• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

4 years ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

13 minutes ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

39 minutes ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

1 hour ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

2 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

2 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

3 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

3 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

4 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

4 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

5 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

5 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

editor by editor
July 16, 2022
in বিবিধ, বিশ্ব
0
সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!
0
SHARES
38.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহান ৰহস্যবাদী আৰু অন্ধ বাবা ভাংগাই কিছুমান অবিশ্বাস্য ভৱিষ্যদ্বাণী কৰি থৈ গৈছে আৰু তাৰে দুটা এই বছৰ বাস্তৱায়িত হৈছে বুলি দাবী কৰা হৈছে। অন্ধ বাবা ভাংগাই ভয়ংকৰ ভৱিষ্যদ্বাণীৰ বাবে নষ্ট্ৰাডামছ নবীৰ দৰেই খ্যাতি লাভ কৰিছে। তেওঁ কৰা ভৱিষ্যদ্বাণীসমূহৰ কিছুমান যেন এতিয়া সমগ্ৰ বিশ্বতে সত্য বুলি প্ৰমাণিত হ’বলৈ ধৰিছে।এই ভৱিষ্যদ্বাণীবোৰ বাবা ভাংগাই মৃত্যুৰ পূৰ্বে বহু বছৰৰ আগতে কৰি থৈ গৈছিল।

ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল যে এছিয়াৰ বহু দেশ আৰু অষ্ট্ৰেলিয়াত বিপজ্জনক বানপানী হ’ব৷ এতিয়া তেওঁৰ এই ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হোৱা বুলি দাবী কৰা হৈছে৷ কিয়নো অষ্ট্ৰেলিয়াৰ কিছু অংশত চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰচণ্ড বৰষুণ হৈছিল, যাৰ ফলত প্ৰচণ্ড বানপানীৰ সৃষ্টি হৈছিল। ইফালে অসমতো এইবাৰ বানৰ প্ৰকোপ পূৰ্বতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

বাবা ভাংগাই ইয়াৰ লগতে কৈছিল যে খৰাং তথা পানীৰ নাটনিৰ ফলত ইউৰোপৰ বহু চহৰ ক্ষতিগ্ৰস্ত হ’ব। ইউৰোপত এই মুহূৰ্তত বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণী ফলিয়াইছে বুলি কোৱা হৈছে। নিউজ কৰ্পৰ বাতৰি অনুসৰি পৰ্তুগালে নিজৰ নাগৰিকসকলক পানী ব্যৱহাৰত নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হৈছে আৰু ইটালীয়ে ১৯৫০ চনৰ পিছত এইবাৰ আটাইতকৈ ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে।

লগতে পঢ়ক এইগৰাকী মহিলাই বৰ্ধিত পেটৰ চৰ্বি দেখুওৱাই কেনেকৈ মাহে ঘটে লাখে লাখে টকা?

২০২২ চনত তেওঁ কৰা ৬ টা ভৱিষ্যদ্বাণীৰ ভিতৰত ২ টা বাস্তৱায়িত হোৱা বুলিও কোৱা হৈছে। একে সময়তে বাবা ভাংগাই কৈছিল যে এই বছৰ চাইবেৰিয়াৰ পৰা অহা এটা নতুন মাৰাত্মক ভাইৰাছ এলিয়েন ফৰিঙৰ আক্ৰমণৰ লগতে আৰু ভাৰ্চুৱেল ৰিয়েলিটি বৃদ্ধি পাব।

স্মৰ্তব্য যে ১৯১১ চনত জন্ম লাভ কৰা বাবা ভাংগাৰ ১৯৯৬ চনত মৃত্যু হৈছিল। তেওঁৰ ভৱিষ্যদ্বাণীবোৰে এতিয়াও প্ৰতি বছৰে সংবাদ শিৰোনাম দখল কৰি থাকে। তেওঁৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল আৰু তেওঁৰ চকুৰ চিকিৎসাৰ বাবে ধনৰ অভাৱ হৈছিল। এনে অৱস্থাত ভাংগাই নিজৰ দৃষ্টিশক্তি হেৰুওৱায়।

অৱশ্যে অন্ধ হোৱাৰ পিছতো বাবা ভাংগাই বহুতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছিল৷ মৃত্যুৰ পূৰ্বে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে ৫০৭৯ চনত এই পৃথিৱীৰ অন্ত পৰিব।

লগতে পঢ়ক অতি বিপজ্জনক জনজাতি! শত্ৰুৰ মাংস ৰান্ধি ভক্ষণ কৰে, লাওখোলা ফালি তাতে খাই খাদ্য!

অৱশ্যে ইয়াৰ আগতেও তেওঁৰ বহু ভৱিষ্যদ্বাণী বাস্তৱত পৰিণত হৈছে বুলি কোৱা হয়। ১৯৮৯ চনতে ভাংগাই কৈছিল যে ২০০১ চনত সন্ত্ৰাসবাদী আক্ৰমণত আমেৰিকাৰ দুটা ‘ষ্টীল বাৰ্ড’ ধ্বংস হ’ব। বহুতে ইয়াৰ সত্যতা হিচাপে ৯/১১ আক্ৰমণৰ কথা উল্লেখ কৰে।

তেওঁৰ আন আন ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত ২০০৪ চনৰ থাইলেণ্ডৰ চুনামী, বাৰাক ওবামাৰ ৰাষ্ট্ৰপতিত্ব, ছোভিয়েট ইউনিয়নৰ পতন আৰু পূব আৰু পশ্চিম জাৰ্মানীৰ পুনৰ একত্ৰীকৰণো আছে বুলি কোৱা হয়।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBaba Vangabest news channel in assamBest news channel of assamBest News Portal in AssamBlind Mystic Baba Vanga
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

June 1, 2026
Next Post
পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.