• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত

দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত

2 years ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

15 minutes ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

51 minutes ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

1 hour ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

2 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

15 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

15 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

16 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

16 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

17 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

19 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

20 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত

দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত

editor by editor
October 25, 2024
in জীৱনশৈলী
0
দীপাৱলিত বৃহস্পতি-শনিৰ শক্তি বাঢ়িব! এবছৰলৈকে ধন লাভৰ পথ খুলিব ৩ৰাশিৰ কঁপালত
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰালত স্থান পৰিবৰ্তন কৰে৷ শনিয়ে আঢ়ৈ বছৰ আৰু বৃহস্পতিয়ে  এবছৰত ৰাশি পৰিবৰ্তন কৰে৷ ৯টা গ্ৰহৰ মাজত শনি আৰু বৃহস্পতিক সকলোতকৈ বিশেষ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বৰ্তমান শনি আৰু বৃহস্পকি উভয় গ্ৰহই বক্ৰী হৈ আছে৷ শনিয়ে মূল ত্ৰিভূজ চিহ্ন কুম্ভ ৰাশিত বিপৰীত দিশলৈ গৈছে আৰু বৃহস্পতিয়ে বৃষ ৰাশিত বিপৰীতমুখী যাত্ৰাত আছে৷ দীপাৱলিৰ দিনা, শনি আৰু বৃহস্পতি উভয় গ্ৰহই দীপ যোগ তৈয়াৰ কৰিব৷ যাৰ বৃহৎ প্ৰভাৱ পৰিব ৩ৰাশিৰ ওপৰত৷ এবছৰত টকাৰ পাহাৰ গঢ়িব কেইটামান ৰাশিৰ জাতকে৷ আপুনিও আছে নেকি তালিকাত?

বৃষ ৰাশি

বৃহস্পতি আৰু শনিৰ বিপৰীত চলন বৃষ ৰাশিৰ বাবে শুভ সময়৷ বিভিন্ন ক্ষেত্ৰত আৰ্থিক সুবিধা পাব পাৰে এই ৰাশিৰ মানুহে৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত উন্নতি, দৰমহা বাঢ়িব পাৰে৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ পৰিয়ালত সুখ শান্তি থাকিব৷

ধনু ৰাশি

বৃহস্পতি আৰু শনিৰ বিপৰীতমুখী গতি ধনু ৰাশিৰ বাবে অত্যন্ত লাভজনক হ’ব৷ বিভিন্ন ক্ষেত্ৰত সাফল্যৰ শিখৰত উঠিব ৰাশিৰ মানুহে৷ কৰ্মজীৱনত বিৰাট উন্নতিৰ যোগ আছে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ চাকৰিত আপোনাৰ কামত সন্তুষ্ট হ’ব উৰ্ধতন কৰ্তৃপক্ষ৷ সহকৰ্মীসকলৰ প্ৰশংসা পাব৷ দাম্পত্যত কলহ দূৰ শান্তি বৰ্তি থাকিব৷

কুম্ভ ৰাশি

দীপাৱলিত শুভ যোগ আৰম্ভ হ’ব কুম্ভ ৰাশিৰ৷ শনি আৰু বৃহস্পতিৰ বিপৰীত চলনে কুম্ভ ৰাশিৰ বাবে লাভজনক ফল কঢ়িয়াই আনিব৷ আয় যেনেকৈ বাঢ়িব, তেনেকৈ ব্যয় কমিব৷ সঞ্চয়ৰ পথ প্ৰশস্ত হ’ব৷ আগন্তুক দিনত ধনৰ সমস্যা সমাধান হ’ব পাৰে৷ সমাজত মান সন্মান বাঢ়িব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
আপোনাৰ দিনটো আজি কেনে যাব?
বিবিধ

আপোনাৰ দিনটো আজি কেনে যাব?

June 26, 2026
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
Next Post
বুমৰাহ প্ৰথম, কোহলী দ্বিতীয়! IPLৰ নিলামত উঠিলে কোন তাৰকাই কিমান টকা পাব পাৰে? জানক লিষ্ট

বুমৰাহ প্ৰথম, কোহলী দ্বিতীয়! IPLৰ নিলামত উঠিলে কোন তাৰকাই কিমান টকা পাব পাৰে? জানক লিষ্ট

মাহে মাহে জমা কৰক মাত্ৰ ১০ হাজাৰ টকা, কেইবছৰত কোটিপতি হ’ব জানেনে?

মাহে মাহে জমা কৰক মাত্ৰ ১০ হাজাৰ টকা, কেইবছৰত কোটিপতি হ’ব জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.