• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা

2 years ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

16 minutes ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

53 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

1 hour ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

2 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

4 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

6 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা

কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা

editor by editor
September 28, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী
0
কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষাক লৈ বিশেষ নিয়ম৷

নিযুক্তি পৰীক্ষা দিবলৈ যোৱা পৰীক্ষাৰ্থীক পৃথকে পৃথকে লোৱা হ’ব তালাচী৷

পৃথক পৃথক স্থানত চলিব পুৰুষ আৰু মহিলাৰ তালাচী৷

আশা কৰ্মী, অংগনবাড়ী কৰ্মীৰ উপস্থিতিত মহিলা কনিষ্টবলে কৰিব তালাচী৷

মহিলা পৰীক্ষাৰ্থীৰ গোপনীয়তাৰ বাবে আঁৰ কৰা থাকিব তালাচীৰ স্থান৷

মহিলাৰ তালাচীৰ সময়ত চি চি টিভি ৰেকৰ্ডিং নিষিদ্ধ৷

প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মেনুৱেলি কৰা হ’ব তালাচী৷

সম্পূৰ্ণ প্ৰটকল মানি মহিলা পুৰুষ উভয়েই তালাচীৰ পাছতহে প্ৰৱেশ কৰিব পাৰিব পৰীক্ষাকেন্দ্ৰৰ ভিতৰত৷

কঁকাল, গোৰোহা, পকেট সকলোবোৰেই কৰা হ’ব পৰীক্ষা৷

পৰীক্ষাকেন্দ্ৰত অনুমতি নথকা কোনো সামগ্ৰী লৈ প্ৰৱেশ কৰিলে লগে লগেই কৰা হ’ব জব্দ৷

কোনো মহিলাই তালাচিৰ বাবে সন্মত নহ’লে জনাব লাগিব কেন্দ্ৰ কৰ্তৃপক্ষক৷

নিষিদ্ধ সামগ্ৰী লৈ পৰীক্ষাহলত প্ৰৱেশ কৰিলে লোৱা হ’ব আইনী ব্যৱস্থাও৷

ইয়াৰোপৰি কাইলৈ ৰাজ্যত ৮ঘণ্টাৰ বাবে কৰ্তন কৰা হ’ব ইণ্টাৰনেট৷

পুৱা ৮.৩০ বজাৰ পৰা ৪.৩০ বজালৈ বন্ধ ৰখা হ’ব ইণ্টাৰনেট৷

অসমৰ প্ৰতিখন জিলাতেই প্ৰযোজ্য হ’ব নিৰ্দেশনা৷

২৭খন জিলাক সামৰি অনুষ্ঠিত হ’ব এডিআৰই পৰীক্ষা৷

পুৱা ৯বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পৰীক্ষা৷

দিনৰ ১.৩০ দিনৰ পৰা ৪.৩০ লৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা৷

নিযুক্তি পৰীক্ষাক লৈ এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
কাম নকৰিব পাৰে এণ্টিবায়োটিকে! অবাধ্য জীৱাণুৰ কামোৰত পৃথিৱীত প্ৰাণ হেৰুৱাব ৪কোটি মানুহে!

বুধ-শুক্ৰ-সূৰ্যৰ মহা সংযোগ, ১৭ অক্টোবৰলৈ ৰজাৰ দৰে জীৱন কটাব ৩ ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন