• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

3 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

3 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

4 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

5 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

5 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

8 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

9 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

9 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

10 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

11 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে

editor by editor
October 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বেছি বয়সত পিতৃ হোৱাৰ কথা ভাৱিছে? সন্তানৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময় সলনি হৈছে৷ কলেজ পাছ কৰোতেই ২১ বছৰ পাৰ হয়েই৷ স্নাতকোত্তৰ স্তৰৰ পঢ়াশুনা শেষ কৰোতে কৰোতে বয়স হয়গৈ ২৩ৰ পৰা ২৪৷ তাৰপিছতেই কোনোৱে যদি পিএইছডি কৰে তেন্তে আৰু ৫বছৰ৷ তাৰপিছতেই চাকৰি পায় নিজৰ ভৰিত থিয় হোৱালৈকে এজন লৰাৰ বয়স হয়গৈ ৩২-৩৩ বছৰ৷ তাৰপিছতহে দাম্পত্য জীৱনৰ আনন্দ উপভোগ কৰে৷ পিতৃ হোৱাৰ কথা ভৱালৈকে প্ৰায় ৩৫-৪০ বছৰ হয়গৈ৷

বেছি বয়সত সন্তান ধাৰণ কৰিবলৈ গ’লে মহিলাৰ যেনেকৈ সমস্যা হয় তেনেকৈ এজন পুৰুষেও বেছি বয়সত পিতৃত্বৰ স্বাদ লোৱাৰ ক্ষেত্ৰত সমস্যা থাকে নেকি? বয়স বৃদ্ধিৰ সৈতে কমি থাকে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু মান৷ শুক্ৰাণুৰ গতিশীলতা হ্ৰাস, পৰিমাণ হ্ৰাস, ডিএনএ ফ্ৰেগমেণ্টেছন বৃদ্ধিৰ দৰে নানান সমস্যাই দেখা দিয়ে৷ আনকি বয়স বাঢ়িলে পিতৃ হোৱাৰ ক্ষেত্ৰত পুৰুষৰ মিউটেছন বা জিনগত নানান সমস্যাই দেখা দিয়ে৷ যি পৰবৰ্তী শিশুৰ শৰীৰত বাহিত হয়৷

বয়স বঢ়াৰ লগে লগে পুৰুষৰ প্ৰজনন কোষ বা শুক্ৰাণুত ডি নোভা মিউটেছনৰ অস্তিত্ব বাঢ়ি থাকে৷ যিয়ে পৰবৰ্তী প্ৰজন্মৰ শৰীৰত সঞ্চাৰিত হ’ব পাৰে৷ ফলত এই শিশুৰ নানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ বহু গৱেষণাত দেখা গৈছে যে বেছি বয়সত পিতৃ হ’লে সন্তানসকলৰ মাজত জটিল মানসিক ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা বাঢ়িছে৷ বাইপোলাৰ ডিজঅৰ্ডাৰ বা এটেনছন হাইপাৰএক্টিভিটিৰ দৰে নানান ডিজ অৰ্ডাৰো হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
মাহত ১ হাজাৰকৈ বিনিয়োগ কৰিলেই কোটিপতি হ’ব, কেইবছৰত আপুনি কোটিপতি হ’ব?

মাহত ১ হাজাৰকৈ বিনিয়োগ কৰিলেই কোটিপতি হ’ব, কেইবছৰত আপুনি কোটিপতি হ’ব?

দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত

দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.