• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

4 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

18 minutes ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

1 hour ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

2 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

4 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

5 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

6 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

7 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

7 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

7 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

8 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

8 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

editor by editor
July 16, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?
0
SHARES
86.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স, ক্লান্তি, মানসিক চাপ আৰু আধুনিক জীৱন যাত্ৰাই মানুহৰ যৌন জীৱনত বহুখিনি প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ বাহিৰে খাদ্যাভাসেও হ্ৰাস কৰিব পাৰে যৌন জীৱন আৰু দৈহিক শক্তি। এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ প্ৰাচীন কালৰে পৰা প্ৰচলিত কিছু ঘৰুৱা খাদ্য আৰু পানীয়ই আমাক সহায় কৰি আহিছে। এনে কিছু খাদ্যই আমাক এক সুস্থ সবল দেহ প্ৰদান কৰিব পাৰে আৰু লগতে এক সুস্থ যৌন জীৱন পোৱাত সহায় কৰিব পাৰে।

নহৰু: পৌৰাণিক কালৰে পৰাই নহৰুৰ ঔষধি গুণবোৰ যৌন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উত্তম বুলি জনা যায়। লগতে ই পুৰুষৰ দেহত শক্তিবৰ্ধক হিচাপে কাম কৰে। নহৰুৱে শৰীৰত তেজ পৰিশোধন কৰে আৰু তেজৰ চলাচল বৃদ্ধি হোৱাত অধিক সহায় কৰে। নহৰুত থকা ‘এলিচিন’ নামৰ পদাৰ্থ বিধে শৰীৰত সঠিক ৰূপত তেজৰ চলাচল কৰাৰ বাবে সহায়ক হয় আৰু লগতে যৌন উত্তেজনা বৃদ্ধিত সহায় কৰে। ইয়াৰোপৰি, নহৰুৱে আমাৰ দেহক বহু ধৰণৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে৷ সেয়েহে পুৰুষ বা মহিলাই নহৰুক খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰাতো নিত্যান্তই প্ৰয়োজন।

লগতে পঢ়ক অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

এভ’কেডো: এই ফলবিধ বিদেশত খুবেই জনপ্ৰিয় আৰু ভাৰতত ইয়াক বিদেশৰ পৰা আমদানি কৰা হয়। এভ’কেডো যৌন শক্তি বৃদ্ধিত সহায়ক হয়। ইয়াত ফলিক এচিড আৰু পটাচিয়ামৰ মাত্ৰা বেছি থকাৰ বাবে ই শক্তি আৰু যৌন প্ৰৱণতা বৃদ্ধিত সহায় কৰে।

তৰমুজ: তৰমুজো দেহৰ যৌন প্ৰৱণতা বৃদ্ধিৰ বাবে সহায়ক। ইয়াত ‘চিত্ৰলাইন’ নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে আমাৰ দেহত আৰজিনাইন এমিন’ এচিড বৃদ্ধি কৰে। ফলস্বৰূপে ই শৰীৰৰ শিৰাসমূহ শিথিল কৰে আৰু যৌন প্ৰৱণতা বৃদ্ধি কৰাৰ উপৰিও যৌনাংগক অধিক কৰ্মথ কৰি তোলে। তৰমুজ ভায়েগ্ৰাৰ নিচিনাকৈ ইৰেক্তাইল দিচফাংচন ৰোধ কৰাত সহায়ক হয়।

লগতে পঢ়ক অৱসৰ বিনোদনতে ঘটিল দুৰ্ঘটনা! সাগৰৰ ঢৌত উটি গ’ল পিতৃসহ দুই সন্তান

পাচলি: যৌন উত্তেজনাৰ ওপৰত কৰা বহু গৱেষণাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, বতৰৰ পাচলিসমূহেও আমাৰ যৌন জীৱন প্ৰভাৱিত কৰিব পাৰে। বতৰৰ পাচলি যেনে— গাজৰ, তিয়ঁহ, পিঁয়াজ, বেঙেনা আৰু পালেং শাকে আমাৰ শৰীৰক সুস্থ ৰাখি আমাৰ যৌন সংগমৰ প্ৰৱণতা বৃদ্ধি কৰে।

কণী: কণীৰ ভক্ষণেও যৌন জীৱনত প্ৰভাৱ পেলায়। কণীত থকা ভিটামিন B-5 আৰু B-6 য়ে মানসিক চাপ হ্ৰাস কৰে, যিয়ে উত্তেজনা বৃদ্ধিত সহায় কৰে। কণীত থকা আন উপাদানসমূহেও দেহক শক্তিশালী আৰু সুস্থ কৰি ৰাখে।

ফল: কিছুমান ফলেও আমাৰ যৌন জীৱনত ভালেখিনি প্ৰভাৱিত কৰিব পাৰে। আপেল, কল, চেৰি, নাৰিকল, খেজুৰ, আম, আঙুৰ, অমিতা, ডালিম, ৰেস্পবেৰি আদি ফলসমূহ ইয়াৰ বাবে জনাজাত।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom livde 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tipssexual life
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.