• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

4 years ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

18 minutes ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

49 minutes ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

2 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

3 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

4 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

4 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

5 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

5 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

6 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

8 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

9 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!

editor by editor
July 16, 2022
in খাদ্য, স্বাস্থ্য
0
পানীপুৰী খাই নেকি? সাৱধান হওক, পানীপুৰী খালে আক্ৰান্ত হ’ব ৰোগত!
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি ‘পানী পুৰী’ অথবা ‘পুছকা’ খাই ভাল পাই নেকি? যদি খাই ভাল পাই তেনে এতিয়াৰে পৰা সাৱধান হওক৷ পানীপুৰীৰ পৰা মাৰাত্মক ৰোগ আপোনাৰ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে৷

গ্ৰীষ্মকালত মানুহৰ শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰে৷ এই পানীপুৰী খোৱাৰ ফলতে আপোনাৰ শৰীৰৰলৈ টাইফয়ড, মেলেৰিয়া, ভাইৰেল জ্বৰৰ বীজাণু সংক্ৰমণ ঘটিব পাৰে৷

দক্ষিণৰ ৰাজ্য তেলেংগানাত বিধ্বংসী ৰূপ ধাৰণ কৰা টাইফয়ড পানীপুৰীৰ পৰাই সংক্ৰমিত হোৱা বুলি ৰাজ্যখনৰ এগৰাকী শীৰ্ষ স্বাস্থ্য বিষয়াই সদৰী কৰিছে৷ ডাঃ জি শ্ৰীনিৱাস ৰাও নামৰ স্বাস্থ্য বিষয়াগৰাকীৰ মতে ৰাজ্যখনত বৃদ্ধি পোৱা টাইফয়ড ৰোগীৰ বাবে পানীপুৰীয়েই দায়ী৷

লগতে পঢ়ক পুৰুষ-মহিলাই যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ কি কি খাদ্য খোৱা উচিত?

উল্লেখ্য যে ৰাজ্যখনত যোৱা মে’ মাহৰ পৰাই টাইফয়ড ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাই আহিছে৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱা মে’ মাহত ২৭০০ গৰাকী আৰু জুন মাহত ২,৭৫২ গৰাকী লোক টাইফয়ড ৰোগত আক্ৰান্ত হৈছে৷

টাইফয়ড জ্বৰ, মেলেৰিয়া, ডায়েৰিয়া, ভাইৰেল জ্বৰৰ প্ৰধান কাৰণেই হৈছে দূষিত পানী, অপৰিস্কাৰ খাদ্য সেৱন। তেলেংগানাত চলিত বৰ্ষত ডায়েৰিয়াত ৬০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে।

তেওঁ বাৰিষাৰ সময়ত লোকসকলক পথৰ দাঁতিৰ খাদ্য বিশেষকৈ পানী পুৰী খোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দি ডাঃ ৰাৱে একয় যে পানী পুৰী বিক্ৰী কৰা দোকানীসকলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ধ্যান দিয়াটো উচিত। তেওঁলোকে কেৱল পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব লাগে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPanipuri side effects
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
Next Post
নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

নাবালিকাৰ সৈতে স্বামীৰ যৌন সম্পৰ্ক! ৰেকৰ্ডিং কৰি ভিডিঅ’ ভাইৰেল পত্নীৰ

সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.