• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

2 years ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

27 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

10 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

14 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

16 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা

editor by editor
October 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শক্তি বাঢ়িছে সূৰ্যৰ! সাফল্যৰ শিখৰত উঠিব এই ৩ৰাশিৰ জাতক-জাতিকা
0
SHARES
12.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰ অনুসৰি নিৰ্দিষ্ট সময়ত অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই ৰাশিৰ পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে মানৱ জীৱনত৷ গ্ৰহৰ ৰজা সূৰ্য৷ সিদ্ধমতে আজি ২৪ অক্টোবৰৰ বিয়লী ১২.৫২ মিনিটত নক্ষত্ৰ পৰিবৰ্তন কৰিব সূৰ্যই৷ সূৰ্যই স্বাতী নক্ষত্ৰত প্ৰৱেশ কৰিছে একেই অৱস্থানত সূৰ্য আগন্তুক ৬নৱেম্বৰলৈকে থাকিব৷ যাৰ ফলত বিৰাট সালসলনি আহিব বিভিন্ন ৰাশিৰ জীৱনত৷ এই সময়ত সোণৰ দৰে জিলিকিব ৩ৰাশিৰ ভাগ্য৷ কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জীৱনত সূৰ্যৰ ৰাশিৰ পৰিবৰ্তনৰ বৃহৎ প্ৰভাৱ পৰিব৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শিখৰত উঠিব পাৰে৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে৷ মিথুনৰ পঞ্চম ঘৰত সূৰ্য নক্ষত্ৰ থাকিব৷ ফলত কেৰিয়াৰত আহিব সুদিন৷ নতুন চাকৰিত ভাল সময় আহিব৷ সমাজত মান সন্মান বাঢ়িব৷ পৰিয়ালতো শান্তি থাকিব৷

ধনু ৰাশি

শীঘ্ৰেই অত্যন্ত ভাল সময় আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই ৰাশিক ধনেৰে উপচাই পেলাব সূৰ্য পৰিবৰ্তনে৷ নতুন আয়ৰ ৰাস্তা খুলিব৷ সংসাৰত আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ সকলো মিলি এই ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন অহাৰ সম্ভাৱনা আছে৷

কুম্ভ ৰাশি

সুদিন অহাৰ বৃহৎ যোগ আছে কুম্ভ ৰাশিৰ৷ অৰ্থভাগ্য, আয় ব্যয়ৰ ভাৰসাম্য ৰাখি সঞ্চয়ৰ পথ সুগম হ’ব৷ চাকৰিত নতুন দায়িত্ব পাব পাৰে৷ সংসাৰত আৰ্থিক কষ্ট থাকিলে এই সময়ত দূৰ হ’ব৷ পৰিয়ালৰ সকলোৰে সৈতে সময় কটাব৷ সকলো মিলি সূৰ্যৰ স্থান পৰিবৰ্তন লাভজনক হ’ব কুম্ভ ৰাশিৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.