• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

4 years ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

39 minutes ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

2 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

10 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

11 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

14 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

14 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

15 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

16 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

editor by editor
May 31, 2022
in চিনেমা, বিনোদন, বিবিধ
0
ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মালাইকা আৰোৰাৰ নাম হয়তো আপোনাৰ অচিনাকী নহয়। নৃত্য আৰু অভিয়নতো সমানে পাৰদৰ্শী মালাইকাই এতিয়া অভিনয় আৰু নৃত্যৰ বাবে নহয়, অন্য কিছু বিশেষ কাৰণতহে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ চৰ্চাত থাকে৷

বিশেষকৈ এই বয়সতো নিজৰ ফিটনেছ মেইন্টেইন, প্ৰেমৰ সম্পৰ্ক আৰু কেইবছৰমান পূৰ্বে আৰবাজ খানৰ সৈতে হোৱা বিবাহ বিচ্ছেদৰ বাবেও প্ৰায়ে চৰ্চাত থাকে মালাইকা৷

বয়সত যথেষ্ট সৰু বলিউদৰ অভিনেতা অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা মালাইকা দুদিনমান পূৰ্বে তেওঁলোকৰ বহু চৰ্চিত সম্ভাৱ্য বিবাহকলৈ সামাজিক আৰু সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল৷

লগতে পঢ়ক কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

কিন্তু, বলিউদৰ চেলিব্ৰেটিগৰাকী এইবাৰ এইবোৰ কাৰণত সামাজিক মাধ্যমৰ ট্ৰেণ্ডলৈ অহা নাই৷ এইবাৰ এক বিশেষ নৃত্যৰ ভিডিঅ’ৰ বাবে ট্ৰেণ্ডত আছে মালাইকা অৰোৱা৷ সেই chaiaiya chaiaiya দিনৰে পৰা অভিনেত্ৰীগৰাকীৰ মোহময়ী নৃত্য আৰু গ্লেমাৰে দৰ্শকক মোহিত কৰিছে। এতিয়া ইনষ্টাগ্ৰামত যথেষ্ট অনুৰাগী থকা মালাইকা আৰোৰাই পুনৰ এক ভিডিঅ’ ক্লীপৰ দ্বাৰাই ইনষ্টাগ্ৰামৰ ট্ৰেণ্ড থকা দেখা গৈছে।

ইনষ্টাগ্ৰামত মিলেনিয়াম আৰু জেন জেড ব্যৱহাৰকাৰীসকলক ফটো শ্বেয়াৰিং এপ’ত শেহতীয়া ট্ৰেণ্ডসমূহ ট্ৰাই কৰি ৰাণীৰ দৰে সকলোৰে হৃদয়ত দোলা দিছে মালাইকাই।

লগতে পঢ়ক UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

মলাইকা আৰোৰাৰ এজেড দা জিংগল জিংগল ট্ৰেণ্ডত হাত উজান দিয়া অভিনেত্ৰীগৰাকীৰ সৈতে দলৰ অন্য দুগৰাকী ২ সদস্যও আছে৷ ইনষ্টাগ্ৰামত নৃত্যৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হোৱা দেখা গৈছে। মাত্ৰ ১৫ ঘণ্টাৰ ভিতৰত প্ৰায় ২ লাখ লোকে মালাইকাৰ এই ভিডিঅ’টো লাইক কৰিছে৷

View this post on Instagram

A post shared by Malaika Arora (@malaikaaroraofficial)

মালাইকা আৰোৰাই ফ্ৰিঞ্জ ডিটেইলিঙৰ সৈতে ৰূপালী ৰঙৰ কাপোৰ পৰিধান কৰি কেপচনত লিখিছে flat cute, shot it, won’t delete it প’ষ্ট লিখিছে। ইফালে মালাইকাৰ ভগ্নী অমৃতা আৰোৰাই ইমোজি দি প’ষ্টটোৰ উত্তৰ দিয়া দেখা গৈছে। আনহাতে তেওঁৰ অনুৰাগীসকলে বিভিন্ন মন্তব্য প্ৰদান কৰা দেখা গৈছে, য’ত মালাইকাক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodmalaika arora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
Next Post
ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.