• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

3 weeks ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

13 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

14 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

16 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

17 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

18 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

19 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

19 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

20 hours ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

23 hours ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

দেৱৰ-বৌৱেকৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ জেৰ! ৪ দিনীয়া সন্তানক হত্যা বৰমাকৰ

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

editor by editor
July 16, 2022
in অপৰাধ, ভাৰত
0
নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ
0
SHARES
82.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী নাবালিকাৰ সৈতে স্বামীক আপত্তিজনক অৱস্থাত থকা দেখি পত্নীয়ে এক ভিডিঅ’ নিৰ্মাণ কৰাই নহয়, ছ’চিয়েল মিডিয়াতো ভাইৰেল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নাবালিকাৰ সৈতে গোপনে প্ৰেমৰ তথা যৌন সম্পৰ্ক বজাই ৰখা স্বামীয়ে তেওঁৰ পত্নীয়ে যে ভিডিঅ’ ৰেকৰ্ডিং কৰি ভিডিঅ’ কৰি থৈছিল সেই বিষয়ে ঘূৰ্ণাক্ষেও অৱগত নাছিল৷ কিন্তু ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতহে স্বামীয়ে এই বিষয়ে অৱগত হয়৷ ইতিমধ্যে ভাইৰেল ভিডিঅ’ আৰু ঘটনাটোৱে সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাটো পোহৰলৈ অহাৰ পিছতে নাবালিকাগৰাকীৰ পিতৃয়ে স্বামী-স্ত্ৰী দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে।

 

লগতে পঢ়ক সঁচা হৈছে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! সোনকালে ধ্বংস হ’ব বিনন্দীয়া পৃথিৱী!

এই ঘটনাটো উত্তৰ প্ৰদেশৰ বাদাউনত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে অৰ্জুন নামৰ বিবাহিত লোকজনে এগৰাকী নাবালিকাৰ সৈতে গোপনে অবৈধ সম্পৰ্ক বৰ্তাই ৰাখিছিল৷ লোকজনে পৰিচিত নাবালিকাগৰাকীৰে সাধাৰণ সম্পৰ্ক থকাৰ দৰে পত্নীৰ আগত আচৰণ কৰি নিজ বাসগৃহলৈ মাতিবলৈ ধৰিলে৷

কিন্তু লাহে লাহে লোকজনৰ পত্নী সীতাৰ স্বামীৰ ওপৰত সন্দেহ জন্মিবলৈ আৰম্ভ কৰে আৰু স্বামীৰ ওপৰত গোপনে নজৰ ৰাখিবলৈ ধৰে৷ ঘটনাৰ দিনা পত্নীয়ে কিবা কামত বাহিৰলৈ উলাই যাওঁ বুলি গৈ ঘৰৰ ভিতৰতে আত্মগোপন কৰি থাকিল৷

পত্নীয়ে ঘৰৰ বাহিৰলৈ যোৱা বুলি ভাবি স্বামীয়ে নাবালিকাগৰাকীক ঘৰলৈ আনি কৰি যৌন সম্পৰ্কত লিপ্ত হয় আৰু পত্নীয়ে এই সমগ্ৰ দৃশ্য গোপনে মোবাইলত ৰেকৰ্ডিং কৰে৷

 

লগতে পঢ়ক পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

ইমানতে ক্ষান্ত নহৈ পত্নীগৰাকীয়ে উক্ত ভিডিঅ’টো পিছত সামাজিক মাধ্যমত ভাইৰেল কৰে৷ ভাইৰেল হোৱাৰ লগে লগে কাণ্ডটোৱে চাঞ্চল্যৰ সৃষ্টি কৰে৷ লগতে এই ঘটনাক কেন্দ্ৰ কৰি স্বামী-স্ত্ৰীৰ মাজতো তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে স্বামী অৰ্জুন আৰু তেওঁৰ পত্নী সীতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে স্বামীক ধৰ্ষণৰ অভিযোগত POCSO আইন আৰু পত্নীক আই টি আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIT Actpocso act
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?
ভাৰত

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

August 8, 2022
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  
ভাৰত

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

August 8, 2022
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

August 8, 2022
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ
ভাৰত

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

August 8, 2022
Next Post
সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা

মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.