• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

2 years ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

4 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

4 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

5 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

6 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

6 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

7 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

8 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

9 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

9 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

10 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

10 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম

editor by editor
October 23, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
কেনেকৈ লিংক কৰিব ৰেচনৰ সৈতে আধাৰ? এটা ক্লিকতেই জানক নিয়ম
0
SHARES
428
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেছন কাৰ্ডৰ সৈতে আধাৰ লিংক বাধ্যতামূলক কৰিছে কেন্দ্ৰই৷ ৰেচনৰ নামত দেশত চলি থকা দুৰ্নীতি দূৰ কৰিবলৈকে এই সিদ্ধান্ত লৈছে চৰকাৰে৷ কিন্তু আম জনতাৰ বহুতেই এতিয়াও নাজানে কেনেকৈ লিংক কৰিব আধাৰ আৰু ৰেচন৷ চৰকাৰী নিয়ম অনুসৰি অনলাইন আৰু অফলাইন দুটা পদ্ধতিত ৰেছন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰে গ্ৰাহকে৷ ইয়াৰ বাবে ৰাজ্যৰ খাদ্য দফতৰৰ অফিচিয়েল ৱেবচাইট অৰ্থাৎ https://wbpds.wb.gov.in/-ত লগ ইন কৰিব লাগিব৷ এই ৱেবচাইটত সোমোৱাৰ পাছত আপুনি দেখা পাব আধাৰ ৰেছন লিংকৰ নিৰ্দিষ্ট অপশ্ব্যন৷

তাতেই গ্ৰাহকে গৈ লিখিব লাগিব ৰেছন কাৰ্ডৰ নম্বৰ৷ ইয়াৰোপৰি ৰেজিষ্টাৰ মোবাইল নম্বৰো দিব লাগিব৷ এই কাম কৰিবলৈ গ’লে কনটিনিউ অপশ্ব্যনত ক্লিক কৰিব লাগিব৷ ইয়াৰ সৈতে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অটিপি আহিব৷ সেই অটিপি পেষ্ট কৰিলে ৰেছন কাৰ্ড আৰু আধাৰ নম্বৰৰ লিংক অপশ্ব্যন আহিব তাত ক্লিক কৰি লাগিব৷ এই সম্পূৰ্ণ কাম অফলাইনতো কৰিব পাৰিব গ্ৰাহকে৷

অফলাইনৰ বাবে ব্যক্তিজনে ৰেছন কাৰ্ডৰ দোকানলৈ যাব লাগিব৷ তাত ৰেছন কাৰ্ড হোল্ডাৰৰ আধাৰ কাৰ্ডৰ ফটোকপি জমা ল’ব৷ তাৰ সৈতে ৰেছন কাৰ্ডৰ জেৰক্স কপিও জমা ল’ব৷ ইয়াৰোপৰি গ্ৰাহকে জমা দিব লাগিব বেংকৰ পাছবুকৰ ফটো৷  যিসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আছে তেন্তে তেওঁলোকে বেংকৰ নথি জমা নিদিলেও হ’ব৷ পৰিয়ালৰ বৰ্ষীয়ান সদস্যসকলৰ ক্ষেত্ৰত পাছপোৰ্ট চাইজৰ ফটোসহ নথি খাদ্য দফতৰত গৈ জমা দিব লাগিব৷

ইয়াৰ পাছতেই ৰেছন দোকালত প্ৰাৰ্থীৰ বায়মেট্ৰিক তথ্য সংগ্ৰহ কৰা হব৷ তাৰপাছতেই যাৱতীয় নথি নিৰ্দিষ্ট দফতৰত গৈ এছ এমএছ বা ইমেইলৰ মাধ্যমেৰে গ্ৰাহকক জনাই দিব খাদ্য দফতৰে৷ অফলাইন লিংকৰ ক্ষেত্ৰত কি কি নথি প্ৰয়োজন চাওক  লিষ্ট৷

১. ৰেচন কাৰ্ডৰ ফটোকপি

২. পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ডৰ ফটোকপি

৩. বেংকৰ পাছবুকৰ কপি

৪. পৰিয়ালৰ বৰ্ষীয়ান সদস্যসকলৰ ২ কপি পাছপোৰ্ট চাইজ ছবি

এজন ব্যক্তিৰ একাধিক ৰেচন কাৰ্ড ব্যৱহাৰৰ দুৰ্নীতি ৰখাবলৈকে এই লিংকিঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
Next Post
শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

শ্ৰী কৃষ্ণৰ হাতৰ আঙুলিত থকা সুদৰ্শন চক্ৰৰ এইকেইটা শক্তিৰ কথা জানেনে?

ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক

ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.