• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

2 years ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

42 minutes ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

2 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

2 hours ago
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

3 hours ago
নিশা শোৱাৰ সময়ত নকৰিব ভুল, ভয়ংকৰ বিপদত পৰিব আপুনি!

নিশা শোৱাৰ সময়ত নকৰিব ভুল, ভয়ংকৰ বিপদত পৰিব আপুনি!

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

5 hours ago
অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

6 hours ago
Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

6 hours ago
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

7 hours ago
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

7 hours ago
৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

8 hours ago
Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান

editor by editor
December 25, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
ফাইনেল ডেষ্টিনেশ্ব্যনলৈ কেইটামান খোঁজ! গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে আদিত্য এল-১ৰ সন্মুখত এই বৃহৎ প্ৰত্যাহ্বান
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন বছৰত আন এক অভিলেখ গঢ়িবলৈ প্ৰায় সাঁজু ইছৰো। ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ সূৰ্যযান আদিত্য এল-১য়ে আগন্তুক ৬ জানুৱাৰীত নিজৰ গন্তব্যস্থানত উপস্থিত হোৱাৰ কথা প্ৰকাশ কৰিছে ইছৰোৰ দলে। কিন্তু গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বে কঠিন পৰীক্ষা দিব লাগিব আদিত্য এল-১য়ে। কিন্তু কেতিয়া এই পৰীক্ষা দিব লাগিব আদিত্য এল-১য়ে? সূৰ্যৰ এল-১ পয়েণ্টৰ চাৰিওফালে থকা অৰবিটত সোমাবৰ বাবে ইছৰোয়ে ৰামধাক্কা দিব আদিত্য এল-১ক। পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ এই মধ্যবৰ্তী পয়েণ্টতেই ডাঙৰ চেলেঞ্জৰ মুখামুখি হ’ব আদিত্য এল-১।

এই মুহূৰ্তত আদিত্য এল-১ য়ে গন্তব্যস্থানত উপস্থিত হোৱাৰ লাষ্ট ষ্টেজত আছে। আৰু কিছুদিন পাছতেই নতুন বছৰৰ আৰম্ভণিতে এই সূৰ্যযান উপস্থিত হ’ব গন্তব্যস্থানত।যিয়ে পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত্বত আছে। বিগত ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা লঞ্চ কৰা হৈছিল ইছৰোৰ আদিত্য এল-১। এই যাত্ৰাপথত একাধিকবাৰ সূৰ্যৰ কক্ষপথৰ পৰা বিচ্যুত হোৱাৰো উপক্ৰম হৈছে যানখন। এটাৰ পাছত এটা কক্ষপথ অতিক্ৰম কৰাটোৱেই ডাঙৰ প্ৰত্যাহ্বান ইছৰোৰ। কিন্তু এই সকলোবোৰতকৈ ডাঙৰ চেলেঞ্জৰ মুখামুখি এইবাৰহে হ’ব ইছৰো।

ফাইনেল ডেষ্টিনেছন পোৱাৰ পূৰ্বে ডাঙৰ পৰীক্ষা দিব লাগিব যানখনে। আদিত্য এল-১য়ে সূৰ্যৰ এল-১ পয়েণ্টৰ চাৰিওফালে থকা অৰবিটত উপস্থিত হ’বলৈকে এই পৰীক্ষা দিব লাগিব। আদিত্য এল-১ ৰ গতিপথ আৰু বেগ সঠিক ৰখাৰ প্ৰকৃত চেলেঞ্জ এতিয়াহে। সূৰ্যৰ এল-১ পয়েণ্টত আদিত্য এল-১ক ষ্টেবল কৰাটোও এটা ডাঙৰ চেলেঞ্জ। প্ৰতি বছৰে ০.২-৪ মিটাৰ প্ৰতি ছেকেণ্ডত যাত্ৰা কৰিব সূৰ্যযানখনে। মহাকাশৰ অন্যান্য বস্তুৰ প্রভাৱ আৰু সৌৰ বিকিৰণৰ দ্বাৰা প্ৰবাহিত চাপক প্ৰতিৰোধ কৰাৰ বাবে এই কৌশলসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিছে ইছৰোৱে।

উল্লেখ্য যে আদিত্য এল-১ জৰিয়তে ইছৰোৱে সূৰ্যৰ নানান ৰূপ কেমেৰাবন্দী কৰিব পৰা যাব বুলি আশা ৰাখিছে। কেইটামান দিনৰ পূৰ্বেও ৰঙা, নীলা, বেঙুনীয়া, গোলপীয়াসহ ১১টা ফিল্টাৰ যুক্ত সূৰ্যৰ কেইবাটাও ৰঙৰ ছবি পঠিয়াইছিল। ইছৰোৰ এই সূৰ্যযানে বিশেষ টেলিস্কোপেৰে কেমেৰাত লেন্সবন্দী কৰিছিল এখনৰ পাছত আনখন এক্সক্লুছিভ ছবি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ
জীৱনশৈলী

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

April 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

April 5, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

April 5, 2026
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান
জীৱনশৈলী

জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

April 5, 2026
Next Post
বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ’?

বৰদিনৰ শুভেচ্ছাৰে কিয় হেপ্পী খ্ৰীষ্টমাছৰ সলনি কোৱা হয় মেৰী খ্ৰীষ্টমাছ'?

এইকেইখন দেশত বৰদিন পালন কৰাতো আছে নিষেধাজ্ঞা! কাৰণ জানিলে আচৰিত হ’ব আপুনি

এইকেইখন দেশত বৰদিন পালন কৰাতো আছে নিষেধাজ্ঞা! কাৰণ জানিলে আচৰিত হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.