• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

3 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

4 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

4 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

5 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

5 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

8 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

9 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

9 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

10 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

11 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো

editor by editor
October 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সেই বাবেই তেওঁ ৰতন টাটা! উইলত লিখি গৈছে পোহনীয়া কুকুৰ টিটোৰ নাম, সম্পত্তিৰ ভাগ ৰান্ধনীলৈকো
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল উদ্যোগী হিচাপেই তেওঁ জনপ্ৰিয় নহয়৷ তেওঁ ভাৰতৰ ৰত্ন৷ তেওঁ জীৱনকালত কৰি যোৱা সেৱা, দান আদি যুগে যুগে মনত ৰাখিব ভাৰতীয়ই৷ দেশবাসীৰ মনৰ মণিকোঠাত তেওঁ বহি আছে৷ তেওঁৰ পুষ্য প্ৰেমৰ কথাও সকলোৱে জানে৷ এই ৰতন টাটাৰ মৃত্যুৰ পাছত প্ৰকাশ পাইছে তেওঁৰ উইল পত্ৰ৷ আৰু তাত লিখা কথাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় অনন্য? জনা গৈছে যে প্ৰয়াত উদ্যোগী ৰতন টাটাই তেওঁৰ ব্যক্তিগত উইইত পোহনীয়া কুকুৰ টিটোৰ নাম উল্লেখ আছে৷ সম্পত্তিৰ ভাগ দি গৈছে তেওঁৰ দীৰ্ঘদিনীয়া ৰান্ধনী আৰু পৰিচাৰকসকলকো৷

বিগত ৯ অক্টোবৰত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে বিখ্যাত উদ্যোগী ৰতন টাটাই৷ তেওঁৰ মৃত্যুৰ পাছত টাটা সাম্ৰাজ্যৰ শাসন কোনে কৰিব সেই বিষয়টোক লৈয়ো বহুতেই জানিবলৈ আগ্ৰহী হৈ আছিল৷ ৰতন টাটাৰ বিপুল সম্পত্তিৰ মালিক কোন হ’ব সেই বিষয়টোক লৈ বহুতৰে মনত প্ৰশ্নও আছিল৷ কাৰণ চিৰকুমাৰ আছিল টাটা৷ তেওঁৰ কোনো সন্তান নাই৷

এইবাৰ ৰতন টাটাৰ উইল সন্মুখলৈ অহাৰ পাছত জানিব পৰা গৈছে, কাৰ নামত কি থৈ গৈছে ৰতন টাটাই৷ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমান ১০ হাজাৰ কোটিৰো অধিক৷ তেওঁ যি উইল তৈয়াৰ কৰি গৈছে তাত লিখা আছে তেওঁৰ প্ৰিয় পোহনীয়া কুকুৰ টিটো ৰ নামো৷ তাত লিখা হৈছে তেওঁৰ প্ৰিয় টিটোৰ যেন যত্নৰ কোনো অভাৱ নহয়৷ ৰতন টাটাৰ টিটু জাৰ্মাণ ছেফাৰ্ডটো যিমান দিন বাচি থাকিব তাৰ সকলো সোৱা যত্নৰ নিৰ্দেশ তেওঁ দি গৈছে৷ ৬বছৰ পূৰ্বে টিটোক নিজৰ ঘৰলৈ আনিছিল টাটাই৷

কেৱল পশু প্ৰেম নহয় যিসকলে দীৰ্ঘদিন ধৰি তেওঁৰ যত্ন ৰাখিছিল তেওঁলোককো পাহৰা নাই টাটাই৷ নিজৰ উইল সম্পত্তিৰ এটা অংশ লিখি দিছে তেওঁৰ দীৰ্ঘ সময়ৰ ৰান্ধনি ৰজন চাউয়েৰ নামত৷ তিনি দশক ধৰি তেওঁৰ পৰিচাৰক আছিল ছুব্বিয়া৷ তেওঁৰ নামো উইলত লিখি গৈছে ৰতন টাটাই৷

পৰিয়ালত ভিতৰত নিজৰ ভায়েক জিমি টাটাৰ বাবে যেনেকৈ সম্পত্তিৰ এটা অংশ লিখিছে ৰতন টাটাই তেনেতৈ দুইগৰাকী সতীয়া ভনীয়েক ছিৰিণ আৰু ডিয়ানাৰ বাবেও সম্পত্তি থৈ গৈছে৷ বাকী সম্পত্তি তেওঁ টাটা ফাউণ্ডেছনৰ নামত লিখি থৈ গৈছে৷ শেষ বয়সত ৰতন টাটাৰ সৈতে লগত থকা শান্তনু নাইডুও বাদ পৰা নাই উইল পত্ৰৰ পৰা৷ শান্তনুৰ ষ্টাৰ্টআপ গুডফেলোজত নিজৰ অংশীদাৰিত্ব যেনেকৈ এৰি দিছে, তেনেকৈ শান্তনুয়ে বিদেশত পঢ়াশুনা কৰিবলৈ যোৱাৰ খৰচো ৰতন টাটাই দি গৈছে৷

কি কি সম্পত্তি আছে ৰতন টাটাৰ?

মুম্বাইৰ জুহু ৰোডৰ দুমহলীয়া এখন ঘৰ আছিল আৰু আলিবাগত ২০০০ স্কোৱাৰফুটৰ এটা বাংলো আছিল ৰতন টাটাৰ৷ বেংকত আছিল ৩৫০ কোটিৰ ফিক্সড ডিপোজিট৷ ১৬৫ বিলিয়ন ডলাৰৰ টাটা গ্ৰুপৰ মূল সংস্থা টাটা সেন্সৰত ০.৮৩শতাংশ অংশীদাৰিত্বও আছিল ৰতন টাটাৰ নামত৷

টাটা চঞ্চত ৰতন টাটাৰ যি অংশীদাৰিত্ব আছিল সেয়া ৰতন টাটা এনডাউমেণ্ট ফাউণ্ডেছনলৈ হস্তান্তৰ কৰা হ’ব৷ টাটা গ্ৰুপৰ সংস্থাসমূহত ৰতন টাটাৰ যি শ্বেয়াৰ আছিল সেয়াও এই ট্ৰাষ্টলৈ হস্তান্তৰ কৰা হ’ব৷ ৰতন টাটাৰ যি ২০-৩০খল লাক্সাৰী বাহন আছিল আৰু ঘৰসমূহ কাৰ হাতলৈ যাব এয়া ভৱিষ্যতেহে নিৰ্ণয় হ’ব৷ হয়তো এই বাহনসমূহ পুনে মিউজিয়ামলৈ পঠিয়াই দিয়া হ’ব বা নিলাম কৰা হ’ব৷ বম্বে হাইকোৰ্টত এই সমস্ত সম্পত্তিৰ পৰ্যালোচনা কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

মাহত ১ হাজাৰকৈ বিনিয়োগ কৰিলেই কোটিপতি হ’ব, কেইবছৰত আপুনি কোটিপতি হ’ব?

মাহত ১ হাজাৰকৈ বিনিয়োগ কৰিলেই কোটিপতি হ’ব, কেইবছৰত আপুনি কোটিপতি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.