• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

8 months ago
পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ

পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ

1 minute ago
অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?

অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?

32 minutes ago
ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

56 minutes ago
মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগ! গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগ! গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

1 hour ago
মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

3 hours ago
কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

কংগ্ৰেছৰ বাবে কিছু আশাৰ ৰেঙণি! জয়ৰ মুখ দেখিছে কংগ্ৰেছে

4 hours ago
‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

‘আকৱান’ৰ ভয়ংকৰ প্ৰভাৱ, আতংকিত জনতা

4 hours ago
৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

৬.৯ প্ৰাবল্যত কঁপি উঠিল এইখন পাহাৰীয়া দেশ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

এইকেইটা ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, জানক আপোনাৰ দিনটো কেনে যাব

6 hours ago
ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

ভুলতো খুলি নাৰাখিব ঘৰৰ বাথৰুমৰ দুৱাৰ, শেষ হ’ব সকলো!

14 hours ago
আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

আপোনাৰ কোনমাহত জন্ম? জন্ম মাহেৰে জানক আপোনাৰ ব্যক্তিত্বৰ বিশেষ গুণ!

14 hours ago
ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

ৰে’লত জোৰেৰে কথা পাতিলে সাৱধান, ভৰিব লাগিব জৰিমনা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

editor by editor
April 5, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃন্দাবনৰ প্ৰখ্যাত সাধু প্ৰেমানন্দ মহাৰাজ সহজ-সৰল আৰু গভীৰ চিন্তা ধাৰাৰ বাবে পৰিচিত। তেওঁৰ বচনে কেৱল জ্ঞান প্ৰদান কৰাই নহয়, মানুহৰ হৃদয়ো স্পৰ্শ কৰে। বহুত দূৰ-দূৰণিৰ পৰা ভক্ত আহে তেওঁক লগ কৰিবলৈ। ভক্তসকলে নিজৰ মনৰ কথা তেওঁৰ আগত প্ৰকাশ কৰে আৰু মহাৰাজে উত্তৰ দিয়ে। সাধাৰণ মানুহৰ মনত নিতৌ উত্থাপিত প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰেমানন্দ মহাৰাজে। এবাৰ এজন ভক্তই তেওঁক শুধিলে, কাৰোবাৰ বেয়া নজৰে সঁচাকৈয়ে ক্ষতি কৰিব পাৰে নেকি, নে ইয়াৰ বাবে আমাৰ নিজৰ কৰ্মই দায়ী?

প্ৰেমানন্দ মহাৰাজে অতি সহজে আৰু হাঁহি এটা মাৰি এই বিভ্ৰান্তি দূৰ কৰিলে। তেওঁ স্পষ্ট কৰি দিয়ে যে এজন ব্যক্তিৰ জীৱনত ঘটা সকলো কথাই তেওঁৰ নিজৰ কৰ্মত লুকাই থাকে।

প্ৰেমানন্দ মহাৰাজে বুজাই দিলে যে, যেতিয়া আমি বিফল হওঁ তেতিয়া আমি দায়িত্বক “বেয়া নজৰ” বা “দুৰ্ভাগ্য” বুলি আৰোপ কৰি আঁতৰি থাকিবলৈ চেষ্টা কৰো। অৱশ্যে আমাৰ অতীত বা বৰ্তমানৰ কৰ্মবোৰ আনন্দ আৰু দুখৰ ৰূপত প্ৰকাশ পায়। তেওঁ কৈছিল যে যেতিয়া মনটোৱে ঈশ্বৰৰ লগত সংযোগ স্থাপন কৰে তেতিয়া পৃথিৱীৰ কোনো নেতিবাচক শক্তিয়ে আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে। প্ৰেমানন্দ মহাৰাজে পৰামৰ্শ দিছিল যে, যেতিয়াই ঘৰৰ পৰা ওলাই যাওক তেতিয়াই প্ৰভুৰ নাম জপ কৰক। ঈশ্বৰৰ নাম এটা অদৃশ্য ঢাল যিটো কোনো বেয়া চকুৱে ভেদ কৰিব নোৱাৰে।

কোনো বস্তু যেতিয়া আমি বাৰে বাৰে কৈ থাকো তেতিয়া সি সফল নহয়। সেয়ে আমি আমাৰ সকলো কথা গোপনে ৰাখিব লাগে। নিজক আনৰ আগত কেতিয়াও উজাৰি দিব নালাগে বুলি কৈছে প্ৰেমানন্দ মহাৰাজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ
অপৰাধ

পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ

November 21, 2026
অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?
অসম

অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?

November 21, 2026
ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?
ভাৰত

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

November 21, 2026
মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫
উত্তৰ-পূব

মণিপুৰত সুৰা সেৱনৰ ভয়ংকৰ পৰিণতি! নিহত ১৫

November 21, 2026
Next Post
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.