঁলোকে বিশ্বাস কৰে যে এনে কৰিলে দুষ্ট আত্মাবোৰক ৰোধ কৰিব পাৰি। তেনে কৰিলে মৃতকৰ আত্মাই তেওঁৰ ফৈদৰ আন কোনো সদস্যৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে বুলি তেওঁলোকে বিশ্বাস কৰে।

see More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asmat Tribeasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNew Guinea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
এইগৰাকী মহিলাই বৰ্ধিত পেটৰ চৰ্বি দেখুওৱাই কেনেকৈ মাহে ঘটে লাখে লাখে টকা?

এইগৰাকী মহিলাই বৰ্ধিত পেটৰ চৰ্বি দেখুওৱাই কেনেকৈ মাহে ঘটে লাখে লাখে টকা?

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.