• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো

কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

5 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

6 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

6 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

7 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

8 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

8 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

9 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

9 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

10 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

10 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো

editor by editor
October 25, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো
0
SHARES
705
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি অৱস্থা হৈ পৰিল অভিষেক বচ্চনৰ! সামাজিক মাধ্যমত ফটো দি লিখিলে- ‘মই কবলৈ বিচাৰো’

সম্পূৰ্ণ ফিট মানুহ এজনৰ বৰ্তমানৰ ফটো এখনে সামাজিক মাধ্যমত খলকনি তুলিছে। অভিষেক বচ্চনে সদ্যহতে শ্বেয়াৰ কৰিছে এখন ফটো, ফটো খনত পেট ওলোৱা অৱস্থাত আছে অভিষেকৰ। ফটোখনত দেখা অনুসৰি, পূৰ্বতকৈ বহুখিনি শকত হৈ পৰিছে অভিনেতাগৰাকী।

ফটোখন শ্বেয়াৰ কৰি লিখিছে ‘কবলৈ কথা কবলৈ বিচাৰো’। বিশ্ব সুন্দৰী পত্নী ঐশ্বৰ্যৰ সৈতে সম্পৰ্কত ফাঁট মেলা আৰু নিম্ৰত কৌৰৰ সৈতে পোগনে সম্পৰ্ক আৰম্ভ হোৱা বুলি কথা বিয়পি পৰাৰ মাজতে এই ফটোৱে অনুৰাগীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৱশ্যে এই ফটো এখন চিনেমাৰহে । চিনেমাখনত শকত-আৱত দেখুওৱা হৈছে অভিষেক বচ্চনক। চিনেমা খনৰেই ফটো শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে। সেই চিনেমাখনৰ নাম – আই ৱাণ্ট টু টক (I Want To Talk).

অহা নৱেম্বৰ মাহৰ ২২ তাৰিখে মুক্তি পাব চিনেমাখনে। চিনেমাখন পৰিচালনা কৰিছে সুজিত ছিৰকাৰে। এতিয়া পৰৱৰ্তী সময়তহে দেখা যাব চিনেমাখনে কিমান সফলতা লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek BachanNew Filmsocial mediaUpcoming Filmviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে

২০লাখ ঋণ দিছে চৰকাৰে, দীপাৱলিৰ সময়তে মুদ্ৰা যোজনাৰ অধীনত সুখবৰ দিছে কেন্দ্ৰীয় চৰকাৰে

শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.