• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

3 weeks ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

2 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

2 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

3 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

4 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

4 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

5 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

5 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

6 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

7 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

8 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

অজয় ​​দেৱগানৰ, শ্বাহৰুখ খানৰ লগতো কৰিছিল কাম

editor by editor
August 6, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউড তথা টিভিৰ প্ৰবীণ অভিনেত্ৰী সুস্মিতা মুখাৰ্জীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত জীৱনৰ এটা কঠিন সময়ৰ কথা মনত পেলাইছে। যেতিয়া অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে আৰ্থিকভাৱে সংগ্ৰাম কৰি আছিল। এসময়ত ১ কোটি টকাতকৈও অধিক ঋণৰ বোজা তেওঁলোকৰ ওপৰত আছিল। সেই সময়ছোৱা তেওঁলোকৰ বাবে অতি কঠিন আছিল আৰু সুস্মিতা মুখাৰ্জীয়ে আৰ্থিক দীনতাৰ বাবে C গ্ৰেডৰ ছবিতো কাম কৰিবলগীয়া হৈছিল।

সুষ্মিতা মুখাৰ্জীয়ে নিজৰ কেৰিয়াৰত অজয় ​​দেৱগানৰ “গোলমাল” আৰু শ্বাহৰুখ খানৰ “কিং আংকল”কে ধৰি বহুতো ডাঙৰ ডাঙৰ ছবিত কাম কৰিছে। অৱশ্যে ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে C গ্ৰেডৰ কিছুমান ছবিতো আৰ্থিক দীনতা দূৰ কৰিবলৈ কাম কৰিবলগীয়া হৈছে। শেহতীয়াকৈ তেওঁ নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ কয়, “কোনোবাই মোক সুধিছিল, ‘মেম, বেয়া ছবিত কিয় কাম কৰিছিল?’ মোৰ অতীতৰ জীৱনৰ কথা ভাবিলেই মই স্তম্ভিত হৈ পৰো, সেই সময়খিনি মোৰ কেৰিয়াৰৰ সবাটোকৈ বেয়া দিন আছিল।”

অভিনেত্ৰীগৰাকীয়ে আৰু কয়, “সেয়া প*ৰ্ণগ্ৰাফী নাছিল, কিন্তু C গ্ৰেডৰ ছবি আছিল। মানে একপ্ৰকাৰ ভাল চিনেমা নাছিল। সেই ছবিবোৰ কৰি আচলতে মই মোৰ আত্মাটোক বিক্ৰী কৰিলোঁ। কিন্তু সেয়া মোৰ জীৱনৰ সেই সময়খিনিৰ এটা বাধ্যবাধকতা আছিল।” সুষ্মিতা মুখাৰ্জীয়ে লগতে কয়, ‘যদি মই মোৰ জীৱনৰ কথা কওঁ, তেন্তে মোৰ স্বামী আৰু মোৰ প্ৰডাকচন কোম্পানীটো ২০০২ চনত দেউলীয়া হৈছিল। আমাৰ হাতত ১ কোটি টকাৰ ঋণ আছিল। সেই সময়ত প্ৰযুক্তিৰ নতুন যুগ আহিছিল আৰু আমি ইয়াৰ বিষয়ে একো নাজানিছিলো, গতিকে আমি দেউলীয়া হৈছিলো। লোন ৰিকোভাৰী ​​এজেণ্টে আহি আমাক গালি-গালাজ কৰিছিল।গতিকে, সেই সময়ত মোৰ একমাত্ৰ চিন্তা আছিল প্ৰথমে ঋণ পৰিশোধ কৰা।”

সুষ্মিতা মুখাৰ্জীয়ে কয় যে সেই সময়ত তেওঁৰ আন কোনো উপায় নাছিল, যাৰ বাবে তেওঁক C গ্ৰেডৰ ছবিত কাম কৰিবলৈ বাধ্য কৰাইছিল। অৱশ্যে প্ৰায় চাৰি দশক ধৰি চলচ্চিত্ৰ জগতৰ অংশ হিচাপে কাম কৰি আহিছে তেওঁ। ১৯৮৭ চনত “য়েহ ৱহ মানজিল টোহ নেহি” ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে অভিনেত্ৰীগৰাকীয়ে। সম্প্ৰতি তেওঁ ছবি আৰু ৱেব ছিৰিজৰ কামত ব্যস্ত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
Next Post
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

'ভাইজান' ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.